• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, February 12, 2026
22 °c
Guwahati
22 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…

    নতুন ৰূপত দেখা যাব হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী, ভিডিঅ’ ভাইৰেলৰ পিছতেই প্ৰশাসনে ল’লে এই ব্যৱস্থা…

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আঁতৰিব লাগিব সকলো বেদখলকাৰী, পুনৰ ১০০০ৰো অধিক পৰিয়াললৈ উচ্ছেদৰ জাননী…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

লাডাখলৈ কেন্দ্ৰৰ উপহাৰ, চৰকাৰী চাকৰিত ৯৫% সংৰক্ষণৰ প্ৰস্তাৱ

Nation NE by Nation NE
December 4, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
লাডাখলৈ কেন্দ্ৰৰ উপহাৰ, চৰকাৰী চাকৰিত ৯৫% সংৰক্ষণৰ প্ৰস্তাৱ
Share on FacebookShare on TwitterWhatsApp

কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখৰ জনসাধাৰণৰ বাবে এক ডাঙৰ সিদ্ধান্ত লৈছে। চৰকাৰে চৰকাৰী চাকৰিত স্থানীয় লোকক ৯৫% সংৰক্ষণ দিয়াৰ প্ৰস্তাৱ আগবঢ়াইছে।

ইয়াৰ পূৰ্বে এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি, লাডাখৰ দুটা প্ৰধান সংগঠন লেহ এপেক্স বডি (এল এ বি) আৰু কাৰ্গিল ডেম’ক্ৰেটিক এলায়েন্সে মঙলবাৰে কেন্দ্ৰীয় মন্ত্ৰী নিত্যানন্দ ৰায়ক সাক্ষাৎ কৰি নিজৰ বহু দাবীৰ বাবে সাক্ষাৎ কৰে।

বৈঠকত অংশগ্ৰহণ কৰি লাডাখৰ সাংসদ মহম্মদ হানিফাই কয় যে লাডাখৰ গেজেটেড বিষয়াৰ ৯৫ শতাংশ পদ স্থানীয় লোকৰ বাবে সংৰক্ষিত হ’ব বুলি সহমতত উপনীত হৈছে। বৈঠকৰ অন্তত হানিফাই কয় যে,  লাডাখবাসীৰ বাবে এয়া এক ডাঙৰ খবৰ। গৃহ মন্ত্ৰালয়ে গেজেটেড বিষয়াৰ ৯৫ শতাংশ চাকৰি স্থানীয় লোকৰ বাবে সংৰক্ষণ কৰিবলৈ সন্মত হৈছে।

এতিয়া দুয়োপক্ষই অহা বছৰৰ ১৫ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া পৰৱৰ্তী বৈঠকত চুক্তিবদ্ধ দাবীসমূহ কাৰ্যকৰী কৰাৰ বিষয়ত আলোচনা কৰিব। লাডাখৰ পৰা পদযাত্ৰাৰ নেতৃত্ব দি দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰা জলবায়ু কৰ্মী সোণম ৱাংচুকৰ নেতৃত্বত লাডাখী কৰ্মীসকলৰ দাবী বিবেচনা কৰাৰ আশ্বাস কেন্দ্ৰই দিয়াৰ পিছতে এই বৈঠক অনুষ্ঠিত হয়।

ইয়াৰ পূৰ্বে কালি লেহ এপেক্স বডি আৰু কাৰ্গিল ডেম’ক্ৰেটিক এলায়েন্সে কেন্দ্ৰীয় মন্ত্ৰী নিত্যানন্দ ৰায়ক সাক্ষাৎ কৰি লাডাখক ৰাজ্যৰ অধিকাৰ প্ৰদান, কেন্দ্ৰীয় শাসিত অঞ্চলক সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰা, অঞ্চলটোৰ বাবে বিশেষ লোকসেৱা আয়োগ গঠন আদি বিষয়ত আলোচনা কৰে। লগতে বহুতো গুৰুত্বপূৰ্ণ দাবীৰ ওপৰতো আলোচনা কৰে। ইয়াৰ উপৰিও সংগঠনসমূহে লাডাখত ২খন লোকসভাৰ আসন (এখন কাৰ্গিলৰ বাবে আৰু এখন লেহৰ বাবে) আসনৰো দাবী জনাইছে। বৰ্তমান ইয়াত কেৱল লাডাখ লোকসভাৰ আসন।

গৃহ মন্ত্ৰালয়ে, নিত্যানন্দ ৰায়ৰ নেতৃত্বত এইচ পি চি গঠন কৰি ভৌগোলিক অৱস্থান আৰু অঞ্চলটোৰ কৌশলগত গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি অঞ্চলটোৰ অনন্য সংস্কৃতি আৰু ভাষা ৰক্ষাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থাসমূহৰ বিষয়ে আলোচনা কৰে৷

লাডাখৰ বহু সংগঠনে দীৰ্ঘদিন ধৰি অঞ্চলটোৰ বাবে পৃথক কেন্দ্ৰীয় শাসিত অঞ্চলৰ দাবী জনাই আহিছিল, যিটো ২০১৯ চনৰ ৫ আগষ্টত সম্পন্ন হৈছিল। অৱশ্যে কিছুদিন পূৰ্বে লেব আৰু কেডিএই তেওঁলোকৰ গুৰুত্বপূৰ্ণ দাবীক লৈ বহু ঠাইত প্ৰতিবাদ কৰিছিল। ইফালে আগষ্ট মাহত লাডাখত পাঁচখন নতুন জিলা গঠনৰ কথা ঘোষণা কৰে কেন্দ্ৰই।

Tags: Central GovernmentIndiaLadakh

Related Posts

ভাৰত-পাকিস্তানৰ খেলক লৈ ICCৰ ডাঙৰ সিদ্ধান্ত, একেখন বৈঠকত ICC, BCB, আৰু PCBৰ সকলো সদস্য, জানক সবিশেষ…
Top News

February 12, 2026
তাৰিক ৰহমান হ’ব নেকি বাংলাদেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী? বাংলাদেশৰ জনতাই বিচাৰে কি?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

February 12, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

February 12, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

February 11, 2026
এখন বিদ্যালয়ত নিৰ্বিচাৰ গু*লী*চা*লনা, আহত কেইবাজনো লোক

শীৰ্ষ সংবাদ

PSL ৰ ইতিহাসত আটাইতকৈ ব্যয়বহুল হিচাপে পৰিগণিত এইগৰাকী ক্ৰিকেটাৰ! বাবৰ আজমৰ তুলনাত পাব ২ গুণকৈ টকা…

ভাৰত-পাকিস্তানৰ খেলক লৈ ICCৰ ডাঙৰ সিদ্ধান্ত, একেখন বৈঠকত ICC, BCB, আৰু PCBৰ সকলো সদস্য, জানক সবিশেষ…

তাৰিক ৰহমান হ’ব নেকি বাংলাদেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী? বাংলাদেশৰ জনতাই বিচাৰে কি?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025