• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, May 16, 2025
28 °c
Guwahati
24 ° Sat
25 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পাকিস্তানৰ সমৰ্থনত প’ষ্ট শ্বেয়াৰ কৰি গোসাঁইগাঁৱত গ্ৰেপ্তাৰ এজন প্ৰবক্তা

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ আজিৰ দিনটো? জানিবলৈ পঢ়ক ৰাশিফল…

    GOLDEN BOY নীৰজ চোপ্ৰাৰ বাবে ভাল খবৰ, ভাৰতীয় সেনাবাহিনীত নীৰজে চম্ভালিব এই দায়িত্ব…

    ২৪ ঘণ্টাত ১২ জন উগ্ৰপন্থীক গ্ৰেপ্তাৰ মণিপুৰ আৰক্ষীৰ

    আজি আপোনাৰ ভাগ্যই কি কয়? জানো আহক দিনটোৰ ৰাশিফল…

    প্ৰেমে শেষ কৰিলে অভিনেতাৰ জীৱন, প্ৰকৃততে কি হৈছিল মৃগাংকৰ সৈতে, আৰক্ষীৰ তদন্তত ফাদিল নতুন তথ্য

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ৱাকফ বৰ্ডত JPCৰ বৈঠক, খচৰা দাখিল হোৱাৰ সম্ভাৱনা

      Nation NE by Nation NE
      November 27, 2024
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      ৱাকফ বৰ্ডত JPCৰ বৈঠক, খচৰা দাখিল হোৱাৰ সম্ভাৱনা
      Share on FacebookShare on TwitterWhatsApp

      আজি অৰ্থাৎ ​​বুধবাৰে শীতকালীন অধিৱেশনৰ সময়ত ৱাকফ ব’ৰ্ডত গঠন কৰা JPC (Joint Parliamentary Committee)ৰ বৈঠক অনুষ্ঠিত হ’ব। এই বৈঠকত সংখ্যালঘু মন্ত্ৰালয়ৰ প্ৰতিনিধিয়ে কমিটীৰ সন্মুখত নিজৰ গোচৰ দাখিল কৰিব। বৈঠকৰ সময়ত কমিটীৰ সদস্যসকলেও বিধেয়কখনৰ ওপৰত নিজৰ সংশোধনী দিব পাৰে।

      বৈঠকৰ বিষয়ে তথ্য দি সমিতিৰ অধ্যক্ষ জগদম্বিকা পালে কয় যে, এই বিষয়ত JPC ৰ খচৰা প্ৰতিবেদন সাজু হৈছে, যি বৈঠকত দাখিল কৰা হ’ব। একে সময়তে বিৰোধী সদস্যসকলে বৈঠকত কমিটীৰ কাৰ্যকাল বৃদ্ধিৰ বাবে দাবী কৰিব পাৰে।

      এই বৈঠকত বিৰোধী সদস্যৰ হুলস্থুলৰ সম্ভাৱনা আছে। চৰকাৰে কমিটীত বিধেয়কখন গৃহীত কৰি লোকসভাত দাখিল কৰাৰ পৰিকল্পনা কৰিছে, আনহাতে বিৰোধী সদস্যসকলে ইয়াৰ সময়সীমা বৃদ্ধিৰ দাবী জনাব। মহাৰাষ্ট্ৰৰ নিৰ্বাচনত জয়লাভ কৰাৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে কৈছিল যে, ভাৰতীয় সংবিধানত ৱাকফ ব’ৰ্ডৰ কোনো স্থান নাই। প্ৰধানমন্ত্ৰীৰ এই বক্তব্যৰ পিছত এই অধিবেশনত চৰকাৰে এই বিধেয়কখন গৃহীত কৰাৰ চেষ্টা কৰিব বুলি ধাৰণা কৰা হৈছে।

      ​​যদি জেপিচি কমিটীয়ে বিধেয়কখন গৃহীত কৰে আৰু চৰকাৰে লোকসভাত দাখিল কৰে, তেন্তে গৃহীত কৰিবলৈ নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ সমৰ্থনৰ প্ৰয়োজন হ’ব।

      Tags: Indiajpcwakf board

      Related Posts

      পাকিস্তানৰ সমৰ্থনত প’ষ্ট শ্বেয়াৰ কৰি গোসাঁইগাঁৱত গ্ৰেপ্তাৰ এজন প্ৰবক্তা
      Top News

      May 16, 2025
      নিশা টোপনি যোৱাৰ পূৰ্বে ভুলতো গ্ৰহণ কৰিব নালাগে এই খাদ্য…

      ভৱিষ্যতে ‘গাধ অৰ্থনীতি’ মেৰুদণ্ড হৈ পৰিব নেকি পাকিস্তানৰ?

      ভুক্তভোগীলৈ ফুল দি বিবাহৰ প্ৰস্তাৱ, উচ্চতম ন্যায়ালয়ে স্থগিত ৰাখিলে শাস্তি

      ভাৰতক সহায় কৰিবলৈ সাজু আমেৰিকা, কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পাকিস্তানৰ বিৰুদ্ধে?
      Top News

      আমেৰিকালৈ ভাৰতৰ শূন্য শুল্ক বাণিজ্যিক চুক্তিৰ প্ৰস্তাৱ! দাবী উত্থাপন কৰি ড’নাল্ড ট্ৰাম্পে কয়…

      May 16, 2025
      আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল
      Top News

      আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ আজিৰ দিনটো? জানিবলৈ পঢ়ক ৰাশিফল…

      May 16, 2025

      শীৰ্ষ সংবাদ

      পাকিস্তানৰ সমৰ্থনত প’ষ্ট শ্বেয়াৰ কৰি গোসাঁইগাঁৱত গ্ৰেপ্তাৰ এজন প্ৰবক্তা

      নিশা টোপনি যোৱাৰ পূৰ্বে ভুলতো গ্ৰহণ কৰিব নালাগে এই খাদ্য…

      ভৱিষ্যতে ‘গাধ অৰ্থনীতি’ মেৰুদণ্ড হৈ পৰিব নেকি পাকিস্তানৰ?

      ভুক্তভোগীলৈ ফুল দি বিবাহৰ প্ৰস্তাৱ, উচ্চতম ন্যায়ালয়ে স্থগিত ৰাখিলে শাস্তি

      আমেৰিকালৈ ভাৰতৰ শূন্য শুল্ক বাণিজ্যিক চুক্তিৰ প্ৰস্তাৱ! দাবী উত্থাপন কৰি ড’নাল্ড ট্ৰাম্পে কয়…

      আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ আজিৰ দিনটো? জানিবলৈ পঢ়ক ৰাশিফল…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist

      - Select Visibility -