• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
21 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মই মুখ্যমন্ত্ৰী হোৱাটো জনসাধাৰণে বিচাৰে : একনাথ সিন্দে

Nation NE by Nation NE
December 2, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
মই মুখ্যমন্ত্ৰী হোৱাটো জনসাধাৰণে বিচাৰে : একনাথ সিন্দে
Share on FacebookShare on TwitterWhatsApp

শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন মহাযুটিয়ে একচেটীয়া বিজয় সাব্যস্ত কৰিছে। নিৰকুংশ বিজয় সাব্যস্ত কৰাৰ পিছতো মিত্ৰজোঁটে এই পৰ্যন্ত চূড়ান্ত কৰিব পৰা নাই মুখ্যমন্ত্ৰীৰ নাম।

বিজেপিৰ জ্যেষ্ঠ নেতা দেৱেন্দ্ৰ ফাড়নবিশ মুখ্যমন্ত্ৰী হোৱাটো একপ্ৰকাৰ নিশ্চিত হোৱাৰ মাজতে এইবাৰ তদাৰকী মুখ্যমন্ত্ৰী একনাথ সিন্দেই মুখ্যমন্ত্ৰী সন্দৰ্ভত কৰিছে এক তাৎপৰ্যপূৰ্ণ মন্তব্য।

মুখ্যমন্ত্ৰীৰ আসনখন এৰিব নোখোজা শিৱসেনাৰ নেতা এখনাথ সিন্দেই কয় যে তেওঁক ৰাজ্যৰ জনসাধাৰণে মুখ্যমন্ত্ৰীৰূপে চাব বিচাৰে। ইয়াৰ পূৰ্বে তেওঁ কৈছিল যে যদিহে মিত্ৰজোঁটত অজিত পাৱাৰ নেতৃত্বাধীন এন চি পি নাথাকিলহেতেন তেন্তে তেওঁৰ দলে ৯০ৰ পৰা ১০০খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিলেহেতেন আৰু আসনৰ সংখ্যা বৃদ্ধি পালেহেতেন।

এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত দিয়া সাক্ষাৎকাৰত তেওঁ কয়, ‘মই জনতাৰ মুখ্যমন্ত্ৰী। মই সদায় কৈ আহিছো যে মুখ্যমন্ত্ৰী হোৱাৰ উপৰিও মই এজন সাধাৰণ নাগৰিকো। ৰাইজৰ সমস্যাবোৰ মই জানো আৰু লগতে বুজি পাওঁ তেওঁলোকৰ বেদনা। মই জনসাধাৰণৰ সমস্যা সমাধানৰ চেষ্টা কৰিছো। মই সাধাৰণ মানুহৰ বাবে কাম কৰো। এই কাৰণে মানুহে বিশ্বাস কৰে যে মই মুখ্যমন্ত্ৰী হোৱা উচিত।’

এখনাথ সিন্দেৰ এই মন্তব্যৰ বিপৰীতে বিজেপিৰ জ্যেষ্ঠ নেতা প্ৰবীন দৰেকৰে দেওবাৰে প্ৰদান কৰিছে এক ডাঙৰ মন্তব্য। তেওঁ কয়, ‘মহাযুটিত কোনো সংঘাত নাই। এতিয়া ৫ ডিচেম্বৰত মহাযুটি চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব। তিনিওটা দলৰ নেতাই শপত গ্ৰহণ কৰিব।’

উল্লেখ্য যে, ২০ নৱেম্বৰত অনুষ্ঠিত হৈ যোৱা বিধানসভা নিৰ্বাচনত বিজেপি, একনাথ সিন্দেৰ শিৱসেনা আৰু অজিত পাৱাৰ নেতৃত্বাধীন এন চি পিয়ে ২৮৮ খন আসনৰ ভিতৰত ২৩০ খন আসনতেই জয় লাভ কৰিছিল।

এই নিৰ্বাচনত ১৩২ খন আসন দখল কৰি সৰ্ববৃহত দল হিচাপে পৰিগণিত হৈছে বিজেপি। ইফালে একনাথ সিন্দে বাহিনীয়ে ৫৭ খন আৰু অজিত পাৱাৰ এন চি পিয়ে ৪১ খন আসনত জয় লাভ কৰিছিল।

Tags: Devendra FadnavisEknath ShindeMaharashtra

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025