• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, December 10, 2025
19 °c
Guwahati
19 ° Thu
19 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মণিপুৰত পুনৰ বৃদ্ধি উ*ত্তে*জ*না, বিহাৰৰ ২ জন শ্ৰমিকৰ সৈতে ভয়ংকৰ কাণ্ড

Nation NE by Nation NE
December 15, 2024
in Top News, মণিপুৰ, ৰাষ্ট্ৰীয়
0 0
মণিপুৰত পুনৰ বৃদ্ধি উ*ত্তে*জ*না, বিহাৰৰ ২ জন শ্ৰমিকৰ সৈতে ভয়ংকৰ কাণ্ড
Share on FacebookShare on TwitterWhatsApp

বিগত এবছৰ ধৰি হিংসাৰ জুইত জ্বলি আছে মণিপুৰ। পৰিস্থিতি স্বাভাৱিক হোৱাৰ যেন কোনো লক্ষণেই নাই। ইফালে ৰাজ্যৰ কাকচিং জিলাত সংঘটিত হৈছে এক বৃহৎ ঘটনা।

শনিবাৰে সন্ধিয়া একাংশ অচিনাকি বন্দুকধাৰীয়ে প্ৰব্ৰজিত শ্ৰমিকক গুলীয়াই হত্যা কৰে। আৰক্ষীয়ে এই তথ্য প্ৰদান কৰে। আৰক্ষীৰ মতে, কাকচিং-ৱাবাগৈ পথৰ কেইৰাকৰ পঞ্চায়ত কাৰ্যালয়ৰ সমীপত সন্ধিয়া প্ৰায় ৫.২০ বজাত সংঘটিত হয় এই ঘটনা।

জানিব পৰা মতে, নিহত শ্ৰমিক দুয়োজনেই বিহাৰৰ বাসিন্দা, যি দুজনক গোপালগঞ্জ জিলাৰ ৰাজৱাহী গাঁৱৰ বাসিন্দা সুনালাল কুমাৰ (১৮) আৰু দশ্ৰথ কুমাৰ (১৭) বুলি চিনাক্ত কৰা হৈছে।

দুয়োজনেই নিৰ্মাণ শ্ৰমিক আছিল আৰু মেইটেই প্ৰধান কাকচিং জিলাৰ এটা ভাড়াঘৰত বাস কৰিছিল। এই ঘটনাৰ আঁৰৰ লোকক এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

এই ঘটনাৰ বাবেই পৰিস্থিতি পুনৰ উত্তেজিত হৈ পৰিছে আৰু ৰাইজৰ মাজত আতংকৰ পৰিবেশৰ সৃষ্টি হৈছে। বৰ্তমান এই ঘটনাৰ লগত জড়িত লোকসকলক চিনাক্ত কৰাত ব্যস্ত আৰক্ষী। বৰ্তমানেও জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। লগতে অহা-যোৱা কৰা লোকসকলক নিৰীক্ষণ কৰা হৈছে।

শনিবাৰে মণিপুৰৰ কংগ্ৰেছৰ সাংসদ আলফ্ৰেড কে এছ আৰ্থাৰে লোকসভাত সংবিধানৰ ৭৫ বছৰীয়া গৌৰৱময় যাত্ৰাৰ আলোচনাৰ সময়ত ৰাজ্যখনত হিংসাত্মক পৰিস্থিতিৰ বিষয়টো উত্থাপন কৰিছিল। লগতে তেওঁ ৰাজ্যবাসীক ন্যায় প্ৰদানৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে ইয়াৰ পক্ষত সকলো ফালৰ পৰা জনসাধাৰণ থিয় দিব লাগে বুলিও কয়। সাংসদগৰাকীয়ে কয় যে বিগত ১৯ মাহ ধৰি মণিপুৰত হিংসাত্মক ঘটনা সংঘটিত হৈ আছে। গতিক দেশৰ নাগৰিক হিচাপে ৰাজ্যৰ ন্যায়ৰ দাবী কৰাৰ অধিকাৰ তেওঁৰ ওচৰত আছে।

ইফালে মণিপুৰত সংঘটিত হিংসাত্মক ঘটনাক লৈ বিৰোধীয়ে ধাৰাবাহিকভাৱে বিজেপিক লক্ষ্য কৰি লৈছে। কংগ্ৰেছে প্ৰধানমন্ত্ৰী মোদীয়ে মণিপুৰ ভ্ৰমণ নকৰাক লৈ বহুবাৰ প্ৰশ্ন উত্থাপন কৰিছে।

আনহাতে সাংসদ আলফ্ৰেড কে এছ আৰ্থাৰে পুনৰবাৰ লোকসভাত প্ৰধানমন্ত্ৰী মণিপুৰত উপস্থিত নোহোৱাৰ কথা উল্লেখ কৰে।তেওঁ প্ৰশ্ন উত্থাপন কৰে যে আমাৰ দেশৰ মুৰব্বী ইমানেই দুৰ্বল নেকি যে মণিপুৰৰ জনসাধাৰণৰ জীৱন-সম্পত্তিয়েই সুৰক্ষিত কৰিব নোৱাৰে।

Tags: #ManipurPM ModiWar

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

December 10, 2025
‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
Top News

দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

December 9, 2025
থাইলেণ্ড-কম্বোডিয়াৰ মাজত বিমান আক্ৰমণ,  শিৱ মন্দিৰৰ সৈতে জড়িত ১১৮ বছৰীয়া সীমা বিবাদৰ কাৰণ…
Top News

থাইলেণ্ড-কম্বোডিয়াৰ মাজত বিমান আক্ৰমণ, শিৱ মন্দিৰৰ সৈতে জড়িত ১১৮ বছৰীয়া সীমা বিবাদৰ কাৰণ…

December 9, 2025
সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ
Top News

সাজু বুলড’জাৰ, সাজু আৰক্ষী; ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

December 9, 2025
ইণ্ডিগ’ৰ শীৰ্ষ বিষয়ালৈ DGCA ৰ চমন;  ৩৯০০খন বিমান বাতিলৰ কাৰণ দৰ্শাব লাগিব ইণ্ডিগ’য়ে
Top News

ইণ্ডিগ’ৰ শীৰ্ষ বিষয়ালৈ DGCA ৰ চমন; ৩৯০০খন বিমান বাতিলৰ কাৰণ দৰ্শাব লাগিব ইণ্ডিগ’য়ে

December 9, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

December 9, 2025

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

থাইলেণ্ড-কম্বোডিয়াৰ মাজত বিমান আক্ৰমণ, শিৱ মন্দিৰৰ সৈতে জড়িত ১১৮ বছৰীয়া সীমা বিবাদৰ কাৰণ…

সাজু বুলড’জাৰ, সাজু আৰক্ষী; ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

ইণ্ডিগ’ৰ শীৰ্ষ বিষয়ালৈ DGCA ৰ চমন; ৩৯০০খন বিমান বাতিলৰ কাৰণ দৰ্শাব লাগিব ইণ্ডিগ’য়ে

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025