• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, May 2, 2026
21 °c
Guwahati
23 ° Sun
24 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভাৰতলৈ মোক্ষম আঘাত বাংলাদেশৰ! উত্তৰ-পূৱত বন্ধ হ’ব নেকি ইন্টাৰনেট ?

Nation NE by Nation NE
December 8, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ভাৰতলৈ মোক্ষম আঘাত বাংলাদেশৰ! উত্তৰ-পূৱত বন্ধ হ’ব নেকি ইন্টাৰনেট ?
Share on FacebookShare on TwitterWhatsApp

বিগত কিছুদিন ধৰি বাংলাদেশ আৰু ভাৰতৰ সম্পৰ্কত বৃদ্ধি পাইছে উত্তেজনা। ইফালে বাংলাদেশে এনে এক সিদ্ধান্ত গ্ৰহণ কৰিছে, যাৰ বাবে ভাৰতৰ উত্তৰ-পূৱৰ ৰাজ্যসমূহত মোবাইল ইণ্টাৰনেট সংযোগ বিঘ্নিত হ’ব পাৰে।

বাংলাদেশৰ ইউনুছ চৰকাৰে ভাৰতৰ সৈতে বেণ্ডউইডথ ট্ৰেনজিটৰ সুবিধা সন্দৰ্ভত বাতিল কৰিছে স্বাক্ষৰ কৰা চুক্তি।

বাংলাদেশৰ ইণ্টাৰনেট নিয়ন্ত্ৰকে ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহক বেণ্ডউইডথ যোগান ধৰাৰ বাবে ট্ৰেনজিট পইণ্ট হিচাপে কাম কৰাৰ পৰিকল্পনা বাতিল কৰে, এনে কৰাৰ ফলত ভাৰতৰ আঞ্চলিক ইণ্টাৰনেট হাব হোৱাৰ ক্ষমতাত বাধাৰ সৃষ্টি হ’ব পাৰে বুলি ধাৰণা কৰিছে বাংলাদেশে।

দুবছৰ পূৰ্বে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ক্ষমতাত থকাৰ সময়ত ভাৰতী এয়াৰটেলৰ লগতে বাংলাদেশৰ ছিট কমিউনিকেচন আৰু ফাইবাৰ এট হোম আদি কোম্পানীয়ে বিটিআৰচি (বাংলাদেশ টেলিকমিউনিকেচন ৰেগুলেটৰী কমিছন)ৰ ওচৰত এই প্ৰস্তাৱ দাখিল কৰিছিল।

ভাৰতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাবে বাংলাদেশৰ পৰা ইণ্টাৰনেটৰ দাবী কৰিছিল। ইয়াৰ অধীনত ভাৰত-বাংলাদেশ সীমান্তত ইণ্টাৰনেট চাৰ্কিট স্থাপন কৰি ডাটা ট্ৰেন্সমিছনৰ বাবে ট্ৰেনজিট লিংক সৃষ্টি কৰিব লাগিছিল। এই কথাত শ্বেখ হাছিনাই বাংলাদেশত ক্ষমতাত থকাৰ সময়ত সহমতত উপনীত হৈছিল।

প্ৰতিবেদন অনুসৰি, বিটিআৰচিয়ে কয় যে ইয়াৰ পৰা সকলো সুবিধা কেৱল ভাৰতেহে পায়। কিন্তু এই সিদ্ধান্তৰ আঁৰৰ কাৰণ হ’ল- দুয়োখন দেশৰ মাজৰ ক্ৰমবৰ্ধমান উত্তেজনা। ছামিট কমিউনিকেশ্যন আৰু ফাইবাৰ এট হোমৰ দৰে কোম্পানীক শ্বেখ হাছিনাৰ আৱামি লীগ পাৰ্টিৰ ঘনিষ্ঠ বুলি গণ্য কৰা হয়।

ছামিট কমিউনিকেশ্যনৰ অধ্যক্ষ মহম্মদ ফৰিদ খান আৱামী লীগৰ জ্যেষ্ঠ নেতা তথা সাংসদ ফাৰুক খানৰ কনিষ্ঠ ভাতৃ। এই কোম্পানীসমূহৰ প্ৰভাৱ হ্ৰাস কৰি নিজৰ স্থিতি শক্তিশালী কৰাৰ বাবেই ইউনুছ চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ইউনুছ চৰকাৰৰ এই সিদ্ধান্তই ভাৰত আৰু বাংলাদেশৰ দ্বিপাক্ষিক সম্পৰ্কত যথেষ্ট প্ৰভাৱ পেলাব পাৰে ধাৰণা কৰা হৈছে।

Tags: BangladeshinternetMahammad Yunis

Related Posts

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া
Top News

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

May 2, 2026
আমেৰিকা-ইজৰাইল যুদ্ধৰ মাজতে ভাৰতক বৃহৎ তেলৰ প্ৰস্তাৱ ইৰাণৰ; চুক্তিখন কেতিয়া চূড়ান্ত হ’ব?
Top News

হৰমুজ সংকটৰ মাজতে আমেৰিকাৰ বৃহৎ পদক্ষেপ, চীনৰ কোম্পানীক ইৰাণৰ তেল ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ

May 2, 2026
পশ্চিম বংগৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত টিএমচি-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ
Top News

পশ্চিম বংগৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত টিএমচি-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ

May 2, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 2, 2026
যিমানেই শক্তি নাথাকক, ভয় নাখায় ইৰাণে; আলোচনা সফল নোহোৱাৰ পিছতেই কিয় এনেদৰে ক’লে ইৰাণৰ কৰ্তৃপক্ষই?
Top News

আমেৰিকাক দোষাৰোপ! সৰ্বোচ্চ নেতাৰ স্বাস্থ্য সম্পৰ্কীয় বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশনৰ দাবী ইৰাণৰ…

May 1, 2026
মাতৃৰ মমত্ববোধ…শেষ উশাহলৈকে এৰি নিদিলে নিজ সন্তানক…
Top News

মাতৃৰ মমত্ববোধ…শেষ উশাহলৈকে এৰি নিদিলে নিজ সন্তানক…

May 1, 2026

শীৰ্ষ সংবাদ

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

হৰমুজ সংকটৰ মাজতে আমেৰিকাৰ বৃহৎ পদক্ষেপ, চীনৰ কোম্পানীক ইৰাণৰ তেল ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ

পশ্চিম বংগৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত টিএমচি-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

আমেৰিকাক দোষাৰোপ! সৰ্বোচ্চ নেতাৰ স্বাস্থ্য সম্পৰ্কীয় বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশনৰ দাবী ইৰাণৰ…

মাতৃৰ মমত্ববোধ…শেষ উশাহলৈকে এৰি নিদিলে নিজ সন্তানক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025