• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, October 25, 2025
25 °c
Guwahati
25 ° Sun
25 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

    জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

    ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কেনেকৈ, কিয় মন্ত্ৰিত্ব পদ পালে এই ৪ বিধায়কে

Nation NE by Nation NE
December 7, 2024
in Top News, অসম, ৰাষ্ট্ৰীয়
0 0
কেনেকৈ, কিয় মন্ত্ৰিত্ব পদ পালে এই ৪ বিধায়কে
Share on FacebookShare on TwitterWhatsApp

দীর্ঘদিনীয়া জল্পনা-কল্পনা আৰু চৰ্চাৰ অন্ত পেলাই অৱশেষত আজি অৰ্থাৎ ৭ ডিচেম্বৰত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা মন্ত্রীসভাত ৪ গৰাকী বিধায়কে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব।

বিগত প্রায় এবছৰ ধৰি মন্ত্রীসভাৰ সম্প্ৰসাৰণক লৈ চলি থকা চৰ্চা আৰু বিভিন্ন আলোচনাৰ অন্তত আজি চাৰিজন বিধায়কে মন্ত্রীৰূপে শপত ল’ব।

সামাজিক মাধ্যমযোগে এই কথা সদৰী কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্রীয়ে প্রকাশ কৰা অনুসৰি, ডিব্ৰুগড়ৰ জ্যেষ্ঠ বিধায়ক প্রশান্ত ফুকন, লক্ষীপুৰ সমষ্টিৰ বিধায়ক কৌশিক ৰায়, পাথাৰকান্দি সমষ্টিৰ বিধায়ক কৃষ্ণেন্দু পাল আৰু ডুমডুমা সমষ্টিৰ বিধায়ক ৰূপেশ গোৱালাই লাভ কৰিব মন্ত্রিত্ব।

উল্লেখ্য যে উপ-নির্বাচনৰ পাছতেই মন্ত্রীসভাৰ সম্প্ৰসাৰণ ঘটিব বুলি পূর্বেই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল। আজি মুখ্যমন্ত্ৰীৰ উপস্থিতিত অসম ৰাজ্যিক কলাক্ষেত্ৰত শপতবাক্য পাঠ কৰোৱাব ৰাজ্যপালে।

মন্ত্ৰীসভাৰ ৰদ-বদল হ’লেই চৰ্চালৈ আহে বিধায়ক প্ৰশান্ত ফুকনৰ নাম। বছৰ-বছৰ ধৰি অসমৰ ৰাজনীতি এগৰাকী সৰৱ নেতাৰ ভূমিকা পালন কৰি আহিছিল বিধায়ক ফুকনে। সেয়া লাগিলে কংগ্ৰেছ চৰকাৰৰ দিনত পিঁয়াজৰ মালা পিন্ধি প্ৰতিবাদ, গৰুগাড়ীত চিলিণ্ডাৰ ওলোমাই প্ৰতিবাদে হওক। ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক বিতৰ্কত সৰৱ ভূমিকা পালন কৰি আহিছিল বিধায়ক ফুকনে।

২০০৬ চনৰ পৰা ধাৰাবাহিকভাৱে ডিব্ৰুগড় বিধানসভাৰ পৰা বিধায়কৰূপে নিৰ্বাচিত হৈ আহিছে প্ৰশান্ত ফুকন। তেওঁ ২০০৬, ২০১১, ২০১৬ আৰু ২০২১ চনত অসম বিধানসভাৰ নিৰ্বাচনত ডিব্ৰুগড়ৰ পৰা নিৰ্বাচিত হৈছে। ২০২১ চনত প্ৰশান্ত ফুকনে ৩৮০০৫টা ভোটৰ ব্যৱধানত অসম বিধানসভাৰ নিৰ্বাচনত জয়লাভ কৰিছিল। পদত্যাগ কৰাৰ পূৰ্বে তেওঁ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ পৰিচালনা সমিতিৰ অধ্যক্ষ আছিল।

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাক বিশেষ ধন্যবাদ জ্ঞাপন কৰি প্রশান্ত ফুকনে কয় যে, তেওঁক এই গুৰুত্বপূৰ্ণ স্থান দিয়াৰ বাবে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্রী অমিত শ্বাহক ধন্যবাদ জ্ঞাপন কৰে।

