• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ৰাষ্ট্ৰীয়

আপোনাৰ শৰীৰৰ বাবে এবিধ মহৌষধি ফুল…অপৰাজিতা

অপৰাজিতাৰ গুণ গুণ কি কি জানেনে?

Nation NE by Nation NE
June 21, 2024
in ৰাষ্ট্ৰীয়
0 0
আপোনাৰ শৰীৰৰ বাবে এবিধ মহৌষধি ফুল…অপৰাজিতা

ছ'চিয়েল মিডিয়াৰ পৰা সংগৃহীত অপৰাজিতা ফুলৰ ফটো

Share on FacebookShare on TwitterWhatsApp

আমাৰ প্ৰত্যেকৰে চোতালত এডালকৈ অপৰাজিতাৰ গছ আছেই। অপৰাজিতা ফুলে কেৱল ফুলনিৰ সৌন্দৰ্য্যই নহয়, মানুহৰ দৈহিক মানসিক সৌন্দৰ্যও বৃদ্ধি কৰে। সনাতন ধৰ্মত অপৰাজিতাক এক দেৱীৰ সৈতে তুলনা কৰা হয়। দুৰ্গা পূজাৰ নৱমীৰ দিনা অপৰাজিতাৰ নামত এক বিশেষ পূজাও অনুষ্ঠিত হয়। আমি সততে তিনি ধৰণৰ অপৰাজিতাৰ ফুল দেখো। বগা, গাঢ় নীলা আৰু বেঙুনীয়া ৰঙৰ অপৰাজিতা ফুলে আমাক সদায় মন্ত্ৰমুগ্ধ কৰে। আমাৰ চিনাকি অপৰাজিতাৰ আছে বহু ঔষধীয় গুণ। সেইবাবেই হয়তো অপৰাজিতাক মহৌষধি বুলি কোৱা হয়। অপৰাজিতা ফুলৰ ৰস পাণ কৰি আপুনি আপোনাৰ সৌন্দৰ্য আৰু অধিক মসৃণ কৰি তুলিব পাৰে। বৰ্তমান সময়ত বহুলভাৱে চাহিদা বৃদ্ধি পাইছে ব্লু টি বা অপৰাজিতাৰ ৰসৰ। অপৰাজিতা ফুলত আছে অত্যধিক পৰিমাণে পটেছিয়াম যি পটেছিয়ামে হৃদৰোগ দূৰ কৰে। অত্যধিক পৰিমাণে তেল আৰু মচলা খোৱাৰ বাবে বৃদ্ধি পাইছে আমাৰ কলেষ্ট্ৰ’লৰ সমস্যা আৰু কলেষ্ট্ৰ’লৰ সমস্যা দূৰ কৰিবৰ বাবে আপুনি গ্ৰহণ কৰক অপৰাজিতা ফুলৰ ৰস। প্ৰায়সংখ্যক লোকেই ফ্ৰাছষ্ট্ৰেশ্যন,ডিপ্ৰেশ্যন আৰু এঞ্জাইটিৰ দ্বাৰা আক্ৰান্ত। ৰাতিপুৱাৰ ভাগত নিতৌ অপৰাজিতা ফুলৰ ৰস সেৱন কৰিলে বহু পৰিমাণে এনে মানসিক চাপ সমূহৰ পৰা নিজকে মুক্ত কৰি ৰাখিব পাৰি। স্মৃতি শক্তিৰ বিকাশ আৰু মনযোগক সুস্থিৰ কৰি ৰাখিবৰ বাবে অপৰাজিতা ফুল এক মহৌষধি। বয়সৰ লগে লগে মুখত পৰা ৰেখা, বিভিন্ন চৰ্মৰোগ আৰু অকালত চুলি পকা ৰোধ কৰিবৰ বাবে সেৱন কৰিব পাৰে অপৰাজিতা ফুলৰ ৰস। অত্যধিক পৰিমানে নিচাজাতীয় দ্ৰব্য গ্ৰহণৰ ফলত লিভাৰ অসুস্থ হোৱাৰ খবৰ আমি নিতৌ লাভ কৰোঁ । ফেটি লিভাৰ, জণ্ডিচ আদি ৰোগৰ পৰা নিজকে মুক্ত ৰাখিবৰ বাবে আপুনি গ্ৰহণ কৰিব পাৰে অপৰাজিতা ফুলৰ ৰস ।

অপৰাজিতা ফুলৰ ৰস আপুনি কেনেদৰে সেৱন কৰিব:

সতেজ ফুলপাহ চিঙি আনি আপুনি ৰ’দত শুকুৱাই বহুদিনৰ বাৱে ইয়াক সংৰক্ষণ কৰিব পাৰে। গৰম পানীত তিনিপাহ অপৰাজিতা ফুল পেলাই দি ভালদৰে উতলাওক। পানীখিনিৰ ৰং যেতিয়া নীলা হ’ব তেতিয়া চেকনিৰে চেকি ৰসখিনি পাণ কৰক।

বি:দ্ৰ :- এই লেখনি যুগুত কৰাৰ বাবে বিভিন্নজন বিশেষজ্ঞৰ লেখনিৰ সহায় লোৱা হৈছে।

Tags: #butterflypea #liver

Related Posts

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026
‘বংগ জয় কৰাৰ পিছত দিল্লী দখল কৰিম’, মমতা বেনাৰ্জীৰ ডাঙৰ মন্তব্য
Top News

‘বংগ জয় কৰাৰ পিছত দিল্লী দখল কৰিম’, মমতা বেনাৰ্জীৰ ডাঙৰ মন্তব্য

April 24, 2026
কৃষকসকলৰ বাবে এক ভাল খবৰ, ১০০ লাখ টনলৈ বৃদ্ধি ঘেঁহু ক্ৰয়ৰ লক্ষ্য
Top News

কৃষকসকলৰ বাবে এক ভাল খবৰ, ১০০ লাখ টনলৈ বৃদ্ধি ঘেঁহু ক্ৰয়ৰ লক্ষ্য

April 24, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025