• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
21 °c
Guwahati
23 ° Tue
24 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

২০২৫ বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকা প্ৰকাশ; জানি লওক সম্পূৰ্ণ তালিকা…

Nation NE by Nation NE
December 7, 2024
in Top News, অসম
0 0
২০২৫ বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকা প্ৰকাশ; জানি লওক সম্পূৰ্ণ তালিকা…

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

প্ৰকাশ পালে অসম চৰকাৰৰ ২০২৫ বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকা। নতুন তালিকাত অহা বৰ্ষটোত কোনটো মাহত কিমান দিন বন্ধ থাকিব তাৰ সম্পূৰ্ণ সূচী প্ৰকাশ কৰা হৈছে। এই বন্ধৰ দিনসমূহত সকলো ধৰণৰ চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান, অনুষ্ঠান–প্ৰতিষ্ঠান আদি বন্ধ থাকিব। সম্পৰ্ণ বন্ধৰ উপৰি আগন্তুক বৰ্ষটোত থাকিব এদিন অৰ্ধ ছুটী।

জানো আহক বন্ধৰ সম্পূৰ্ণ তালিকা

জানুৱাৰি- মাঘ বিহু আৰু টুছু পূজাৰ বাবে ১৪ আৰু ১৫, ২৩ জানুৱাৰী- নেতাজীৰ জন্মদিন, ২৬ জানুৱাৰী- গণতন্ত্ৰ দিৱস, ২৮ জানুৱাৰী- বাথৌ পূজা, ৩১ জানুৱাৰী- মেডাম-মে-ফি।

১২ ফেব্ৰুৱাৰী- বীৰ চিলাৰায় দিৱস।

১৪ মাৰ্চ-দৌল যাত্ৰা, ৩১ মাৰ্চ- ঈদ-উল-ফিটৰ।

ব’হাগ বিহু উপলক্ষ্যে ১৪, ১৫ আৰু ১৬ এপ্ৰিলত বন্ধ থাকিব। ইয়াৰ উপৰি ১৮ এপ্ৰিল- গুড ফ্ৰাইডে, ২১ এপ্ৰিল-সতী সাধনী দিৱস, ২৮ এপ্ৰিল- দামোদৰ দেৱৰ তিথি।

মে’– ১ মে’ মে’দিৱস, ১২ মে’– বুদ্ধ পূৰ্ণিমা

৭ জুন- ঈদ-উল-জোহা, ১২ জুন- শ্ৰীশ্ৰী মাধৱদেৱৰ জন্মোৎসৱ।

১৫ আগষ্ট- স্বাধীনতা দিৱস, ২৫ আগষ্ট- শ্ৰীশ্ৰী শংকৰদেৱৰ তিৰোভাৱ তিথি

৩ ছেপ্টেম্বৰ- কৰম পূজা, ১২ ছেপ্টেম্বৰ- শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি, ১৪ ছেপ্টেম্বৰ- জন্মাষ্টমী, ২৯, ৩০ ছেপ্টেম্বৰ দুৰ্গা পূজা।

অক্টোবৰ- দুৰ্গা পূজাৰ বাবে বন্ধ থাকিব ১ অক্টোবৰ। ২ অক্টোবৰ- বিজয়া দশমী, শ্ৰীশ্ৰী শংকৰদেৱৰ জন্মোৎসৱ, মহাত্মা গান্ধীৰ জন্মদিন, ১৮ অক্টোবৰ- কাতি বিহু, ২০ অক্টোবৰ- কালী পূজা আৰু দিপাৱলী ২৩ অক্টোবৰ- ভাতৃ দ্বিতীয়া, ২৮ অক্টোবৰ- ষট পূজা

৫ নৱেম্বৰ- গুৰু নানক জয়ন্তী, ২৪ নৱেম্বৰ- লাচিত দিৱস

২ ডিচেম্বৰ- অসম দিৱস, ২৫ ডিচেম্বৰ- বৰদিন

আনফালে ৬ অক্টোবৰত লক্ষ্মীপূজা উপলক্ষে থাকিব অৰ্ধছুটী।

প্ৰতি মাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰে বন্ধ থাকিব চৰকাৰী কাৰ্যালয়।

আলি আয়ে লৃগাং উপলক্ষে ধেমাজি, নৰ্থ লখিমপুৰ, শোণিতপুৰ, তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, গোলাঘাট,মাজুলী, চৰাইদেউ আৰু বিশ্বনাথ জিলাত প্ৰযোজ্য হ’ব সম্পূৰ্ণ বন্ধ।

আনহাতে নৱেম্বৰ মাহৰ ২০ আৰু ২১ তাৰিখে মাতৃ-পিতৃ বন্দনাৰ বাবে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে থাকিব দুদিনৰ বিশেষ ছুটী।

Tags: #AssamAssam GovtPublic Holiday

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025