• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, April 28, 2026
22 °c
Guwahati
22 ° Wed
23 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

৪০ হাজাৰ কোটি টকাৰ সম্পত্তি এৰি সন্যাসী হ’ল এইগৰাকী ব্যক্তি

Nation NE by Nation NE
November 27, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
৪০ হাজাৰ কোটি টকাৰ সম্পত্তি এৰি সন্যাসী হ’ল এইগৰাকী ব্যক্তি
Share on FacebookShare on TwitterWhatsApp

মালয়েছিয়াৰ বিশিষ্ট ব্যৱসায়ী আনন্দ কৃষ্ণনৰ পুত্ৰ ৱেইন জান ছিৰিপানিয়োৱে পিতৃৰ অপৰিসীম ধন-সম্পত্তি আৰু গ্লেমাৰাছ জীৱন ত্যাগ কৰি বৌদ্ধ সন্ন্যাসী হোৱাৰ সিদ্ধান্তই সকলোকে আচৰিত কৰি তুলিছে।

উল্লেখ্য যে, আনন্দ কৃষ্ণন মালয়েছিয়াৰ তৃতীয় ধনী ব্যক্তি। তেওঁৰ সম্পত্তিৰ মূল্য ৪০ হাজাৰ কোটি টকাতকৈও অধিক (৫ বিলিয়ন ডলাৰতকৈও অধিক)।

তেওঁ আছিল পূৰ্বৰ টেলিকম কোম্পানী এয়াৰচেলৰ স্বত্বাধিকাৰী। এসময়ত আই পি এলৰ দল চেন্নাই ছুপাৰ কিংছক স্পনছৰ কৰিছিল এয়াৰচেলে।

টেলিকমৰ উপৰি চেটেলাইট, মিডিয়া, অইল, গেছ আৰু ৰিয়েল এষ্টেট খণ্ডতো বিস্তাৰিত হৈ আছে তেওঁৰ ব্যৱসায়। ৱেইন জান ছিৰিপানিয়োৰ মাতৃ এম সুপ্ৰিণ্ডা চক্ৰবানৰ থাইলেণ্ডৰ ৰাজপৰিয়ালৰ সৈতে পাৰিবাৰিক সম্পৰ্ক আছে।

উল্লেখ্য যে ৱেইন জান ছিৰিপানিয়োৱে ১৮ বছৰ বয়সত থাইলেণ্ডৰ মাতৃগৃহলৈ যোৱাৰ সময়ত প্ৰথমে বৌদ্ধ মঠত যোগদান কৰি সন্ন্যাসী হোৱাৰ সিদ্ধান্ত লৈছিল। সেই সময়ত তেওঁ কেৱল আধ্যাত্মিক অভিজ্ঞতাৰ বাবেই এই কাম কৰিছিল যদিও এতিয়া দুটা দশকৰ পাছত তেওঁ সম্পূৰ্ণৰূপে বৌদ্ধ সন্ন্যাসী হৈ নিজৰ বিলাসী জীৱন ত্যাগ কৰি অৰণ্যত অৱস্থিত বৌদ্ধ মঠত সন্ন্যাসীৰ দৰে জীয়াই আছে।

আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা তথ্য অনুসৰি, ৱেইন জান ছিৰিপানিয়োৱে তেওঁৰ শৈশৱ ব্ৰিটেইনত কটায়। দুগৰাকী ভগ্নীৰ সৈতে ব্ৰিটেইনত ডাঙৰ-দীঘল হৈছিল। তেওঁ ৮টা ভাষা জানে। তেওঁৰ লালন-পালন, বিভিন্ন সংস্কৃতিৰ জ্ঞান আৰু জীৱনৰ প্ৰতি স্বতন্ত্ৰ দৃষ্টিভংগীয়ে তেওঁক বৌদ্ধ শিক্ষাৰ প্ৰতি আকৰ্ষিত কৰিছিল আৰু তাত তেওঁ সুখ অনুভৱ কৰিছিল।

বৌদ্ধ সন্যাসীৰ দৰে জীৱন অতিবাহিত কৰিলেও অৱশ্যে তেওঁ মাজে সময়ে পৰিয়ালৰ লোকক সাক্ষাত কৰিবলৈ নিজৰ ঘৰলৈ আহে আৰু সেই সময়তো তেওঁ অতি সাধাৰণভাৱে থাকে।

Tags: MalaysiaMonkVen Ajahn Siripanyo

Related Posts

উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?
Top News

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

April 28, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 28, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 28, 2026
‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন

April 27, 2026
২৫ কোটি টকীয়া এক বিৰল যন্ত্ৰ, লণ্ডনত নিলাম হ’ব জয়পুৰৰ ৰাজবংশীয় ‘ছুপাৰ কম্পিউটাৰ’!

শীৰ্ষ সংবাদ

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন

২৫ কোটি টকীয়া এক বিৰল যন্ত্ৰ, লণ্ডনত নিলাম হ’ব জয়পুৰৰ ৰাজবংশীয় ‘ছুপাৰ কম্পিউটাৰ’!

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025