• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, March 18, 2026
22 °c
Guwahati
23 ° Thu
23 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কংগ্ৰেছত গৃহকন্দল! জ্যেষ্ঠ কংগ্ৰেছ সাংসদে কৰিব নেকি দলত্যাগ? মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া…

    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুনৰ ‘মৃত্যুৰ পথ’ দেখুৱালে গুগল মেপে! তিনিজন যুৱকৰ সৈতে ঘটিল অঘটন

Nation NE by Nation NE
December 3, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
পুনৰ ‘মৃত্যুৰ পথ’ দেখুৱালে গুগল মেপে! তিনিজন যুৱকৰ সৈতে ঘটিল অঘটন
Share on FacebookShare on TwitterWhatsApp

গুগল মেপক বিশ্বাস কৰি যাত্ৰা কৰা তিনিজন লোকৰ সৈতে ঘটিল এটা ভয়ংকৰ ঘটনা। উত্তৰ প্ৰদেশৰ ইজ্জত নগৰ থানাৰ অন্তৰ্গত পিলিভীত পথত এখন টাটা টিয়াগো বাহনে গুগল মেপে দেখুওৱা পথৰ বাবে এটা খালত সোমাই যায়।

দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত গাড়ীখনত আছিল ৩ জন যুৱক। ইফালে ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী প্ৰশাসনৰ দল ঘটনাস্থলত উপস্থিত হয়। আৰক্ষীৰ লগতে স্থানীয় লোকৰ সহায়ত জেচিবিৰে উদ্ধাৰ কৰে গাড়ীখন।

হৰিয়ানাৰ বাসিন্দা দিব্যাংশুৱে হাৰিয়ানা পঞ্জীয়নভুক্ত গাড়ীৰে পিলিভীতলৈ গৈ আছিল। তেওঁ কয় যে তেওঁ গুগল মেপৰ সহায়ত এই পথটোৰে যাত্ৰা কৰিছিল। কিন্তু গুগল মেপে দেখুওৱা ভুল মেপৰ বাবে খালটোত বাগৰি পৰে বাহনখন। গাড়ীখনত তিনিজন মানুহ আছিল। সৌভাগ্যৰ কথা যে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই।

মহানগৰ আৰক্ষী থানা মানুষ পাৰিকে জনোৱা মতে, মঙলবাৰে পুৱা কানপুৰৰ পৰা তিনিজন লোক গুগল মেপৰ সহায়ত পিলিভীতলৈ গৈ আছিল। তাৰ গুগল মেপে দেখুওৱা ভুল পথৰ বাবে তেওঁলোকৰ গাড়ীখন এটা খালত বাগৰি পৰে। অৱশ্যে তিনিওজন লোক সুৰক্ষিত।

উল্লেখ্য যে, ইয়াৰ ১০ দিন পূৰ্বেও সংঘটিত হৈছিল অনুৰূপ ঘটনা। ২৪ নৱেম্বৰত গুগল মেপে ভুল পথ দেখুওৱাৰ বাবে বেৰেলীত এখন গাড়ী দলঙৰ পৰা পৰি গৈছিল। এই দুৰ্ঘটনাত তিনিজন যুৱকৰ মৃত্যু হৈছিল।

গাড়ীত থকা যুৱকজনে গুগল মেপৰ সহায়ত আগবাঢ়ি গ’ল আৰু দলং শেষ হোৱাৰ লগে লগে তেওঁৰ গাড়ীখন ২০ ফুট বাগৰি পৰিল। এই ঘটনাত পোহৰলৈ আহিছে পি ডব্লিউ ডিৰ স্থূল গাফিলতি।

Tags: #AccidentGoogle mapUttar Pradesh

Related Posts

শ্বুটিঙৰ মাজতে বলীউড অভিনেতা মনোজ বাজপেয়ীক প্ৰহাৰ ক্ষুব্ধ যুৱকৰ; চেটত চাঞ্চল্যকৰ কাণ্ড
Top News

March 18, 2026
আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী
Top News

আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

March 18, 2026
আমেৰিকাই জব্দ কৰিব নেকি হৰমুজ? ইৰাণৰ ক্ষেপণাস্ত্ৰ ঘাটিত নিক্ষেপ ৫ হাজাৰ পাউণ্ডৰ বাৰুদ

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে ভাৰতলৈ বন্ধুত্বৰ প্ৰতিশ্ৰুতি এই মুছলমান দেশৰ, ৪ খন টেংকাৰেৰে লাখ লাখ বেৰেল তেল প্ৰেৰণ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 18, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 18, 2026

শীৰ্ষ সংবাদ

শ্বুটিঙৰ মাজতে বলীউড অভিনেতা মনোজ বাজপেয়ীক প্ৰহাৰ ক্ষুব্ধ যুৱকৰ; চেটত চাঞ্চল্যকৰ কাণ্ড

আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

আমেৰিকাই জব্দ কৰিব নেকি হৰমুজ? ইৰাণৰ ক্ষেপণাস্ত্ৰ ঘাটিত নিক্ষেপ ৫ হাজাৰ পাউণ্ডৰ বাৰুদ

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে ভাৰতলৈ বন্ধুত্বৰ প্ৰতিশ্ৰুতি এই মুছলমান দেশৰ, ৪ খন টেংকাৰেৰে লাখ লাখ বেৰেল তেল প্ৰেৰণ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025