ইফালে উজনি অসমৰ চাহ জনগোষ্ঠীৰ প্ৰতিনিধি হিচাপে ৰূপেশ গোৱালাই মন্ত্রিত্ব লাভ কৰাটোৱে বিশেষ তাৎপর্য বহন কৰিছে। ২০১৬ চনত কংগ্ৰেছৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি ডুমডুমাত পৰাজিত হোৱা ৰূপেশ গোৱালাই ২০২১ চনত বিজেপিৰ প্রার্থী ৰূপে জয়লাভ কৰিবলৈ সক্ষম হয়। মন্ত্রী সঞ্জয় কিষাণৰ স্থানত ৰূপেশ গোৱালাক মন্ত্রীসভাত অন্তর্ভুক্ত কৰা বিষয়টোৱে যথেষ্ট চর্চা লাভ কৰিছে।

আনহাতে বৰাক উপত্যকাৰ পৰা পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পালৰ মন্ত্রিত্ব লাভৰ সম্ভাৱনা পূৰ্বৰ পৰাই আছিল। পৰিমল শুক্লবৈদ্যৰ স্থানত কৃষ্ণেন্দু পালৰ মন্ত্রিত্ব লাভৰ সম্ভাৱনা যথেষ্ট উজ্জ্বল হৈছিল শেহতীয়াকৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ বৰাক ভ্ৰমণৰ সময়তে। দুবাৰকৈ পাথাৰকান্দি সমষ্টিৰ পৰা জয়ী হৈ অহা কৃষ্ণেন্দু পাল মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ হিচাপেও পৰিচিত। কৃষ্ণেন্দু পালে ২০১৬ চনৰ পৰা ২০২১ চনলৈ অসম বিধানসভালৈ নিৰ্বাচিত হৈ ২০২১ চনত কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি সমষ্টিৰ পৰা পুনৰ নিৰ্বাচিত হয়।

মন্ত্রীসভাৰ এই সম্প্ৰসাৰণত লক্ষীপুৰ সমষ্টিৰ বিধায়ক কৌশিক ৰায়ৰ অন্তর্ভুক্তি যথেষ্ট তাৎপর্যপূর্ণ বুলি বিবেচিত কৰা হৈছে। প্ৰথমবাৰৰ বাবে লক্ষীপুৰ সমষ্টিৰ পৰা বিজেপি প্রার্থী হিচাপে জয়ী হৈ অহা কৌশিক ৰায়ে দলীয় সাংগঠনিক কাম-কাজত শেহতীয়াকৈ যথেষ্ট সক্ৰিয় হৈ পৰিছিল যাৰ বাবে কৌশিক ৰয়কো মন্ত্ৰিত্ব প্ৰদানৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী শৰ্মাই। বৰাকৰ লক্ষীপুৰ সমষ্টিক প্ৰতিনিধিত্ব কৰা ৰয়ৰ এতিয়া যাত্ৰা বিধায়কৰ পৰা মন্ত্ৰীলৈ।

Tags: #AssamDr himanta biswa sarmaMinister

Related Posts

পশ্চিম তুৰস্কত বৃহৎ নাও দুৰ্ঘটনা, কমেও ১৪ জনৰ প্ৰাণহানি…
Top News

October 25, 2025
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
Top News

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

October 25, 2025
ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…
Top News

ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

October 25, 2025
শুল্ক যুদ্ধৰ মাজতে ড’নাল্ড ট্ৰাম্পৰ বৃহৎ ঘোষণা, টিকটক সন্দৰ্ভত আমেৰিকা আৰু চীনৰ মাজত চুক্তি
Top News

শুল্ক বিবাদৰ মাজতে ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক, আয়োজক দক্ষিণ কোৰিয়া

October 25, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

October 25, 2025
ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?
Top News

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

October 24, 2025

শীৰ্ষ সংবাদ

পশ্চিম তুৰস্কত বৃহৎ নাও দুৰ্ঘটনা, কমেও ১৪ জনৰ প্ৰাণহানি…

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

শুল্ক বিবাদৰ মাজতে ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক, আয়োজক দক্ষিণ কোৰিয়া

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025