• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

২০২৫ বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকা প্ৰকাশ; জানি লওক সম্পূৰ্ণ তালিকা…

Nation NE by Nation NE
December 7, 2024
in Top News, অসম
0 0
২০২৫ বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকা প্ৰকাশ; জানি লওক সম্পূৰ্ণ তালিকা…

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

প্ৰকাশ পালে অসম চৰকাৰৰ ২০২৫ বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকা। নতুন তালিকাত অহা বৰ্ষটোত কোনটো মাহত কিমান দিন বন্ধ থাকিব তাৰ সম্পূৰ্ণ সূচী প্ৰকাশ কৰা হৈছে। এই বন্ধৰ দিনসমূহত সকলো ধৰণৰ চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান, অনুষ্ঠান–প্ৰতিষ্ঠান আদি বন্ধ থাকিব। সম্পৰ্ণ বন্ধৰ উপৰি আগন্তুক বৰ্ষটোত থাকিব এদিন অৰ্ধ ছুটী।

জানো আহক বন্ধৰ সম্পূৰ্ণ তালিকা

জানুৱাৰি- মাঘ বিহু আৰু টুছু পূজাৰ বাবে ১৪ আৰু ১৫, ২৩ জানুৱাৰী- নেতাজীৰ জন্মদিন, ২৬ জানুৱাৰী- গণতন্ত্ৰ দিৱস, ২৮ জানুৱাৰী- বাথৌ পূজা, ৩১ জানুৱাৰী- মেডাম-মে-ফি।

১২ ফেব্ৰুৱাৰী- বীৰ চিলাৰায় দিৱস।

১৪ মাৰ্চ-দৌল যাত্ৰা, ৩১ মাৰ্চ- ঈদ-উল-ফিটৰ।

ব’হাগ বিহু উপলক্ষ্যে ১৪, ১৫ আৰু ১৬ এপ্ৰিলত বন্ধ থাকিব। ইয়াৰ উপৰি ১৮ এপ্ৰিল- গুড ফ্ৰাইডে, ২১ এপ্ৰিল-সতী সাধনী দিৱস, ২৮ এপ্ৰিল- দামোদৰ দেৱৰ তিথি।

মে’– ১ মে’ মে’দিৱস, ১২ মে’– বুদ্ধ পূৰ্ণিমা

৭ জুন- ঈদ-উল-জোহা, ১২ জুন- শ্ৰীশ্ৰী মাধৱদেৱৰ জন্মোৎসৱ।

১৫ আগষ্ট- স্বাধীনতা দিৱস, ২৫ আগষ্ট- শ্ৰীশ্ৰী শংকৰদেৱৰ তিৰোভাৱ তিথি

৩ ছেপ্টেম্বৰ- কৰম পূজা, ১২ ছেপ্টেম্বৰ- শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি, ১৪ ছেপ্টেম্বৰ- জন্মাষ্টমী, ২৯, ৩০ ছেপ্টেম্বৰ দুৰ্গা পূজা।

অক্টোবৰ- দুৰ্গা পূজাৰ বাবে বন্ধ থাকিব ১ অক্টোবৰ। ২ অক্টোবৰ- বিজয়া দশমী, শ্ৰীশ্ৰী শংকৰদেৱৰ জন্মোৎসৱ, মহাত্মা গান্ধীৰ জন্মদিন, ১৮ অক্টোবৰ- কাতি বিহু, ২০ অক্টোবৰ- কালী পূজা আৰু দিপাৱলী ২৩ অক্টোবৰ- ভাতৃ দ্বিতীয়া, ২৮ অক্টোবৰ- ষট পূজা

৫ নৱেম্বৰ- গুৰু নানক জয়ন্তী, ২৪ নৱেম্বৰ- লাচিত দিৱস

২ ডিচেম্বৰ- অসম দিৱস, ২৫ ডিচেম্বৰ- বৰদিন

আনফালে ৬ অক্টোবৰত লক্ষ্মীপূজা উপলক্ষে থাকিব অৰ্ধছুটী।

প্ৰতি মাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰে বন্ধ থাকিব চৰকাৰী কাৰ্যালয়।

আলি আয়ে লৃগাং উপলক্ষে ধেমাজি, নৰ্থ লখিমপুৰ, শোণিতপুৰ, তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, গোলাঘাট,মাজুলী, চৰাইদেউ আৰু বিশ্বনাথ জিলাত প্ৰযোজ্য হ’ব সম্পূৰ্ণ বন্ধ।

আনহাতে নৱেম্বৰ মাহৰ ২০ আৰু ২১ তাৰিখে মাতৃ-পিতৃ বন্দনাৰ বাবে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে থাকিব দুদিনৰ বিশেষ ছুটী।

Tags: #AssamAssam GovtPublic Holiday

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025