• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, May 4, 2026
25 °c
Guwahati
26 ° Tue
25 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আই পি এলৰ মেগা নিলাম: আই পি এলৰ ইতিহাসৰ আটাইতকৈ ব্যয়বহুল খেলুৱৈ ঋষভ পণ্ট!

Nation NE by Nation NE
November 24, 2024
in Top News, ক্ৰীড়া
0 0
আই পি এলৰ মেগা নিলাম: আই পি এলৰ ইতিহাসৰ আটাইতকৈ ব্যয়বহুল খেলুৱৈ ঋষভ পণ্ট!
Share on FacebookShare on TwitterWhatsApp

আই পি এল ২০২৫ৰ মেগা নিলামৰ প্ৰথম ঘণ্টাটো যথেষ্ট ৰোমাঞ্চকৰ আছিল। প্ৰথম অৱস্থাত কলকাতা নাইট ৰাইডাৰ্ছৰ প্ৰাক্তন অধিনায়ক শ্ৰেয়াছ আয়াৰ আটাইতকৈ দামী খেলুৱৈ হিচাপে পৰিগণিত হয়। ২৬.৭৫ কোটি টকাত পঞ্জাব কিংছে তেওঁক ক্ৰয় কৰিছিল, যদিও কিছু সময়ৰ ভিতৰতে এই অভিলেখ ভংগ হয়।

আই পি এলৰ মেগা নিলামত আটাইতকৈ ব্যয়বহুল খেলুৱৈ হিচাপে পৰিগণিত হৈছে উইকেটকীপাৰ বেটছমেন ঋষভ পন্ত।

লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে ২৭ কোটি টকাৰ বিপুল পৰিমাণত ক্ৰয় কৰে ঋষভ পণ্টক। দিল্লী কেপিটেলে আৰ টি এমৰ চেষ্টা চলাই, যদিও লক্ষ্ণৌৱে পাছত ২৭ কোটি টকাৰ বিনিময়ত ঋষভ পন্তক ক্ৰয় কৰে।

ইফালে শ্ৰেয়াছ আয়েৰে লাভ কৰে ২৬.৭৫ কোটি টকা।বিগত বৰ্ষত কলকাতাক চেম্পিয়ন কৰা শ্ৰেয়াছ আয়াৰেও আই পি এল ২০২৫ৰ নিলামত বিপুল পৰিমাণৰ ধন লাভ কৰে। ২৬.৭৫ কোটি টকাৰ বিপুল পৰিমাণত পঞ্জাব কিংছে আয়াৰক ক্ৰয় কৰে।

পিছে বৰ্তমান ঋষভ পন্ত আই পি এলৰ ইতিহাসৰ আটাইতকৈ দামী খেলুৱৈ হিচাপে পৰিগণিত হয়। শ্ৰেয়াছ আয়াৰ হয় দ্বিতীয় সৰ্বাধিক ব্যয়বহুল খেলুৱৈ। এই দুয়োগৰাকী খেলুৱৈকে তেওঁলোকৰ দলে মুকলি কৰি দিছিল। শ্ৰেয়াছ আয়াৰক কেকেআৰে মুক্তি দিয়াৰ বিপৰীতে ঋষভ পন্তক মুক্তি দিছিল দিল্লী কেপিটেলছে। এতিয়া আয়ৰক ২৬.৭৫ কোটি টকাত পঞ্জাৱ কিংছে ক্ৰয় কৰে আৰু ঋষভ পন্তক লক্ষ্ণৌৱে ২৭ কোটিত ক্ৰয় কৰে। এই দুয়োগৰাকী খেলুৱৈয়ে দলৰ অধিনায়কত্ব লাভ কৰিব পাৰিব বুলি বিশ্বাস কৰা হয়।

ইংলেণ্ডৰ বিস্ফোৰক উইকেটকীপাৰ বেটছমেন জোছ বাটলাৰক ক্ৰয়ৰ বাবে বহু দলৰ মাজত প্ৰতিযোগিতা চলে। অৱশ্যে শেষত গুজৰাট টাইটানছে ১৫.৭৫ কোটি টকাত এই ষ্টাৰ অ’পেনাৰজনক ক্ৰয় কৰে।

যোৱা ছিজনলৈকে বাটলাৰ ৰাজস্থান ৰয়েলছৰ অংশ আছিল। লক্ষ্ণৌ ছুপাৰ জায়েণ্টছেও জোছ বাটলাৰক ক্ৰয়ৰ বাবে ডাঙৰ বিড কৰিছিল।

লক্ষ্ণৌ আৰু গুজৰাটৰ মাজত তীব্ৰ যুদ্ধ হৈছিল। কিন্তু শেষত গুজৰাটে বাটলাৰক ক্ৰয় কৰাত সফল হয়। এইগৰাকী খেলুৱৈৰ বাবে লক্ষ্ণৌৱে ১৫.২৫ কোটি টকা পৰ্যন্তলৈ দিবলৈ সাজু হৈছিল।

Tags: #cricketIPLSports

Related Posts

দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

May 3, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 3, 2026
হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে
Top News

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

May 2, 2026
বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া
Top News

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

May 2, 2026

শীৰ্ষ সংবাদ

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025