• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, September 10, 2025
29 °c
Guwahati
28 ° Thu
27 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ‘কল্পনা চোৰেনক দেখি মোৰ পত্নীয়ে…..’, ৰাঁচীত শাসক পক্ষৰ বিৰুদ্ধে তীব্ৰ বাক্যবাণ হিমন্ত বিশ্ব শৰ্মাৰ

    বিদেশী বহিষ্কাৰ সন্দৰ্ভত অসম কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত

    আজিৰ দিনটোৱে এই ৰাশিৰ লোকসকলৰ বাবে কঢ়িয়াই আনিব আশাৰ বতৰা

    আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী

    আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?

    ২২ ছেপ্তেম্বৰত ৫ খনকৈ জিলাত চৰকাৰী বন্ধ ঘোষণা, বন্ধ থাকিব স্কুল-কলেজ, কাৰ্যালয়-ব্যৱসায়িক প্ৰতিষ্ঠান

    চাকৰিৰ নামত এতিয়াও প্ৰবঞ্চনাৰে একাংশই লুটিছে ধন! ৰঙিয়া আৰক্ষী থানাত এগৰাকী অসহায় যুৱতী!

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home ৰাষ্ট্ৰীয়

      আপোনাৰ শৰীৰৰ বাবে এবিধ মহৌষধি ফুল…অপৰাজিতা

      অপৰাজিতাৰ গুণ গুণ কি কি জানেনে?

      Nation NE by Nation NE
      June 21, 2024
      in ৰাষ্ট্ৰীয়
      0 0
      আপোনাৰ শৰীৰৰ বাবে এবিধ মহৌষধি ফুল…অপৰাজিতা

      ছ'চিয়েল মিডিয়াৰ পৰা সংগৃহীত অপৰাজিতা ফুলৰ ফটো

      Share on FacebookShare on TwitterWhatsApp

      আমাৰ প্ৰত্যেকৰে চোতালত এডালকৈ অপৰাজিতাৰ গছ আছেই। অপৰাজিতা ফুলে কেৱল ফুলনিৰ সৌন্দৰ্য্যই নহয়, মানুহৰ দৈহিক মানসিক সৌন্দৰ্যও বৃদ্ধি কৰে। সনাতন ধৰ্মত অপৰাজিতাক এক দেৱীৰ সৈতে তুলনা কৰা হয়। দুৰ্গা পূজাৰ নৱমীৰ দিনা অপৰাজিতাৰ নামত এক বিশেষ পূজাও অনুষ্ঠিত হয়। আমি সততে তিনি ধৰণৰ অপৰাজিতাৰ ফুল দেখো। বগা, গাঢ় নীলা আৰু বেঙুনীয়া ৰঙৰ অপৰাজিতা ফুলে আমাক সদায় মন্ত্ৰমুগ্ধ কৰে। আমাৰ চিনাকি অপৰাজিতাৰ আছে বহু ঔষধীয় গুণ। সেইবাবেই হয়তো অপৰাজিতাক মহৌষধি বুলি কোৱা হয়। অপৰাজিতা ফুলৰ ৰস পাণ কৰি আপুনি আপোনাৰ সৌন্দৰ্য আৰু অধিক মসৃণ কৰি তুলিব পাৰে। বৰ্তমান সময়ত বহুলভাৱে চাহিদা বৃদ্ধি পাইছে ব্লু টি বা অপৰাজিতাৰ ৰসৰ। অপৰাজিতা ফুলত আছে অত্যধিক পৰিমাণে পটেছিয়াম যি পটেছিয়ামে হৃদৰোগ দূৰ কৰে। অত্যধিক পৰিমাণে তেল আৰু মচলা খোৱাৰ বাবে বৃদ্ধি পাইছে আমাৰ কলেষ্ট্ৰ’লৰ সমস্যা আৰু কলেষ্ট্ৰ’লৰ সমস্যা দূৰ কৰিবৰ বাবে আপুনি গ্ৰহণ কৰক অপৰাজিতা ফুলৰ ৰস। প্ৰায়সংখ্যক লোকেই ফ্ৰাছষ্ট্ৰেশ্যন,ডিপ্ৰেশ্যন আৰু এঞ্জাইটিৰ দ্বাৰা আক্ৰান্ত। ৰাতিপুৱাৰ ভাগত নিতৌ অপৰাজিতা ফুলৰ ৰস সেৱন কৰিলে বহু পৰিমাণে এনে মানসিক চাপ সমূহৰ পৰা নিজকে মুক্ত কৰি ৰাখিব পাৰি। স্মৃতি শক্তিৰ বিকাশ আৰু মনযোগক সুস্থিৰ কৰি ৰাখিবৰ বাবে অপৰাজিতা ফুল এক মহৌষধি। বয়সৰ লগে লগে মুখত পৰা ৰেখা, বিভিন্ন চৰ্মৰোগ আৰু অকালত চুলি পকা ৰোধ কৰিবৰ বাবে সেৱন কৰিব পাৰে অপৰাজিতা ফুলৰ ৰস। অত্যধিক পৰিমানে নিচাজাতীয় দ্ৰব্য গ্ৰহণৰ ফলত লিভাৰ অসুস্থ হোৱাৰ খবৰ আমি নিতৌ লাভ কৰোঁ । ফেটি লিভাৰ, জণ্ডিচ আদি ৰোগৰ পৰা নিজকে মুক্ত ৰাখিবৰ বাবে আপুনি গ্ৰহণ কৰিব পাৰে অপৰাজিতা ফুলৰ ৰস ।

      অপৰাজিতা ফুলৰ ৰস আপুনি কেনেদৰে সেৱন কৰিব:

      সতেজ ফুলপাহ চিঙি আনি আপুনি ৰ’দত শুকুৱাই বহুদিনৰ বাৱে ইয়াক সংৰক্ষণ কৰিব পাৰে। গৰম পানীত তিনিপাহ অপৰাজিতা ফুল পেলাই দি ভালদৰে উতলাওক। পানীখিনিৰ ৰং যেতিয়া নীলা হ’ব তেতিয়া চেকনিৰে চেকি ৰসখিনি পাণ কৰক।

      বি:দ্ৰ :- এই লেখনি যুগুত কৰাৰ বাবে বিভিন্নজন বিশেষজ্ঞৰ লেখনিৰ সহায় লোৱা হৈছে।

      Tags: #butterflypea #liver

      Related Posts

      ভাৰতৰ নতুন উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ
      Top News

      September 9, 2025
      লাডাখত ভয়ংকৰ হিমস্খলন; তিনিজন সেনা জোৱানৰ মৃত্যু

      ষড়যন্ত্ৰ! হিন্দুৰ ঘৰত মুছলমান ভোটাৰৰ নাম দেখি ক্ষুব্ধ গাঁওবাসী, নিৰ্বাচন বৰ্জনৰ ভাবুকি…

      সোণৰ দাম আকাশলংঘী, বিগত তিনি সপ্তাহৰ পৰা দ্ৰুতগতিত বৃদ্ধি সোণৰ মূল্য

      September 8, 2025
      মুম্বাইৰ এখন হাস্পতাল বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি
      Top News

      মুম্বাইৰ এখন হাস্পতাল বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি

      September 7, 2025
      ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰনৰ সৈতে ফোনযোগে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ
      Top News

      ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰনৰ সৈতে ফোনযোগে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ

      September 6, 2025

      শীৰ্ষ সংবাদ

      কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

      নিশা ১০ বজাৰ পৰা অশান্ত জৰ্জৰ নেপালৰ নিৰাপত্তাৰ দায়িত্বত সেনা

      বিদেশী বহিষ্কাৰ সন্দৰ্ভত অসম কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত

      ভাৰতৰ নতুন উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ

      লাডাখত ভয়ংকৰ হিমস্খলন; তিনিজন সেনা জোৱানৰ মৃত্যু

      আজিৰ পৰা এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতা

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist