• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, February 11, 2026
22 °c
Guwahati
22 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…

    নতুন ৰূপত দেখা যাব হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী, ভিডিঅ’ ভাইৰেলৰ পিছতেই প্ৰশাসনে ল’লে এই ব্যৱস্থা…

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আঁতৰিব লাগিব সকলো বেদখলকাৰী, পুনৰ ১০০০ৰো অধিক পৰিয়াললৈ উচ্ছেদৰ জাননী…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আজি সংবিধান দিৱস: জানক আজিৰ এই দিনটোৰ বিষয়ে সবিশেষ তথ্য

Nation NE by Nation NE
November 26, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
আজি সংবিধান দিৱস: জানক আজিৰ এই দিনটোৰ বিষয়ে সবিশেষ তথ্য
Share on FacebookShare on TwitterWhatsApp

আজি সংবিধান দিৱস। দেশত প্ৰতি বছৰে আজিৰ দিনটোত, অৰ্থাৎ ২৬ নৱেম্বৰত সংবিধান দিৱস পালন কৰা হয়।ভাৰতীয় সংবিধানখনে ভাৰতবৰ্ষক এখন কল্যাণকামী গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে প্ৰতিফলিত কৰিছে।

১৯৪৯ চনৰ আজিৰ দিনটোতে ভাৰতৰ সংবিধান গৃহীত হোৱাৰ স্মৃতিত আৰু ভাৰতীয় সংবিধান প্ৰণয়নকাৰীসকলৰ অৱদানক সন্মান জনোৱাৰ্থে এই দিৱস পালন কৰা হয়।

১৯৪৯ চনৰ ২৬ নৱেম্বৰত ভাৰতীয় সংবিধান সভায়ে ভাৰতীয় সংবিধান গৃহীত কৰিছিল আৰু ১৯৫০ চনৰ ২৬ জানুৱাৰীত আমাৰ সংবিধানখন কাৰ্যকৰী কৰা হৈছিল।

ভাৰত চৰকাৰে ২০১৫ চনৰ ১১ অক্টোবৰ তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ মুম্বাইত ভীমৰাও ৰামজী আম্বেদকাৰৰ স্মৃতিত নিৰ্মাণ কৰা সমতাৰ মূৰ্তিৰ আধাৰশিলা স্থাপন কাৰ্যসূচীত ২৬ নৱেম্বৰ তাৰিখে সংবিধান দিৱস পালন কৰাৰ ৰাজহুৱা ঘোষণা কৰিছিল।সংবিধান দিৱসক ‘ৰাষ্ট্ৰীয় আইন দিৱস’ হিচাপেও জনা যায়।

ভাৰতৰ সৰ্বোচ্চ আইন সংবিধানখনে ভাৰতক সাৰ্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক গণৰাজ্য বুলি ঘোষণা কৰিছে আৰু দেশৰ প্ৰতিগৰাকী নাগৰিককে ন্যায়, সমতা আৰু স্বাধীনতাৰ আশ্বাস দিছে তথা ভ্ৰাতৃত্ববোধক প্ৰসাৰিত কৰাৰ প্ৰয়াস কৰিছে।

১৯৫০ চনৰ ২৬ জানুৱাৰীত সংবিধান কাৰ্যকৰী হোৱাৰ সময়ত সংবিধানত মুঠ ৩৯৫ টা অনুচ্ছেদ, ৮টা অনুসূচী আৰু ২২টা সূচী আছিল। অৱশ্যে সম্প্ৰতি দেশৰ সংবিধানখনত ৪৪৮ টা অনুচ্ছেদ, ১২টা অনুসূচী আৰু ২৫ টা সূচী আছে।

সাধাৰণ অৰ্থত সংবিধান দিৱস হৈছে গণতান্ত্ৰিক মূল্যবোধৰ উদযাপন। অৰ্থাৎ ভাৰতীয় সংবিধানত সন্নিৱিষ্ট গণতান্ত্ৰিক নীতিসমূহৰ উদযাপনেই হৈ সংবিধান দিৱসৰ মহত্ব। সংবিধান দিৱসে ভাৰতীয় সংবিধানে প্ৰদান কৰা ন্যায়, স্বাধীনতা, সমতা আৰু ভ্ৰাতৃত্ববোধৰ আদৰ্শক জনমানসলৈ বহন কৰিছে।

