• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 8, 2025
19 °c
Guwahati
18 ° Tue
18 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভাৰতলৈ ভ্ৰমণলৈ শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি, ১৫ ডিচেম্বৰৰ পৰা প্ৰথম বিদেশ ভ্ৰমণ

Nation NE by Nation NE
December 14, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ভাৰতলৈ ভ্ৰমণলৈ শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি, ১৫ ডিচেম্বৰৰ পৰা প্ৰথম বিদেশ ভ্ৰমণ
Share on FacebookShare on TwitterWhatsApp

শ্ৰীলংকাৰ নতুন ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিসানায়াকে দেওবাৰে ভাৰত ভ্ৰমণলৈ আহিব। শুকুৰবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰে যে, শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি দিছানায়াকে ৩ দিনীয়া ভ্ৰমণসূচীৰে ১৫ ডিচেম্বৰত ভাৰত ভ্ৰমণ কৰিব।

এই ভ্ৰমণৰ সময়ত তেওঁ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব।

আজি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে সংবাদ মাধ্যমৰ সন্মুখত ভাষণ প্ৰদান কৰি কয় যে, শ্ৰীলংকাত সদ্য সমাপ্ত ৰাষ্ট্ৰপতি আৰু সংসদীয় নিৰ্বাচনৰ পিছত ৰাষ্ট্ৰপতি দিসানায়াকেৰ এইয়া প্ৰথমটো ভাৰত ভ্ৰমণ। তেওঁ কয় যে, ৰাষ্ট্ৰপতি দিছনায়কে দিল্লীত এক ব্যৱসায়িক অনুষ্ঠানতোত অংশগ্ৰহণ কৰিব।

ৰাষ্ট্ৰপতি হোৱাৰ পিছত এয়া তেওঁৰ প্ৰথম বিদেশ ভ্ৰমণ।

উল্লেখ্য যে, ভ্ৰমণৰ সময়ত তেওঁ নতুন দিল্লীত উপস্থিত হৈ ৰাষ্ট্ৰপতি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰিব। তদুপৰি তেওঁ প্ৰধানমন্ত্ৰী মোদীৰ সৈতে পাৰস্পৰিক স্বাৰ্থৰ দ্বিপাক্ষিক, আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহৰ ওপৰত আলোচনা কৰিব।

ভাৰত ভ্ৰমণৰ সময়ত তেওঁ বৌদ্ধ-গয়াও ভ্ৰমণ কৰিব। ৰাষ্ট্ৰপতি দিসানায়াকৰ ভাৰত ভ্ৰমণে দুয়োখন দেশৰ বহুমাত্ৰিক আৰু পাৰস্পৰিকভাৱে লাভজনক সহযোগিতাক আৰু অধিক শক্তিশালী কৰিব বুলি বিশ্বাস কৰা হৈছে।

ইয়াৰ পূৰ্বে অক্টোবৰৰ আৰম্ভণিতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কলম্বো ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি দিসানায়াকক সাক্ষাৎ কৰিছিল। ভাৰত আৰু শ্ৰীলংকাৰ জনসাধাৰণৰ স্বাৰ্থত সহযোগিতা গভীৰ আৰু দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰাৰ উপায় সন্দৰ্ভত দুয়োগৰাকী নেতাই দীৰ্ঘদিনীয়া আলোচনাত মিলিত হয়।

এই বৈঠকৰ সময়ত বৈদেশিক মন্ত্ৰী জয়শংকৰে ৰাষ্ট্ৰপতি দিসানায়াকলৈ প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে প্ৰেৰণ কৰা উষ্ম শুভেচ্ছা জ্ঞাপন কৰিছিল। ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হোৱা নিৰ্বাচনত তেওঁ ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈছিল।

Tags: IndiaPresidentSri Lanka

Related Posts

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…
Top News

December 8, 2025
আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

ভাৰততকৈ অৰ্ধ ৰাছিয়াৰ GDP! বিশ্বৰ বৃহত্তম অৰ্থনীতিৰ ভিতৰত ৰাছিয়াৰ স্থান ক’ত?
Top News

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

December 8, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

December 8, 2025
‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

December 7, 2025

শীৰ্ষ সংবাদ

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025