• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, July 23, 2025
31 °c
Guwahati
30 ° Thu
31 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আল্লাহু আকবৰ ধ্বনি আৰক্ষীক আক্ৰমণ উচ্ছেদিতৰ, গুলীবিদ্ধ ১জনৰ প্ৰাণহানি

    চৰকাৰী ভূমিত সন্দেহজনক লোকৰ আগ্ৰাসনক লৈ সৰৱ চৰকাৰ…

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    কোন কোন ৰাশিৰ জাতক-জাতিকাৰ খৰচ বৃদ্ধিৰ যোগ? জানিবলৈ পঢ়ক ৰাশিফল

    উচটনিমূলক ৰীলচ বনাই গ্ৰেপ্তাৰ যুৱক, জানক সবিশেষ…

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

    হাৰিয়ানাত গ্ৰেপ্তাৰ অসমৰ শ্ৰমিক, জানক অবৈধ বাংলাদেশীৰ সন্দেহত গ্ৰেপ্তাৰ হোৱা শ্ৰমিকৰ সবিশেষ তথ্য

    ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

    ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো কেনে হ’ব? পঢ়ক সবিশেষ আমাৰ ৰাশিফলত…

    বাকযুদ্ধ! মমতা বেনাৰ্জীক উভতি ধৰিলে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

    অবৈধ বাংলাদেশীক ধৰিবলৈ গঠন কৰা হ’ল বিশেষ টাস্ক ফ’ৰ্চ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      মই মুখ্যমন্ত্ৰী হোৱাটো জনসাধাৰণে বিচাৰে : একনাথ সিন্দে

      Nation NE by Nation NE
      December 2, 2024
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      মই মুখ্যমন্ত্ৰী হোৱাটো জনসাধাৰণে বিচাৰে : একনাথ সিন্দে
      Share on FacebookShare on TwitterWhatsApp

      শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন মহাযুটিয়ে একচেটীয়া বিজয় সাব্যস্ত কৰিছে। নিৰকুংশ বিজয় সাব্যস্ত কৰাৰ পিছতো মিত্ৰজোঁটে এই পৰ্যন্ত চূড়ান্ত কৰিব পৰা নাই মুখ্যমন্ত্ৰীৰ নাম।

      বিজেপিৰ জ্যেষ্ঠ নেতা দেৱেন্দ্ৰ ফাড়নবিশ মুখ্যমন্ত্ৰী হোৱাটো একপ্ৰকাৰ নিশ্চিত হোৱাৰ মাজতে এইবাৰ তদাৰকী মুখ্যমন্ত্ৰী একনাথ সিন্দেই মুখ্যমন্ত্ৰী সন্দৰ্ভত কৰিছে এক তাৎপৰ্যপূৰ্ণ মন্তব্য।

      মুখ্যমন্ত্ৰীৰ আসনখন এৰিব নোখোজা শিৱসেনাৰ নেতা এখনাথ সিন্দেই কয় যে তেওঁক ৰাজ্যৰ জনসাধাৰণে মুখ্যমন্ত্ৰীৰূপে চাব বিচাৰে। ইয়াৰ পূৰ্বে তেওঁ কৈছিল যে যদিহে মিত্ৰজোঁটত অজিত পাৱাৰ নেতৃত্বাধীন এন চি পি নাথাকিলহেতেন তেন্তে তেওঁৰ দলে ৯০ৰ পৰা ১০০খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিলেহেতেন আৰু আসনৰ সংখ্যা বৃদ্ধি পালেহেতেন।

      এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত দিয়া সাক্ষাৎকাৰত তেওঁ কয়, ‘মই জনতাৰ মুখ্যমন্ত্ৰী। মই সদায় কৈ আহিছো যে মুখ্যমন্ত্ৰী হোৱাৰ উপৰিও মই এজন সাধাৰণ নাগৰিকো। ৰাইজৰ সমস্যাবোৰ মই জানো আৰু লগতে বুজি পাওঁ তেওঁলোকৰ বেদনা। মই জনসাধাৰণৰ সমস্যা সমাধানৰ চেষ্টা কৰিছো। মই সাধাৰণ মানুহৰ বাবে কাম কৰো। এই কাৰণে মানুহে বিশ্বাস কৰে যে মই মুখ্যমন্ত্ৰী হোৱা উচিত।’

