• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বিপদত ৰবীন উথাপ্পা! প্ৰাক্তন বিশ্বকাপ জয়ী ক্ৰিকেটাৰগৰাকীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

Nation NE by Nation NE
December 21, 2024
in Top News, ক্ৰীড়া
0 0
বিপদত ৰবীন উথাপ্পা! প্ৰাক্তন বিশ্বকাপ জয়ী ক্ৰিকেটাৰগৰাকীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি
Share on FacebookShare on TwitterWhatsApp

বিপদত পৰিব পাৰে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটাৰ ৰবীন উথাপ্পা। ক্ৰিকেটাৰগৰাকীৰ বিৰুদ্ধে জাৰি কৰা হৈছে গ্ৰেপ্তাৰী পৰোৱানা। প্ৰভিডেণ্ট ফাণ্ড অৰ্থাত কৰ্মচাৰী ভৱিষ্য নিধি (ইপিএফ)ৰ জালিয়াতিৰ বাবে বিপদত পৰিব পাৰে প্ৰাক্তন বিশ্বজয়ী ক্ৰিকেটাৰগৰাকী।

প্ৰাপ্ত খবৰ অনুসৰি, প্ৰাক্তন ক্ৰিকেটাৰ ৰবীন উথাপ্পাৰ বিৰুদ্ধে এটি কাপোৰ কোম্পানীৰ কৰ্মচাৰীৰ প্ৰভিডেণ্ট ফাণ্ডত জমা কৰিবলগীয়া ধন জমা নকৰাৰ অভিযোগ উত্থাপন হৈছে। ২৭ ডিচেম্বৰৰ ভিতৰত প্ৰায় ২৪ লাখ টকা জমা দিব লাগিব উথাপ্পাই।

ৰবীন উথাপ্পা চেঞ্চুৰীজ লাইফষ্টাইল ব্ৰেণ্ড প্ৰাইভেট লিমিটেড নামৰ কাপোৰ কোম্পানীৰ ডিৰেক্টৰ পদত অধিষ্ঠিত হৈ আছে। এই কোম্পানীটোৰ ২৩ লাখ ৩৬ হাজাৰ ৬০২ টকা নিয়ম অনুসৰি প্ৰভিডেণ্ট ফাণ্ডত জমা দিয়া নাছিল।

এই ঘটনা সন্দৰ্ভত বেংগালুৰু আঞ্চলিক পি এফৰ আয়ুক্ত সদক্ষৰী গোপাল ৰেড্ডীয়ে কয় যে বিগত ৪ ডিচেম্বৰত ৰবীন উথাপ্পাৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পাৰোৱানা জাৰি কৰা হৈছিল।

উল্লেখ্য যে, কোম্পানীটোৰ কৰ্মচাৰীৰ দৰমহাৰ পৰা ধন কৰ্তন কৰাৰ পিছতো প্ৰভিডেণ্ট ফাণ্ডত ধন জমা নিদিয়াৰ অভিযোগ উত্থাপন হৈছে উথাপ্পাৰ বিৰুদ্ধে। যাৰ বাবে প্ৰভিডেণ্ট ফাণ্ড অথৰিটিয়ে কৰ্মচাৰীসকলৰ ধনৰাশি মোকলাই দিব পৰা নাই।

কোম্পানীৰ কৰ্মচাৰীসকলে অভিযোগ কৰা অনুসৰি, প্ৰতিমাহে কোম্পানীয়ে পিএফৰ ধন কৰ্তন কৰে, কিন্তু তেওঁলোকৰ পিএফ একাউণ্টত ধন জমা হোৱা নাই। কৰ্মচাৰীসকলৰ এই অভিযোগৰ পিছতেই উথাপ্পাৰ বিৰুদ্ধে জালিয়াতিৰ গোচৰ ৰুজু কৰা হৈছে।

ইফালে যদিহে ২৭ ডিচেম্বৰৰ ভিতৰত প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে প্ৰভিডেণ্ট ফাণ্ডত উক্ত ধনৰাশি জমা নিদিয়ে তেন্তে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীক নিৰ্দেশ প্ৰদান কৰা হৈছে বুলি জানিব পৰা গৈছে।

Tags: Arrest WarrantEPFFormer CricketerRobin Uthappa

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025