• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, October 24, 2025
26 °c
Guwahati
26 ° Sat
26 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ বলীউড; কেইবাগৰাকীও তাৰকাৰ শোকপ্ৰকাশ

    নলবাৰীত নিৰ্মাণ হ’ব ‘মায়াবিনী’ নামৰ জুবিন উদ্যান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

AFSPA প্ৰত্যাহাৰৰ দাবীত মণিপুৰত বিশাল ৰেলী

Nation NE by Nation NE
December 10, 2024
in Top News, মণিপুৰ, ৰাষ্ট্ৰীয়
0 0
AFSPA প্ৰত্যাহাৰৰ দাবীত মণিপুৰত বিশাল ৰেলী
Share on FacebookShare on TwitterWhatsApp

মঙলবাৰে মণিপুৰৰ ৰাজধানী ইম্ফলত সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন আৰু বিগত বৰ্ষৰ মে’ মাহৰ পৰা ৰাজ্যখনত চলি থকা অস্থিৰ পৰিৱেশৰ বিৰুদ্ধে এক বৃহৎ ৰেলী অনুষ্ঠিত হয়।

গান্ধী স্মাৰক প্ৰেক্ষাগৃহৰ মাজেৰে সমদল উলিওৱা এই সমাৱেশৰ সামৰণি পৰে ইম্ফল পূৱৰ খুমান লম্পক মূল ষ্টেডিয়ামত। এই পথত অংশগ্ৰহণকাৰীসকলে ‘মণিপুৰ নিঃশেষ নকৰিব’, ‘আফস্পা বাতিল কৰক’, ‘মণিপুৰ দীৰ্ঘায়ু’ আৰু ‘আত্মনিয়ন্ত্ৰণ আমাৰ জন্মগত অধিকাৰ’ আদি শ্লোগানেৰে উত্তাল কৰি তোলে।

আমুকো, পইৰেই লেইমাৰল, আমাৱ’ভা, চিভিল ছ’চাইটি ক’লিচন ফৰ হিউমেন ৰাইটছ (চিঅ’এইচআৰ) আৰু মণিপুৰ ষ্টুডেণ্টছ ফেডাৰেচন (এমএছএফ)ৰ যৌথ উদ্যোগত এই বিক্ষোভৰ আয়োজন কৰা হয়।

এই সমাৱেশৰ সময়ত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে মণিপুৰ আৰক্ষী আৰু কেন্দ্ৰীয় নিৰাপত্তা বাহিনীয়ে ইম্ফলৰ ৰাজভৱনলৈ যোৱা পথৰ কাষত বেৰিকেড স্থাপন কৰে।

অল মণিপুৰ ইউনাইটেড ক্লাবছ অৰ্গেনাইজেশ্যনৰ সভাপতি পি নাণ্ডো লুৱাঙে অভিযোগ কৰে যে মণিপুৰত চলি থকা অস্থিৰতাকে ধৰি কিছুমান সম্প্ৰদায়ভিত্তিক সশস্ত্ৰ সংগঠনক মিছা প্ৰতিশ্ৰুতি দি হিংসাত্মক পৰিস্থিতিৰ উচটনি দিয়াৰ বাবে নতুন দিল্লী দায়ী।

উল্লেখ্য যে, বিগত বৰ্ষৰ মে’ মাহৰ পৰা মণিপুৰত মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত সংঘৰ্ষ আৰম্ভ হৈছিল আৰু এই সংঘৰ্ষৰ ফলত ৰাজ্যখন অস্থিৰ হৈ পৰাৰ লগতে বহু লোকে প্ৰাণ হেৰুওৱাৰ উপৰি আন বহু লোক গৃহহীন হৈ পৰিছে।

Tags: #ManipurAFSPAKukiMeitei

Related Posts

মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…
Top News

October 24, 2025
জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?
Top News

জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

October 24, 2025
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ট্ৰাম্পৰ শান্তি চুক্তিক ভেঙুচালি নেতান্যায়াহুৰ! ক্ষুব্ধ আমেৰিকাই জাৰি কৰিছে সতৰ্কবাণী

October 24, 2025
বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি
Top News

বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি

October 24, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

October 24, 2025
ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…

October 23, 2025

শীৰ্ষ সংবাদ

মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…

জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

ট্ৰাম্পৰ শান্তি চুক্তিক ভেঙুচালি নেতান্যায়াহুৰ! ক্ষুব্ধ আমেৰিকাই জাৰি কৰিছে সতৰ্কবাণী

বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025