      এখনাথ সিন্দেৰ এই মন্তব্যৰ বিপৰীতে বিজেপিৰ জ্যেষ্ঠ নেতা প্ৰবীন দৰেকৰে দেওবাৰে প্ৰদান কৰিছে এক ডাঙৰ মন্তব্য। তেওঁ কয়, ‘মহাযুটিত কোনো সংঘাত নাই। এতিয়া ৫ ডিচেম্বৰত মহাযুটি চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব। তিনিওটা দলৰ নেতাই শপত গ্ৰহণ কৰিব।’

      উল্লেখ্য যে, ২০ নৱেম্বৰত অনুষ্ঠিত হৈ যোৱা বিধানসভা নিৰ্বাচনত বিজেপি, একনাথ সিন্দেৰ শিৱসেনা আৰু অজিত পাৱাৰ নেতৃত্বাধীন এন চি পিয়ে ২৮৮ খন আসনৰ ভিতৰত ২৩০ খন আসনতেই জয় লাভ কৰিছিল।

      এই নিৰ্বাচনত ১৩২ খন আসন দখল কৰি সৰ্ববৃহত দল হিচাপে পৰিগণিত হৈছে বিজেপি। ইফালে একনাথ সিন্দে বাহিনীয়ে ৫৭ খন আৰু অজিত পাৱাৰ এন চি পিয়ে ৪১ খন আসনত জয় লাভ কৰিছিল।

      Tags: Devendra FadnavisEknath ShindeMaharashtra

      Related Posts

      ৫ বছৰৰ পাছত চীনৰ নাগৰিকৰ বাবে ডাঙৰ সিদ্ধান্ত ভাৰত চৰকাৰৰ
      Top News

      July 23, 2025
      আল-কায়দাৰ সৈতে জড়িতৰ সন্দেহত চাৰিজনক গ্ৰেপ্তাৰ ATSৰ

      ২৯ জুলাইত সদনৰ মজিয়াত ‘অপাৰেচন সিন্দূৰ’ সন্দৰ্ভত চৰ্চা; ১৬ ঘণ্টালৈ চলিব বিতৰ্ক

      দৈৰ লগত জড়িত এই গুৰুত্বপূৰ্ণ তথ্য আপুনি জানেনে? সবিশেষ…

      অপাৰেচন সেন্দুৰত পাকিস্তানক অস্ত্ৰ যোগান ধৰা তুৰস্কলৈ আমেৰিকাৰ মোক্ষম আঘাত…
      Top News

      অপাৰেচন সেন্দুৰত পাকিস্তানক অস্ত্ৰ যোগান ধৰা তুৰস্কলৈ আমেৰিকাৰ মোক্ষম আঘাত…

      July 23, 2025
      আল্লাহু আকবৰ ধ্বনি আৰক্ষীক আক্ৰমণ উচ্ছেদিতৰ, গুলীবিদ্ধ ১জনৰ প্ৰাণহানি
      Top News

      চৰকাৰী ভূমিত সন্দেহজনক লোকৰ আগ্ৰাসনক লৈ সৰৱ চৰকাৰ…

      July 23, 2025

      শীৰ্ষ সংবাদ

      ৫ বছৰৰ পাছত চীনৰ নাগৰিকৰ বাবে ডাঙৰ সিদ্ধান্ত ভাৰত চৰকাৰৰ

      আল-কায়দাৰ সৈতে জড়িতৰ সন্দেহত চাৰিজনক গ্ৰেপ্তাৰ ATSৰ

      ২৯ জুলাইত সদনৰ মজিয়াত ‘অপাৰেচন সিন্দূৰ’ সন্দৰ্ভত চৰ্চা; ১৬ ঘণ্টালৈ চলিব বিতৰ্ক

      দৈৰ লগত জড়িত এই গুৰুত্বপূৰ্ণ তথ্য আপুনি জানেনে? সবিশেষ…

      অপাৰেচন সেন্দুৰত পাকিস্তানক অস্ত্ৰ যোগান ধৰা তুৰস্কলৈ আমেৰিকাৰ মোক্ষম আঘাত…

      চৰকাৰী ভূমিত সন্দেহজনক লোকৰ আগ্ৰাসনক লৈ সৰৱ চৰকাৰ…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist