• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
21 °c
Guwahati
23 ° Tue
23 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

এইগৰাকী ভাৰতীয় বেগী বলাৰৰ অৱসৰ ঘোষণা; অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিছিল শেষৰখন টি-২০

Nation NE by Nation NE
November 28, 2024
in Top News, ক্ৰীড়া
0 0
এইগৰাকী ভাৰতীয় বেগী বলাৰৰ অৱসৰ ঘোষণা; অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিছিল শেষৰখন টি-২০
Share on FacebookShare on TwitterWhatsApp

ভাৰতীয় ক্ৰিকেট দলৰ বেগী বলাৰ সিদ্ধাৰ্থ কৌলে অৱসৰ গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছে। ক্ৰিকেটাৰগৰাকীয়ে ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ লোৱা বুলি জনায়।

সিদ্ধাৰ্থ কৌলে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ভাৰতৰ হৈ ৩ খন এদিনীয়া আৰু ৩ খন টি-২০ মেচ খেলিছে। ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰাৰ সমান্তৰালকৈ তেওঁ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আই পি এলতো খেলিছে।

আই পি এলত সিদ্ধাৰ্থই ছানৰাইজাৰ্ছ হায়দৰাবাদ, ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুকে ধৰি কেইবাটাও দলৰ হৈ খেলিছিল। কিন্তু আই পি এল ২০২৪ৰ মেগা নিলামত তেওঁক কোনো দলে ক্ৰয় কৰা নাছিল। সেয়ে তেওঁ অৱসৰ গ্ৰহণ কৰা বুলি ধাৰণা কৰা হৈছে।

সিদ্ধাৰ্থই সামাজিক মাধ্যম ইনষ্টাগ্ৰামৰ জৰিয়তে এটা পোষ্ট শ্বেয়াৰ কৰি অৱসৰৰ কথা ৰাজহুৱা কৰে। প’ষ্টটোৰ জৰিয়তে তেওঁ কয় যে তেওঁ ভাৰতীয় ক্ৰিকেটৰ পৰা অৱসৰ লৈছে।

উল্লেখ্য যে, বিৰাট কোহলীৰ নেতৃত্বত জয়ী হোৱা ১৯ বছৰ অনুৰ্ধ বিশ্বকাপ বিজয়ী দলৰো অংশ আছিল সিদ্ধাৰ্থ কৌল। ২০০৮ চনত তেওঁ আৰু কোহলী একেটা দলৰ অংশ আছিল।

২০১৮ চনত ভাৰতীয় ছিনিয়ৰ দলৰ হৈ প্ৰথমখন এদিনীয়া মেচ খেলিছিল সিদ্ধাৰ্থ কৌলে। একে বছৰতে তেওঁ প্ৰথমবাৰৰ বাবে টি-২০ ইণ্টাৰনেশ্যনেল মেচতো খেলিছিল।

২০১৬ চনত ছানৰাইজাৰ্ছ হায়দৰাবাদে তেওঁলোকৰ দলত অন্তৰ্ভুক্ত কৰিছিল সিদ্ধাৰ্থক। ইয়াৰ পূৰ্বে ২০১৩ চনত তেওঁ আই পি এলত প্ৰথমখন মেচ খেলিছিল। হায়দৰাবাদৰ লগতে সিদ্ধাৰ্থই কলকাতা নাইট ৰাইডাৰ্ছ, দিল্লী ডেয়াৰডেভিলছ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ হৈ খেলিছে।

এই পৰ্যন্ত আই পি এলত ৫৪খন খেল খেলিছে সিদ্ধাৰ্থই। তেওঁ লাভ কৰিছে ৫৮টা উইকেট। তেওঁৰ সৰ্বোত্তম প্ৰদৰ্শন আছিল এখন মেচত ২৯ ৰানত ৪টা উইকেট।

উল্লেখ্য যে, সিদ্ধাৰ্থই ভাৰতৰ হৈ ৩ খন এদিনীয়া খেল খেলিছে। অৱশ্যে তেওঁ এটাও উইকেট লাভ কৰা নাছিল। ২০১৮ চনত আফগানিস্তানৰ বিৰুদ্ধে শেষৰখন এদিনীয়া খেলিছিল।

ইফালে শেষৰখন টি-২০ মেচ ২০১৯ চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিছিল। ভাৰতৰ হৈ ৩ খন টি-২০ মেচত ৪ টা উইকেট দখল কৰিছে সিদ্ধাৰ্থই।

Tags: Indian BowlerInternational CricketRetirementSiddarth Kaul

Related Posts

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!
Top News

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

April 27, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 27, 2026
কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন
Top News

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

April 27, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026

শীৰ্ষ সংবাদ

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025