• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, February 13, 2026
22 °c
Guwahati
22 ° Sat
22 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…

    নতুন ৰূপত দেখা যাব হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী, ভিডিঅ’ ভাইৰেলৰ পিছতেই প্ৰশাসনে ল’লে এই ব্যৱস্থা…

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আঁতৰিব লাগিব সকলো বেদখলকাৰী, পুনৰ ১০০০ৰো অধিক পৰিয়াললৈ উচ্ছেদৰ জাননী…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভাৰত-বাংলাদেশৰ মুখামুখি বৈঠক, কূটনৈতিক বৈঠকত দিল্লী আৰু ঢাকা

Nation NE by Nation NE
December 9, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ভাৰত-বাংলাদেশৰ মুখামুখি বৈঠক, কূটনৈতিক বৈঠকত দিল্লী আৰু ঢাকা
Share on FacebookShare on TwitterWhatsApp

৫ আগষ্টত নিজ দেশত পতন হয় শ্বেখ হাছিনাৰ। দেশ ত্যাগ কৰি আশ্ৰয় লয় ভাৰতত।

ইয়াৰ পিছতেই প্ৰথমখন কূটনৈতিক বৈঠকত মিলিত হ’ব দিল্লী আৰু ঢাকা। সোমবাৰে বাংলাদেশলৈ যাব ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰী। তেওঁ ঢাকাত বাংলাদেশৰ বৈদেশিক সচিব মহম্মদ জাছিম উদ্দিনৰ সৈতে সাক্ষাৎ কৰিব।

গণবিপ্লৱৰ পৰিপ্ৰেক্ষিতত পাত্ৰ সলনি হোৱাৰ পিছত বাংলাদেশৰ বিভিন্ন অঞ্চলত সংখ্যালঘু লোকৰ ওপৰত অত্যাচাৰৰ অভিযোগে পৰিস্থিতিত এক নতুন মাত্ৰা সংযোজন কৰে। এনে পৰিস্থিতিত দ্বিপাক্ষিক সম্পৰ্কৰ ‘নতুন’ যাত্ৰাত বহু বিষয় আলোচনাত অন্তৰ্ভূক্ত হ’ব পাৰে।

এই বৈঠক হৈছে ভাৰত-বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় (বৈদেশিক কাৰ্যালয়ৰ পৰামৰ্শ সংক্ষিপ্তকৰণ FOC)ৰ বৈঠক। সাধাৰণতে এই বৈঠকসমূহে বিভিন্ন দ্বিপাক্ষিক প্ৰকল্পৰ পৰ্যালোচনা কৰে।

কিন্তু শেহতীয়াকৈ দুয়োখন দেশৰ পৰিস্থিতিয়ে এই বৈঠকৰ গুৰুত্ব বৃদ্ধি কৰিছে। হাছিনাৰ চৰকাৰৰ পতনৰ পিছত বাংলাদেশত সংখ্যালঘু লোকৰ ওপৰত অত্যাচাৰৰ কেইবাটাও অভিযোগ উত্থাপন হৈছে।

দেশদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে ইস্কনৰ চিন্ময়কৃষ্ণ দাস। বৰ্তমান তেওঁ জেলতেই আছে। সেই দেশৰ সংখ্যালঘু লোকৰ সুৰক্ষা আৰু চিন্ময়কৃষ্ণৰ আইনী অধিকাৰৰ বিষয়টো ভাৰতে বাৰে বাৰে উত্থাপন কৰি আহিছে।

অৱশ্যে বাংলাদেশে দাবী কৰিছে যে, দেশৰ সংখ্যালঘুসকল সুৰক্ষিত। ইয়াৰ বাহিৰেও ভাৰতত হাছিনাৰ অস্থায়ী আশ্ৰয় লৈ অসন্তুষ্টিৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত তত্বাৱধায়ক চৰকাৰৰ কেইবাজনো উপদেষ্টাই মন্তব্য কৰিছে। দেওবাৰে ঢাকাত থকা ভাৰতীয় দূতাবাসত বিএনপিয়ে দাখিল কৰা স্মাৰক পত্ৰতো হাছিনাই ভাৰতত আশ্ৰয় লোৱাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে।

শেহতীয়াকৈ একাংশ লোকে নিৰাপত্তাৰক্ষীৰ বেৰ পাৰ হৈ আগৰতলাত থকা বাংলাদেশৰ দূতাবাসত প্ৰৱেশ কৰে।নতুনকৈ উত্তপ্ত হৈ পৰে পৰিস্থিতি। দুই এজনক গ্ৰেপ্তাৰো কৰা হয়।

এই ঘটনাৰ প্ৰতিবাদত ঢাকা বিশ্ববিদ্যালয়ত ভাৰত বিৰোধী শ্লোগান উত্থাপন কৰা হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে অনুভৱ কৰিছে যে, শেহতীয়া পৰিস্থিতিৰ প্ৰভাৱে ভাৰত-বাংলাদেশৰ বাণিজ্যতো প্ৰভাৱ পেলাইছে।

মহম্মদ ইউনুছৰ বিদেশ উপদেষ্টাগৰাকীৰ মতে হাছিনাৰ চৰকাৰৰ পতনৰ পিছৰে পৰা ভাৰত-বাংলাদেশৰ সম্পৰ্কত গুণগত পৰিৱৰ্তন হৈছে। এই পৰিৱৰ্তনক মানি লৈ নতুন সম্পৰ্ক গঢ়ি তোলাটো তেওঁলোকে বিচাৰে। দুয়োখন দেশৰ বাণিজ্যিক সম্পৰ্কৰ উপৰিও যোগাযোগ ব্যৱস্থাৰ বিষয়েও আলোচনা কৰিব পাৰি।

Tags: BangaldeshIndiaWar

Related Posts

ভাৰত-পাকিস্তানৰ খেলক লৈ ICCৰ ডাঙৰ সিদ্ধান্ত, একেখন বৈঠকত ICC, BCB, আৰু PCBৰ সকলো সদস্য, জানক সবিশেষ…
Top News

February 12, 2026
তাৰিক ৰহমান হ’ব নেকি বাংলাদেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী? বাংলাদেশৰ জনতাই বিচাৰে কি?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

February 12, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

February 12, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

February 11, 2026
এখন বিদ্যালয়ত নিৰ্বিচাৰ গু*লী*চা*লনা, আহত কেইবাজনো লোক

শীৰ্ষ সংবাদ

PSL ৰ ইতিহাসত আটাইতকৈ ব্যয়বহুল হিচাপে পৰিগণিত এইগৰাকী ক্ৰিকেটাৰ! বাবৰ আজমৰ তুলনাত পাব ২ গুণকৈ টকা…

ভাৰত-পাকিস্তানৰ খেলক লৈ ICCৰ ডাঙৰ সিদ্ধান্ত, একেখন বৈঠকত ICC, BCB, আৰু PCBৰ সকলো সদস্য, জানক সবিশেষ…

তাৰিক ৰহমান হ’ব নেকি বাংলাদেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী? বাংলাদেশৰ জনতাই বিচাৰে কি?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025