• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
21 °c
Guwahati
23 ° Tue
24 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভাৰতৰ বাবে ভাল খবৰ; পিংক বল টেষ্টত নেখেলে অষ্ট্ৰেলিয়াৰ এইগৰাকী তাৰকা বলাৰে

Nation NE by Nation NE
December 1, 2024
in Top News, ক্ৰীড়া
0 0
ভাৰতৰ বাবে ভাল খবৰ; পিংক বল টেষ্টত নেখেলে অষ্ট্ৰেলিয়াৰ এইগৰাকী তাৰকা বলাৰে
Share on FacebookShare on TwitterWhatsApp

ভাৰতৰ বিৰুদ্ধে পিংক বলেৰে খেলিবলগীয়া বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ দ্বিতীয়খন টেষ্টৰ পূৰ্বে অষ্ট্ৰেলিয়া দলৰ বাবে আহিছে এটা বেয়া খবৰ। আঘাতৰ বাবে ৬ ডিচেম্বৰৰ পৰা হ’বলগীয়া দিবা নৈশ টেষ্টখনৰ পৰা বাহিৰ হৈছে দলটোৰ মুখ্য বেগী বলাৰ জছ হেজলউড।

হেজলউডৰ ঠাইত নিৰ্বাচকে ছীন এবট আৰু ব্ৰেণ্ডন ডোগেটক দলত স্থান দিছে। ক্ৰিকেট অষ্ট্ৰেলিয়াই শনিবাৰে এক বিবৃতিত কয় যে আঘাতৰ বাবে অষ্ট্ৰেলিয়া দলৰ অনুভৱী বেগী বলাৰ জছ হেজলউডে এডিলেইডত হ’বলগীয়া দিবা-নৈশ টেষ্ট মেচখনৰ পৰা বাহিৰ হৈছে। শৰীৰৰ বাঁওফালে সাধাৰণ আঘাত পাইছে বলাৰগৰাকীয়ে।

উল্লেখ্য যে, পাৰ্থ টেষ্টত অষ্ট্ৰেলিয়া দলৰ হৈ একমাত্ৰ জছ হেজলউডেই শ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াইছিল। তেওঁ প্ৰথম ইনিংছত চাৰিটা উইকেট লাভ কৰাৰ লগতে দ্বিতীয় ইনিংছত এটা উইকেট লাভ কৰিছিল।

ছীন এবট আৰু ব্ৰেণ্ডন ডোগেট কোন?

বেগী বলাৰ ডোগেটে চলিত ছিজনত তিনিখন শ্বিল্ড মেচত ৩৪.২৭ গড়ে ১১টা উইকেট দখল কৰিছে। আনহাতে ৩২ বছৰীয়া ছীন এবটে ছুটী সংস্কৰণত অষ্ট্ৰেলিয়াৰ হৈ এজন ভাল খেলুৱৈ হিচাপে প্ৰমাণিত হৈছে। ২০১৪ চনৰ অক্টোবৰ মাহত আন্তঃৰাষ্ট্ৰীয় অভিষেক ঘটোৱাৰ পিছত তেওঁ ২৬খন এদিনীয়া আৰু ২০খন টি-২০ মেচ খেলিছে যদিও এতিয়ালৈকে এখনো টেষ্ট মেচ খেলাৰ সুযোগ পোৱা নাই। এই ছিজনত শ্বিল্ডৰ দুখন মেচত গড়ে ১৯.৮৪ ৰানত ১৩টা উইকেট দখল কৰিছে এবটে।

Tags: Adelaide testAustraliaBorder-Gavaskar TrophyIndia vs AustraliaJosh Hazlewood

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025