• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, January 9, 2026
17 °c
Guwahati
18 ° Sat
18 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    হিন্দু কিশোৰীৰ সৈতে অপকৰ্ম কৰিলে ৬০ বছৰীয়া আলেফ ভূঞাৰ, অঞ্চলজুৰি তীব্ৰ উত্তেজনা

    কেনে যাব আপোনাৰ বছৰৰ প্ৰথম দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

জীৱনটো সুচাৰুৰূপে পৰিচালনা কৰিবলৈ নিজৰ সৈতে কৰক কথোপকথন

Nation NE by Nation NE
December 15, 2024
in Top News, বিনোদন
0 0
জীৱনটো সুচাৰুৰূপে পৰিচালনা কৰিবলৈ নিজৰ সৈতে কৰক কথোপকথন
Share on FacebookShare on TwitterWhatsApp

‘আজি কাম কৰিবলৈ মন যোৱা নাই, কি কৰো কৰো নে নকৰো!’, ‘মই কি কৰা উচিত’, এনে ধৰণৰ কথা হয়তো আমি বহুতেই নিজৰ সৈতে পাতো।কিন্তু আমি বহুতেই হয়তো জ্ঞাত নহয় যে নিজৰ সৈতে কথা পতাটো আমাৰ বাবে যথেষ্ট উপকাৰী।

ই হৈছে এক প্ৰক্ৰিয়া, য’ত আমি আমাৰ চিন্তা, অনুভূতি আৰু পৰিকল্পনাৰ বিষয়ে নিজৰ সৈতে যোগাযোগ কৰিব পাৰো। এয়া মানসিক স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী হ’ব পাৰে। নিজৰ সৈতে কথা পাতিলে কেৱল আত্ম-সজাগতা বৃদ্ধিয়েই নহয়, ই মানসিক চাপ হ্ৰাস তথা উন্নত সিদ্ধান্ত লোৱাত আপোনাক  সহায় কৰিব পাৰে। নিজৰ সৈতে কৰা কথোপকথনে আমাক কেনেধৰণে সহায় কৰে আজি এই বিষয়ে সবিশেষ জানো আহক-

উন্নত আত্মসন্মান: নিজৰ সৈতে কৰা ইতিবাচক কথোপকথনে আমাক নিজকে অনুভৱ কৰাত সহায় কৰে আৰু আমাৰ জীৱন অধিক নিয়ন্ত্ৰণত ৰাখিব পাৰে।

মানসিক চাপ হ্ৰাস: ই আমাৰ মানসিক চাপ পৰিচালনা কৰাৰ উপৰিও আৰু আমাক কঠিন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাত সহায় কৰিব পাৰে।

উন্নত সমস্যা সমাধান: নিজৰ সৈতে কৰা কথোপকথনে আমাৰ চিন্তাধাৰাক উন্নত কৰাৰ লগতে নতুন অন্তৰ্দৃষ্টি সৃষ্টি কৰাতো সহায় কৰিব পাৰে।

আৱেগিক নিয়ন্ত্ৰণত উন্নতি: এই অভ্যাসে আমাক আৱেগ প্ৰকাশ কৰাত আৰু আমাৰ অনুভৱ নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে।

উন্নত স্মৃতিশক্তি: আমি দৈনন্দিন জীৱনত যিখিনি কথা শিকো, সেই সম্পৰ্কে নিজকে প্ৰশ্ন কৰিলে আমাৰ নিজৰ তথ্য শক্তিশালী হোৱাৰ লগতে আৰু আমাৰ স্মৃতিশক্তিও উন্নত কৰিব পাৰে।

হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত: ইতিবাচক চিন্তাধাৰাই আমাৰ হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে।

আৱেগৰ ভাৰসাম্য: এই অভ্যাসে খং, দুখ আৰু ভয় নিয়ন্ত্ৰণ কৰাতো সহায় কৰে।

আচলতে নিজৰ সৈতে কথোপকথন অত্যন্ত গুৰুত্বপূৰ্ণ কাৰণ- ই আমাৰ নেতিবাচক চিন্তা নোহোৱা কৰাৰ লগতে আমাৰ আত্মসন্মান, আত্মবিশ্বাস আৰু মানসিক স্বাস্থ্যৰ উপৰিও অন্যৰ সৈতে আমাৰ সম্পৰ্কতো প্ৰভাৱ পেলাব পাৰে।

Tags: LifestylemotivationSelftalk

Related Posts

কৃত্ৰিম বুদ্ধিমত্তাৰ বাবে সংকটত চাকৰি! প্ৰতিবছৰে বহু ডাঙৰ কোম্পানীৰ পৰা কৰ্মচাৰীক বৰ্খাস্ত…
Top News

January 9, 2026
ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ ঘোষণা ট্ৰাম্পৰ
Top News

আমেৰিকা ভ্ৰমণৰ সপোন কৰক ত্যাগ! ভাৰতীয়সকললৈ আমেৰিকাৰ ডাঙৰ সতৰ্কবাণী- ‘…তেন্তে আমি চিৰদিনৰ বাবে নিষিদ্ধ কৰিম…’

January 9, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

January 9, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

January 9, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 9, 2026
আয়াতুল্লাহ আলী খামেনিক আঁতৰাবৰ বাবে পাকিস্তানে সহায় কৰিব নেকি আমেৰিকাক? বিনিময়ত পাব এই উপহাৰ…

January 8, 2026

শীৰ্ষ সংবাদ

কৃত্ৰিম বুদ্ধিমত্তাৰ বাবে সংকটত চাকৰি! প্ৰতিবছৰে বহু ডাঙৰ কোম্পানীৰ পৰা কৰ্মচাৰীক বৰ্খাস্ত…

আমেৰিকা ভ্ৰমণৰ সপোন কৰক ত্যাগ! ভাৰতীয়সকললৈ আমেৰিকাৰ ডাঙৰ সতৰ্কবাণী- ‘…তেন্তে আমি চিৰদিনৰ বাবে নিষিদ্ধ কৰিম…’

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আয়াতুল্লাহ আলী খামেনিক আঁতৰাবৰ বাবে পাকিস্তানে সহায় কৰিব নেকি আমেৰিকাক? বিনিময়ত পাব এই উপহাৰ…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025