• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, May 3, 2026
23 °c
Guwahati
23 ° Mon
25 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ইংলেণ্ডৰ বিৰুদ্ধে শতক অৰ্জন কৰি কেন উইলিয়ামছনে ৰচিলে ইতিহাস

Nation NE by Nation NE
December 16, 2024
in Top News, ক্ৰীড়া
0 0
ইংলেণ্ডৰ বিৰুদ্ধে শতক অৰ্জন কৰি কেন উইলিয়ামছনে ৰচিলে ইতিহাস
Share on FacebookShare on TwitterWhatsApp

নিউজিলেণ্ড আৰু ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলাৰ তৃতীয়খন মেচত ঘৰুৱা দল নিউজিলেণ্ডৰ অনুভৱী বেটাৰ কেন উইলিয়ামছনে দ্বিতীয় ইনিংছত শতক অৰ্জন কৰি ইতিহাস ৰচিবলৈ সক্ষম হয়। টেষ্ট কেৰিয়াৰত উইলিয়ামছনৰ এইটো ৩৩ সংখ্যক শতক।

উল্লেখণীয় কথাটো হ’ল যে ১৪৭ বছৰীয়া টেষ্ট ক্ৰিকেট ইতিহাসত এখন ষ্টেডিয়ামতে একেৰাহে পাঁচটা শতক অৰ্জন কৰা বিশ্বৰ একমাত্ৰ বেটছমেন হিচাপে পৰিগণিত হয় উইলিয়ামছন। ইয়াৰ উপৰি দ্ৰুতগতিত ৩৩টা শতক অৰ্জন কৰা তৃতীয়জন ক্ৰিকেটাৰ হিচাপেও পৰিগণিত হয়।

আনহাতে নিউজিলেণ্ডৰ হৈ টেষ্টত সৰ্বাধিক শতক অৰ্জন কৰা খেলুৱৈ হিচাপেও পৰিগণিত হৈছে উইলিয়ামছন।

উল্লেখ্য যে ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত তৃতীয়খন মেচৰ দ্বিতীয় ইনিংছত উইলিয়ামছনে ছয়ৰ সহায়ত নিজৰ শতক সম্পূৰ্ণ কৰে। তদুপৰি এখন ষ্টেডিয়ামতে একেৰাহে পাঁচটা শতক অৰ্জন কৰা ক্ৰিকেটাৰৰ তালিকাতো শীৰ্ষ স্থানত অধিষ্ঠিত হয় উইলিয়ামছন।

উইলিয়ামছনে ২০১৯ত বাংলাদেশৰ বিৰুদ্ধে ২০০, ২০১৯ত ইংলেণ্ডৰ বিৰুদ্ধে ১০৪, ২০২০ত ৱেষ্টইণ্ডিজৰ বিৰুদ্ধে ২৫১, ২০২৪ত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ১৩৩ আৰু এইবাৰ পুনৰ ইংলেণ্ডৰ বিৰুদ্ধে ১৫৬ ৰানৰ ইনিংছ খেলে। উইলিয়ামছনে হেমিল্টনৰ চেড্ডন পাৰ্কত খেলি একেৰাহে পাঁচটা শতক অৰ্জন কৰাৰ লগতে এই ষ্টেডিয়ামখনত উইলিয়ামছনৰ এয়া সপ্তমটো শতক।

টেষ্টত সৰ্বাধিক ৩৩টা শতক অৰ্জন কৰাৰ ক্ষেত্ৰত কেন উইলিয়ামছনে বিশ্বৰ ভিতৰতে তৃতীয় স্থান লাভ কৰিছে। তেওঁৰ আগত আছে ৰিকি পণ্টিং আৰু শচীন তেণ্ডুলকাৰ। উইলিয়ামছনৰ পিছত আছে ইউনিছ খান আৰু ষ্টিভ স্মিথ। টেষ্টৰ ১৮৬ সংখ্যক ইনিংছত ৩৩ সংখ্যক টেষ্ট শতক সম্পূৰ্ণ কৰিলে কেন উইলিয়ামছনে।

Tags: Kane WilliamsonTest Century

Related Posts

দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

May 3, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 3, 2026
হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে
Top News

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

May 2, 2026
বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া
Top News

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

May 2, 2026

শীৰ্ষ সংবাদ

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025