• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, May 2, 2026
23 °c
Guwahati
24 ° Mon
26 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ৰাজধানী দিল্লীত হঠাতে কিয় বন্ধ হৈ গ’ল বহু বিদ্যালয় ?

Nation NE by Nation NE
December 9, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
ৰাজধানী দিল্লীত হঠাতে  কিয় বন্ধ হৈ গ’ল বহু বিদ্যালয় ?
Share on FacebookShare on TwitterWhatsApp

প্ৰায় ৪০ খনকে ধৰি ৰাজধানী দিল্লীৰ বহু বিদ্যালয়ে লাভ কৰিছে ভাবুকি। য’ত ডি পি এছ আৰ কে পুৰম আৰু পাছিম বিহাৰৰ জি ডি গোৱেংকা স্কুলেও লাভ কৰিছে ভাবুকিৰ ই-মেইল।

ইয়াৰ পিছতেই বিদ্যালয়সমূহে স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলক ঘৰলৈ ওভতাই পঠিয়াইছে। বন্ধ হৈ পৰিছে বহু বিদ্যালয়। বিস্ফোৰণৰ ভাবুকিৰ পিছতেই অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষীৰ তথ্য দিয়া হৈছে।

আনহাতে, দিল্লী আৰক্ষীয়ে জানিবলৈ দিয়া মতে সোমবাৰে দিল্লীৰ বহু বিদ্যালয়ত বোমা বিস্ফোৰণৰ ভাবুকি আহিছিল। য’ত ডি পি এছ আৰ কে পুৰম আৰু পাছিম বিহাৰৰ জি ডি গোৱেংকা স্কুল, মাদাৰ মেৰী স্কুল, ব্ৰিটিছ স্কুল, ছালৱান পাব্লিক স্কুল, কেম্ব্ৰিজ স্কুলকে ধৰি বহু বিদ্যালয় অন্তৰ্ভুক্ত কৰা হৈছে।

দিল্লী আৰক্ষীয়ে জনোৱা মতে, প্ৰায় ৪০ খনতকৈও অধিক বিদ্যালয়ে ই-মেইলৰ জৰিয়তে বোমা বিস্ফোৰণৰ ভাবুকি লাভ কৰিছে। মেইলত কি কি অট্টালিকাৰ ভিতৰত বোমা স্থাপন কৰিছে তাৰ বিষয়ে কোৱা হৈছে। ইয়াৰ ফলত অট্টালিকাবোৰৰ বিশেষ ক্ষতি নহয়, যদিও আহত হ’ব বহুতো লোক। যদিহে ৩০ হাজাৰ ডলাৰ নাপায়, তেন্তে অতি শীঘ্ৰে বোমা বিস্ফোৰণ কৰা হ’ব বুলি জানিবলৈ দিয়ে।

২৯ নৱেম্বৰত ৰোহিনীৰ ভেংকটেশ্বৰ গ্ল’বেল স্কুলে ই-মেইলৰ জৰিয়তে বোমা বিস্ফোৰণৰ ভাবুকি পাইছিল। ইয়াৰ এদিন পূৰ্বে প্ৰশান্ত বিহাৰ অঞ্চলত কম তীব্ৰতাৰে বিস্ফোৰণ সংঘটিত হৈছিল। য’ত এজন লোক আহত হয়। ৰাজধানী দিল্লীতো একেধৰণৰ ভাবুকিয়েই ধাৰাবাহিকভাৱে লাভ কৰা হৈছে।

বৃহস্পতিবাৰে, পুৱা প্ৰশান্ত বিহাৰ অঞ্চলৰ এখন পাৰ্কৰ সমীপৰ এখন মিঠাইৰ দোকানৰ সন্মুখত ব্যাপক বিস্ফোৰণ সংঘটিত হয়। এমাহ পূৰ্বে একে অঞ্চলতে অৱস্থিত চি আৰ পি এফ বিদ্যালয়ৰ দেৱালৰ সমীপত এক বিস্ফোৰণ সংঘটিত হৈছিল। এই গোচৰত আৰক্ষীয়ে এতিয়াও অভিযুক্তৰ কোনো তথ্য পোৱা নাই।

বিস্ফোৰণৰ সৈতে জড়িত এক গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে। বিপজ্জনক অস্ত্ৰ বা উপায়েৰে স্বেচ্ছাই গুৰুতৰভাৱে আঘাত কৰা অচিনাকি ব্যক্তিৰ বিৰুদ্ধে প্ৰশান্ত বিহাৰ থানা, বিস্ফোৰক পদাৰ্থ আইন আৰু ৰাজহুৱা সম্পত্তিৰ ক্ষতি প্ৰতিৰোধ আইন। বৃহস্পতিবাৰে ব্লকত সংঘটিত বিস্ফোৰণত আহত হয় এজন টেম্পো চালক।

Tags: #DelhiDelhi Police

Related Posts

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে
Top News

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

May 2, 2026
বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া
Top News

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

May 2, 2026
আমেৰিকা-ইজৰাইল যুদ্ধৰ মাজতে ভাৰতক বৃহৎ তেলৰ প্ৰস্তাৱ ইৰাণৰ; চুক্তিখন কেতিয়া চূড়ান্ত হ’ব?
Top News

হৰমুজ সংকটৰ মাজতে আমেৰিকাৰ বৃহৎ পদক্ষেপ, চীনৰ কোম্পানীক ইৰাণৰ তেল ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ

May 2, 2026
পশ্চিম বংগৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত টিএমচি-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ
Top News

পশ্চিম বংগৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত টিএমচি-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ

May 2, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 2, 2026
যিমানেই শক্তি নাথাকক, ভয় নাখায় ইৰাণে; আলোচনা সফল নোহোৱাৰ পিছতেই কিয় এনেদৰে ক’লে ইৰাণৰ কৰ্তৃপক্ষই?
Top News

আমেৰিকাক দোষাৰোপ! সৰ্বোচ্চ নেতাৰ স্বাস্থ্য সম্পৰ্কীয় বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশনৰ দাবী ইৰাণৰ…

May 1, 2026

শীৰ্ষ সংবাদ

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

হৰমুজ সংকটৰ মাজতে আমেৰিকাৰ বৃহৎ পদক্ষেপ, চীনৰ কোম্পানীক ইৰাণৰ তেল ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ

পশ্চিম বংগৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত টিএমচি-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

আমেৰিকাক দোষাৰোপ! সৰ্বোচ্চ নেতাৰ স্বাস্থ্য সম্পৰ্কীয় বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশনৰ দাবী ইৰাণৰ…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025