• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, December 10, 2025
19 °c
Guwahati
19 ° Fri
19 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বিপদত ৰবীন উথাপ্পা! প্ৰাক্তন বিশ্বকাপ জয়ী ক্ৰিকেটাৰগৰাকীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

Nation NE by Nation NE
December 21, 2024
in Top News, ক্ৰীড়া
0 0
বিপদত ৰবীন উথাপ্পা! প্ৰাক্তন বিশ্বকাপ জয়ী ক্ৰিকেটাৰগৰাকীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি
Share on FacebookShare on TwitterWhatsApp

বিপদত পৰিব পাৰে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটাৰ ৰবীন উথাপ্পা। ক্ৰিকেটাৰগৰাকীৰ বিৰুদ্ধে জাৰি কৰা হৈছে গ্ৰেপ্তাৰী পৰোৱানা। প্ৰভিডেণ্ট ফাণ্ড অৰ্থাত কৰ্মচাৰী ভৱিষ্য নিধি (ইপিএফ)ৰ জালিয়াতিৰ বাবে বিপদত পৰিব পাৰে প্ৰাক্তন বিশ্বজয়ী ক্ৰিকেটাৰগৰাকী।

প্ৰাপ্ত খবৰ অনুসৰি, প্ৰাক্তন ক্ৰিকেটাৰ ৰবীন উথাপ্পাৰ বিৰুদ্ধে এটি কাপোৰ কোম্পানীৰ কৰ্মচাৰীৰ প্ৰভিডেণ্ট ফাণ্ডত জমা কৰিবলগীয়া ধন জমা নকৰাৰ অভিযোগ উত্থাপন হৈছে। ২৭ ডিচেম্বৰৰ ভিতৰত প্ৰায় ২৪ লাখ টকা জমা দিব লাগিব উথাপ্পাই।

ৰবীন উথাপ্পা চেঞ্চুৰীজ লাইফষ্টাইল ব্ৰেণ্ড প্ৰাইভেট লিমিটেড নামৰ কাপোৰ কোম্পানীৰ ডিৰেক্টৰ পদত অধিষ্ঠিত হৈ আছে। এই কোম্পানীটোৰ ২৩ লাখ ৩৬ হাজাৰ ৬০২ টকা নিয়ম অনুসৰি প্ৰভিডেণ্ট ফাণ্ডত জমা দিয়া নাছিল।

এই ঘটনা সন্দৰ্ভত বেংগালুৰু আঞ্চলিক পি এফৰ আয়ুক্ত সদক্ষৰী গোপাল ৰেড্ডীয়ে কয় যে বিগত ৪ ডিচেম্বৰত ৰবীন উথাপ্পাৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পাৰোৱানা জাৰি কৰা হৈছিল।

উল্লেখ্য যে, কোম্পানীটোৰ কৰ্মচাৰীৰ দৰমহাৰ পৰা ধন কৰ্তন কৰাৰ পিছতো প্ৰভিডেণ্ট ফাণ্ডত ধন জমা নিদিয়াৰ অভিযোগ উত্থাপন হৈছে উথাপ্পাৰ বিৰুদ্ধে। যাৰ বাবে প্ৰভিডেণ্ট ফাণ্ড অথৰিটিয়ে কৰ্মচাৰীসকলৰ ধনৰাশি মোকলাই দিব পৰা নাই।

কোম্পানীৰ কৰ্মচাৰীসকলে অভিযোগ কৰা অনুসৰি, প্ৰতিমাহে কোম্পানীয়ে পিএফৰ ধন কৰ্তন কৰে, কিন্তু তেওঁলোকৰ পিএফ একাউণ্টত ধন জমা হোৱা নাই। কৰ্মচাৰীসকলৰ এই অভিযোগৰ পিছতেই উথাপ্পাৰ বিৰুদ্ধে জালিয়াতিৰ গোচৰ ৰুজু কৰা হৈছে।

ইফালে যদিহে ২৭ ডিচেম্বৰৰ ভিতৰত প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে প্ৰভিডেণ্ট ফাণ্ডত উক্ত ধনৰাশি জমা নিদিয়ে তেন্তে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীক নিৰ্দেশ প্ৰদান কৰা হৈছে বুলি জানিব পৰা গৈছে।

Tags: Arrest WarrantEPFFormer CricketerRobin Uthappa

Related Posts

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি
Top News

December 10, 2025
ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত কণ্ঠ  আমেৰিকাতেই, ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ দাবীৰ লগতে ক্ষমা বিচৰাৰ দাবী তীব্ৰতৰ
Top News

ভাৰতীয়ৰ বিৰুদ্ধে ট্ৰাম্পৰ ডাঙৰ এক্সন! আমেৰিকাই বাতিল কৰিলে ৮৫ হাজাৰ ভিছা

December 10, 2025
মাত্ৰ ৮০০ টকা উপাৰ্জন কৰি হৈ উঠিব ভাৰতত কোটিপতি! জানক এই মুছলমান দেশৰ সবিশেষ

গাড়ীৰ ভিতৰত হেলমেট পৰিধান এজন লোকৰ, কিন্তু কিয়? সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ’…

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি
Top News

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি

December 10, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

December 10, 2025

শীৰ্ষ সংবাদ

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

ভাৰতীয়ৰ বিৰুদ্ধে ট্ৰাম্পৰ ডাঙৰ এক্সন! আমেৰিকাই বাতিল কৰিলে ৮৫ হাজাৰ ভিছা

মাত্ৰ ৮০০ টকা উপাৰ্জন কৰি হৈ উঠিব ভাৰতত কোটিপতি! জানক এই মুছলমান দেশৰ সবিশেষ

গাড়ীৰ ভিতৰত হেলমেট পৰিধান এজন লোকৰ, কিন্তু কিয়? সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ’…

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025