• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

শৰণাৰ্থী মন্ত্ৰালয়ত ভয়ংকৰ বিস্ফোৰণ; মন্ত্ৰীসহ ১২জনৰ মৃত্যু

Nation NE by Nation NE
December 11, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
শৰণাৰ্থী মন্ত্ৰালয়ত ভয়ংকৰ বিস্ফোৰণ; মন্ত্ৰীসহ ১২জনৰ মৃত্যু
Share on FacebookShare on TwitterWhatsApp

আফগানিস্তানৰ ৰাজধানী কাবুলৰ শৰণাৰ্থী মন্ত্ৰালয়ত বুধবাৰে এক বৃহৎ বিস্ফোৰণ সংঘটিত হয়। তালিবানৰ শৰণাৰ্থী মন্ত্ৰালয়ৰ চৌহদত সংঘটিত হোৱা বিস্ফোৰণত তালিবানৰ শৰণাৰ্থী মন্ত্ৰী খলিল ৰহমান হাক্কানী আৰু তেওঁৰ তিনিজন দেহৰক্ষীকে ধৰি মুঠ ১২ জন লোক নিহত হৈছে।

জানিব পৰা মতে, মন্ত্ৰী খলিল ৰহমান হাক্কানীয়ে খোষ্টৰ পৰা অহা এদল লোকক সাক্ষাত কৰি থকাৰ সময়তে এই বিস্ফোৰণ সংঘটিত হয়। তালিবান চৰকাৰেও এই বিস্ফোৰণৰ ঘটনা নিশ্চিত কৰিছে।

কাবুলৰ শৰণাৰ্থী পৰিক্ৰমা মন্ত্ৰী খলিল ৰহমান হাক্কানীৰ মৃত্যু তালিবানৰ বাবে এক মোক্ষম আঘাত। তালিবান সংগঠনৰ শীৰ্ষ নেতৃত্বৰ এক গুৰুত্বপূৰ্ণ অংশ আছিল মন্ত্ৰী খলিল ৰহমান হাক্কানী।

শৰণাৰ্থী মন্ত্ৰালয়ত হোৱা বিস্ফোৰণৰ পিছত মন্ত্ৰালয় চৌহদত এক অবৰ্ণীয় পৰিৱেশৰ সৃষ্টি হয়। এই বৃহৎ বিস্ফোৰণত আক্ৰমণকাৰীৰো মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

লাভ কৰা খবৰ অনুসৰি, বিস্ফোৰণৰ ফলত বহু লোক গুৰুতৰভাৱে আহত হৈছে। শৰণাৰ্থী মন্ত্ৰালয়ৰ চৌহদত কেনেকৈ এই বিস্ফোৰণ ঘটিল আৰু কোনে এই ঘটনা সংঘটিত কৰিলে সেই কথা এইপৰ্যন্ত নিশ্চিত কৰিব পৰা নাই। এতিয়ালৈকে কোনো সংগঠনে এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই।

Tags: AfghanistanExplosionKabulKhalil Rahman Haqqani

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025