• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, April 28, 2026
22 °c
Guwahati
22 ° Wed
23 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

চম্ভল কাণ্ডৰ তদন্তৰ দাবী চি বি আইৰ, উচ্চ ন্যায়ালয়ত দাখিল আবেদন

Nation NE by Nation NE
November 29, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
সম্ভল কাণ্ড: উৰাবাতৰি বন্ধ কৰিবলৈ বন্ধ ইণ্টাৰনেট সেৱা, প্ৰশাসনৰ ব্যৱস্থা গ্ৰহণ
Share on FacebookShare on TwitterWhatsApp

উত্তৰ প্ৰদেশৰ চম্ভল জিলাত দেওবাৰে অৰ্থাৎ ২৪ নৱেম্বৰত শ্বাহী জামা মছজিদৰ জৰীপৰ সময়ত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়। অৱশ্যে এতিয়া পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিছে।

এই হিংসাত চাৰিজনৰ প্ৰাণহানি হয়। এই বিষয়ত এলাহাবাদ উচ্চ ন্যায়ালয়ত জনস্বাৰ্থৰ গোচৰ ৰুজু কৰা হৈছে। এই আবেদনত উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ অধ্যক্ষতাত চিবিআইৰ তদন্তৰ দাবী উত্থাপন কৰা হৈছে। ইয়াৰ সমান্তৰালকৈ আৱেদনখনত কালেক্টৰ আৰু এছ পিৰ লগতে সংশ্লিষ্ট বিষয়াসকলৰ ভূমিকা সন্দৰ্ভতো তদন্তৰ দাবী উত্থাপন কৰা হৈছে।

অধিবক্তা ইমৰাণ উল্লাহ আৰু বিনীত বিক্ৰমৰ জৰিয়তে আনন্দ প্ৰকাশ তিৱাৰী নামৰ এজন ব্যক্তিয়ে দাখিল কৰা এই আৱেদনত সম্ভলৰ জামা মছজিদৰ জৰীপৰ পৰা এতিয়ালৈকে সম্পূৰ্ণ তদন্ত কৰিব লাগে বুলিও দাবী উত্থাপন কৰা হৈছে।

ইয়াৰ লগতে উচচ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত এটা বিশেষ তদন্তকাৰী দলে এই ঘটনাত মোৰাদাবাদ মণ্ডলৰ বিভাগীয় আয়ুক্ত, সম্ভলৰ জিলা দণ্ডাধীশ আৰু আৰক্ষী অধীক্ষক আৰু অন্যান্য বিষয়াৰ ভূমিকাৰ তদন্তৰ দাবী উত্থাপন কৰিছে।

আবেদনখনত প্ৰশাসনিক গাফিলতি আৰু এই হিংসাত স্থানীয় বিষয়াৰ ভূমিকাৰ অভিযোগ উত্থাপন কৰা হৈছে। ইয়াৰ সমান্তৰালকৈ ভৱিষ্যতে ধৰ্মীয় স্মৃতিসৌধ বা স্থানৰ জৰীপত সহযোগিতাৰ বাবে জিলা বিষয়াসকলৰ ভূমিকা আৰু দায়িত্ব সন্দৰ্ভত প্ৰয়োজনীয় নিৰ্দেশনাৱলী প্ৰস্তুত কৰিবলৈও দাবী উত্থাপন কৰা হৈছে।

২৪ নৱেম্বৰত এজন অধিবক্তা আয়ুক্তৰ নেতৃত্বত এটা দলে মোগল যুগৰ জামা মছজিদৰ জৰীপ চলোৱাৰ পিছতে সম্ভালত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়। স্থানীয় আদালতৰ নিৰ্দেশত এই সমীক্ষা চলোৱা হৈছিল।

যোৱা দেওবাৰে মছজিদ পুনৰ জৰীপ কৰাৰ সময়ত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছিল। এই সময়ছোৱাত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হোৱা সংঘৰ্ষত চাৰিজনৰ প্ৰাণহানি হোৱাৰ লগতে ২৫জন লোক আহত হয়।

যদিও বৰ্তমানৰ পৰিস্থিতি প্ৰায় স্বাভাৱিক হৈ পৰিছে, তথাপিও মছজিদৰ সমীপৰ বজাৰসমূহৰ ব্যৱসায়ীসকলে এই ঘটনাৰ পিছতেই যথেষ্ট লোকচানৰ সন্মুখীন হোৱা বুলি দাবী কৰে। মছজিদৰ পৰা ডেৰ কিলোমিটাৰ দূৰত্বত অৱস্থিত বুলিয়ন বজাৰত অৱস্থিত বুলিয়নৰ দোকানৰ মালিকসকলে সৰ্বাধিক লোকচানৰ সন্মুখীন হৈছে।

চম্ভলৰ সকলো স্পৰ্শকাতৰ স্থানত আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে। কেৱল সম্ভলতে নহয়, মোৰাদাবাদ সংমণ্ডলৰ পাঁচোখন জিলাতে সতৰ্কতা বজাই ৰখা হৈছে। দেওবাৰে সংঘটিত হিংসাত্মক পৰিস্থিতিৰ ফলত কিমান ক্ষয়-ক্ষতি হৈছে সেয়াও জানিব পৰা হৈছে।

দেওবাৰে সংঘটিত এই হিংসাত্মক ঘটনাৰ পিছৰে পৰা আৰক্ষীয়ে ধাৰাবাহিকভাৱে অভিযুক্তক গ্ৰেপ্তাৰ কৰি আহিছে সমগ্ৰ বিষয়টোত আৰক্ষীয়ে ৭টা গোচৰ পঞ্জীয়ন কৰি এতিয়ালৈকে ৩১জন লোকক গ্ৰেপ্তাৰ কৰিছে। য’ত বহু মহিলাকো অন্তৰ্ভুক্ত কৰি লোৱা হৈছে।

Tags: IndiaSambhalUttar Pradesh

Related Posts

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 28, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 28, 2026
‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন
Top News

‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন

April 27, 2026
২৫ কোটি টকীয়া এক বিৰল যন্ত্ৰ, লণ্ডনত নিলাম হ’ব জয়পুৰৰ ৰাজবংশীয় ‘ছুপাৰ কম্পিউটাৰ’!
Top News

২৫ কোটি টকীয়া এক বিৰল যন্ত্ৰ, লণ্ডনত নিলাম হ’ব জয়পুৰৰ ৰাজবংশীয় ‘ছুপাৰ কম্পিউটাৰ’!

April 27, 2026
‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট
Top News

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট

April 27, 2026
পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!
Top News

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

April 27, 2026

শীৰ্ষ সংবাদ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন

২৫ কোটি টকীয়া এক বিৰল যন্ত্ৰ, লণ্ডনত নিলাম হ’ব জয়পুৰৰ ৰাজবংশীয় ‘ছুপাৰ কম্পিউটাৰ’!

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025