‘সংবিধান দিৱস’ উপলক্ষে জানিবলগীয়া কেইটামান তথ্য-

১) সংবিধান প্ৰণেতা ড৹ ভীমৰাও ৰামজী আম্বেদকাৰৰ নেতৃত্বত সংবিধান পৰিষদৰ ২ বছৰ, ১১ মাহ, ১৮ দিনীয়া প্ৰচেষ্টাত সম্পূৰ্ণ হৈ উঠে দেশৰ সংবিধান।

২)ভাৰতীয় সংবিধানখন বিশ্বৰ আটাইতকৈ দীৰ্ঘতম লিখিত সংবিধান হিচাপে স্বীকৃত।

৩)সংবিধানৰ মূল প্ৰতিলিপিটো হাতেৰে লিখা হৈছিল।

৪)সংবিধানৰ মূল প্ৰতিলিপিবোৰ সংসদৰ পুথিভঁৰালৰ ভিতৰত সংৰক্ষণ কৰা হৈছে।

৬)সংবিধানৰ প্ৰতিটো পৃষ্ঠাত এটা সোণৰ পাতৰ ফ্ৰেম আছে।

৭)প্ৰখ্যাত লেখক প্ৰেম নাৰায়ণ ৰায়জাদাই সংবিধানৰ মূল প্ৰতিলিপি প্ৰস্তুত কৰিছিল।

৮)ভাৰতীয় সংবিধানৰ মৌলিক গাঁথনি ‘ভাৰত চৰকাৰ আইন ১৯৩৫’ৰ ওপৰত আধাৰিত।

Tags: CONSTITUTIONIndiaPresident

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

February 11, 2026
এখন বিদ্যালয়ত নিৰ্বিচাৰ গু*লী*চা*লনা, আহত কেইবাজনো লোক
Top News

এখন বিদ্যালয়ত নিৰ্বিচাৰ গু*লী*চা*লনা, আহত কেইবাজনো লোক

February 11, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

February 11, 2026
প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…
Top News

প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…

February 10, 2026
অন্ত পৰিল ভাৰত বনাম পাকিস্তানৰ খেলৰ বিতৰ্ক, ভাৰতৰ বিৰুদ্ধে খেলিবলৈ অমান্তি হোৱা পাকিস্তানে কিয় দিলে সন্মতি?
Top News

অন্ত পৰিল ভাৰত বনাম পাকিস্তানৰ খেলৰ বিতৰ্ক, ভাৰতৰ বিৰুদ্ধে খেলিবলৈ অমান্তি হোৱা পাকিস্তানে কিয় দিলে সন্মতি?

February 10, 2026
নতুন ৰূপত দেখা যাব হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী, ভিডিঅ’ ভাইৰেলৰ পিছতেই প্ৰশাসনে ল’লে এই ব্যৱস্থা…
Top News

নতুন ৰূপত দেখা যাব হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী, ভিডিঅ’ ভাইৰেলৰ পিছতেই প্ৰশাসনে ল’লে এই ব্যৱস্থা…

February 10, 2026

শীৰ্ষ সংবাদ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

এখন বিদ্যালয়ত নিৰ্বিচাৰ গু*লী*চা*লনা, আহত কেইবাজনো লোক

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…

অন্ত পৰিল ভাৰত বনাম পাকিস্তানৰ খেলৰ বিতৰ্ক, ভাৰতৰ বিৰুদ্ধে খেলিবলৈ অমান্তি হোৱা পাকিস্তানে কিয় দিলে সন্মতি?

নতুন ৰূপত দেখা যাব হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী, ভিডিঅ’ ভাইৰেলৰ পিছতেই প্ৰশাসনে ল’লে এই ব্যৱস্থা…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025