• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কেনেকৈ, কিয় মন্ত্ৰিত্ব পদ পালে এই ৪ বিধায়কে

Nation NE by Nation NE
December 7, 2024
in Top News, অসম, ৰাষ্ট্ৰীয়
0 0
কেনেকৈ, কিয় মন্ত্ৰিত্ব পদ পালে এই ৪ বিধায়কে
Share on FacebookShare on TwitterWhatsApp

দীর্ঘদিনীয়া জল্পনা-কল্পনা আৰু চৰ্চাৰ অন্ত পেলাই অৱশেষত আজি অৰ্থাৎ ৭ ডিচেম্বৰত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা মন্ত্রীসভাত ৪ গৰাকী বিধায়কে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব।

বিগত প্রায় এবছৰ ধৰি মন্ত্রীসভাৰ সম্প্ৰসাৰণক লৈ চলি থকা চৰ্চা আৰু বিভিন্ন আলোচনাৰ অন্তত আজি চাৰিজন বিধায়কে মন্ত্রীৰূপে শপত ল’ব।

সামাজিক মাধ্যমযোগে এই কথা সদৰী কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্রীয়ে প্রকাশ কৰা অনুসৰি, ডিব্ৰুগড়ৰ জ্যেষ্ঠ বিধায়ক প্রশান্ত ফুকন, লক্ষীপুৰ সমষ্টিৰ বিধায়ক কৌশিক ৰায়, পাথাৰকান্দি সমষ্টিৰ বিধায়ক কৃষ্ণেন্দু পাল আৰু ডুমডুমা সমষ্টিৰ বিধায়ক ৰূপেশ গোৱালাই লাভ কৰিব মন্ত্রিত্ব।

উল্লেখ্য যে উপ-নির্বাচনৰ পাছতেই মন্ত্রীসভাৰ সম্প্ৰসাৰণ ঘটিব বুলি পূর্বেই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল। আজি মুখ্যমন্ত্ৰীৰ উপস্থিতিত অসম ৰাজ্যিক কলাক্ষেত্ৰত শপতবাক্য পাঠ কৰোৱাব ৰাজ্যপালে।

মন্ত্ৰীসভাৰ ৰদ-বদল হ’লেই চৰ্চালৈ আহে বিধায়ক প্ৰশান্ত ফুকনৰ নাম। বছৰ-বছৰ ধৰি অসমৰ ৰাজনীতি এগৰাকী সৰৱ নেতাৰ ভূমিকা পালন কৰি আহিছিল বিধায়ক ফুকনে। সেয়া লাগিলে কংগ্ৰেছ চৰকাৰৰ দিনত পিঁয়াজৰ মালা পিন্ধি প্ৰতিবাদ, গৰুগাড়ীত চিলিণ্ডাৰ ওলোমাই প্ৰতিবাদে হওক। ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক বিতৰ্কত সৰৱ ভূমিকা পালন কৰি আহিছিল বিধায়ক ফুকনে।

২০০৬ চনৰ পৰা ধাৰাবাহিকভাৱে ডিব্ৰুগড় বিধানসভাৰ পৰা বিধায়কৰূপে নিৰ্বাচিত হৈ আহিছে প্ৰশান্ত ফুকন। তেওঁ ২০০৬, ২০১১, ২০১৬ আৰু ২০২১ চনত অসম বিধানসভাৰ নিৰ্বাচনত ডিব্ৰুগড়ৰ পৰা নিৰ্বাচিত হৈছে। ২০২১ চনত প্ৰশান্ত ফুকনে ৩৮০০৫টা ভোটৰ ব্যৱধানত অসম বিধানসভাৰ নিৰ্বাচনত জয়লাভ কৰিছিল। পদত্যাগ কৰাৰ পূৰ্বে তেওঁ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ পৰিচালনা সমিতিৰ অধ্যক্ষ আছিল।

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাক বিশেষ ধন্যবাদ জ্ঞাপন কৰি প্রশান্ত ফুকনে কয় যে, তেওঁক এই গুৰুত্বপূৰ্ণ স্থান দিয়াৰ বাবে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্রী অমিত শ্বাহক ধন্যবাদ জ্ঞাপন কৰে।

ইফালে উজনি অসমৰ চাহ জনগোষ্ঠীৰ প্ৰতিনিধি হিচাপে ৰূপেশ গোৱালাই মন্ত্রিত্ব লাভ কৰাটোৱে বিশেষ তাৎপর্য বহন কৰিছে। ২০১৬ চনত কংগ্ৰেছৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি ডুমডুমাত পৰাজিত হোৱা ৰূপেশ গোৱালাই ২০২১ চনত বিজেপিৰ প্রার্থী ৰূপে জয়লাভ কৰিবলৈ সক্ষম হয়। মন্ত্রী সঞ্জয় কিষাণৰ স্থানত ৰূপেশ গোৱালাক মন্ত্রীসভাত অন্তর্ভুক্ত কৰা বিষয়টোৱে যথেষ্ট চর্চা লাভ কৰিছে।

আনহাতে বৰাক উপত্যকাৰ পৰা পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পালৰ মন্ত্রিত্ব লাভৰ সম্ভাৱনা পূৰ্বৰ পৰাই আছিল। পৰিমল শুক্লবৈদ্যৰ স্থানত কৃষ্ণেন্দু পালৰ মন্ত্রিত্ব লাভৰ সম্ভাৱনা যথেষ্ট উজ্জ্বল হৈছিল শেহতীয়াকৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ বৰাক ভ্ৰমণৰ সময়তে। দুবাৰকৈ পাথাৰকান্দি সমষ্টিৰ পৰা জয়ী হৈ অহা কৃষ্ণেন্দু পাল মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ হিচাপেও পৰিচিত। কৃষ্ণেন্দু পালে ২০১৬ চনৰ পৰা ২০২১ চনলৈ অসম বিধানসভালৈ নিৰ্বাচিত হৈ ২০২১ চনত কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি সমষ্টিৰ পৰা পুনৰ নিৰ্বাচিত হয়।

মন্ত্রীসভাৰ এই সম্প্ৰসাৰণত লক্ষীপুৰ সমষ্টিৰ বিধায়ক কৌশিক ৰায়ৰ অন্তর্ভুক্তি যথেষ্ট তাৎপর্যপূর্ণ বুলি বিবেচিত কৰা হৈছে। প্ৰথমবাৰৰ বাবে লক্ষীপুৰ সমষ্টিৰ পৰা বিজেপি প্রার্থী হিচাপে জয়ী হৈ অহা কৌশিক ৰায়ে দলীয় সাংগঠনিক কাম-কাজত শেহতীয়াকৈ যথেষ্ট সক্ৰিয় হৈ পৰিছিল যাৰ বাবে কৌশিক ৰয়কো মন্ত্ৰিত্ব প্ৰদানৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী শৰ্মাই। বৰাকৰ লক্ষীপুৰ সমষ্টিক প্ৰতিনিধিত্ব কৰা ৰয়ৰ এতিয়া যাত্ৰা বিধায়কৰ পৰা মন্ত্ৰীলৈ।

Tags: #AssamDr himanta biswa sarmaMinister

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025