• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, December 7, 2025
19 °c
Guwahati
19 ° Mon
19 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

এইগৰাকী ভাৰতীয় বেগী বলাৰৰ অৱসৰ ঘোষণা; অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিছিল শেষৰখন টি-২০

Nation NE by Nation NE
November 28, 2024
in Top News, ক্ৰীড়া
0 0
এইগৰাকী ভাৰতীয় বেগী বলাৰৰ অৱসৰ ঘোষণা; অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিছিল শেষৰখন টি-২০
Share on FacebookShare on TwitterWhatsApp

ভাৰতীয় ক্ৰিকেট দলৰ বেগী বলাৰ সিদ্ধাৰ্থ কৌলে অৱসৰ গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছে। ক্ৰিকেটাৰগৰাকীয়ে ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ লোৱা বুলি জনায়।

সিদ্ধাৰ্থ কৌলে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ভাৰতৰ হৈ ৩ খন এদিনীয়া আৰু ৩ খন টি-২০ মেচ খেলিছে। ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰাৰ সমান্তৰালকৈ তেওঁ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আই পি এলতো খেলিছে।

আই পি এলত সিদ্ধাৰ্থই ছানৰাইজাৰ্ছ হায়দৰাবাদ, ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুকে ধৰি কেইবাটাও দলৰ হৈ খেলিছিল। কিন্তু আই পি এল ২০২৪ৰ মেগা নিলামত তেওঁক কোনো দলে ক্ৰয় কৰা নাছিল। সেয়ে তেওঁ অৱসৰ গ্ৰহণ কৰা বুলি ধাৰণা কৰা হৈছে।

সিদ্ধাৰ্থই সামাজিক মাধ্যম ইনষ্টাগ্ৰামৰ জৰিয়তে এটা পোষ্ট শ্বেয়াৰ কৰি অৱসৰৰ কথা ৰাজহুৱা কৰে। প’ষ্টটোৰ জৰিয়তে তেওঁ কয় যে তেওঁ ভাৰতীয় ক্ৰিকেটৰ পৰা অৱসৰ লৈছে।

উল্লেখ্য যে, বিৰাট কোহলীৰ নেতৃত্বত জয়ী হোৱা ১৯ বছৰ অনুৰ্ধ বিশ্বকাপ বিজয়ী দলৰো অংশ আছিল সিদ্ধাৰ্থ কৌল। ২০০৮ চনত তেওঁ আৰু কোহলী একেটা দলৰ অংশ আছিল।

২০১৮ চনত ভাৰতীয় ছিনিয়ৰ দলৰ হৈ প্ৰথমখন এদিনীয়া মেচ খেলিছিল সিদ্ধাৰ্থ কৌলে। একে বছৰতে তেওঁ প্ৰথমবাৰৰ বাবে টি-২০ ইণ্টাৰনেশ্যনেল মেচতো খেলিছিল।

২০১৬ চনত ছানৰাইজাৰ্ছ হায়দৰাবাদে তেওঁলোকৰ দলত অন্তৰ্ভুক্ত কৰিছিল সিদ্ধাৰ্থক। ইয়াৰ পূৰ্বে ২০১৩ চনত তেওঁ আই পি এলত প্ৰথমখন মেচ খেলিছিল। হায়দৰাবাদৰ লগতে সিদ্ধাৰ্থই কলকাতা নাইট ৰাইডাৰ্ছ, দিল্লী ডেয়াৰডেভিলছ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ হৈ খেলিছে।

এই পৰ্যন্ত আই পি এলত ৫৪খন খেল খেলিছে সিদ্ধাৰ্থই। তেওঁ লাভ কৰিছে ৫৮টা উইকেট। তেওঁৰ সৰ্বোত্তম প্ৰদৰ্শন আছিল এখন মেচত ২৯ ৰানত ৪টা উইকেট।

উল্লেখ্য যে, সিদ্ধাৰ্থই ভাৰতৰ হৈ ৩ খন এদিনীয়া খেল খেলিছে। অৱশ্যে তেওঁ এটাও উইকেট লাভ কৰা নাছিল। ২০১৮ চনত আফগানিস্তানৰ বিৰুদ্ধে শেষৰখন এদিনীয়া খেলিছিল।

ইফালে শেষৰখন টি-২০ মেচ ২০১৯ চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিছিল। ভাৰতৰ হৈ ৩ খন টি-২০ মেচত ৪ টা উইকেট দখল কৰিছে সিদ্ধাৰ্থই।

Tags: Indian BowlerInternational CricketRetirementSiddarth Kaul

Related Posts

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ
Top News

December 7, 2025
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

December 7, 2025
পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….
Top News

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

December 7, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025

শীৰ্ষ সংবাদ

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025