• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পঞ্জাৱৰ এইগৰাকী ক্ৰিকেটাৰ ৰচিলে ইতিহাস; ভংগ কৰিলে ইউছুফ পাঠানৰ অভিলেখ

Nation NE by Nation NE
December 21, 2024
in Top News, ক্ৰীড়া
0 0
পঞ্জাৱৰ এইগৰাকী ক্ৰিকেটাৰ ৰচিলে ইতিহাস; ভংগ কৰিলে ইউছুফ পাঠানৰ অভিলেখ
Share on FacebookShare on TwitterWhatsApp

বিজয় হাজাৰে ট্ৰফীত পঞ্জাৱৰ বেটাৰ অনমোলপ্ৰীত সিঙে অৰুণাচল প্ৰদেশৰ বিৰুদ্ধে বিস্ফোৰক ইনিংছ খেলি হৃদয় জিনিছে অনুৰাগীৰ। ঘৰুৱা ক্ৰিকেটৰ অন্যতম সন্মানীয় প্ৰতিযোগিতাখনৰ প্ৰথমখন মেচত অনমোলপ্ৰীতে ১২টা চাৰি আৰু ৯টা ছয়ৰ সহায়ত ৪৫টা বলত ১১৫ ৰানৰ দুৰ্দান্ত ইনিংছ খেলে।

অনমোলপ্ৰীতে মাত্ৰ ৩৫টা বলতে নিজৰ শতক সম্পূৰ্ণ কৰে। এই দুৰ্দান্ত শতক অৰ্জন কৰি অনমোলপ্ৰীতে ভংগ কৰিলে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটাৰ ইউছুফ পাঠানৰ অভিলেখ।

উল্লেখ্য যে, ২০০৯-১০ বৰ্ষৰ বিজয় হাজাৰে ট্ৰফীত ইউছুফ পাঠানে মহাৰাষ্ট্ৰৰ বিৰুদ্ধে মেচত ৪০টা বলত নিজৰ শতক সম্পূৰ্ণ কৰিছিল। কিন্তু এতিয়া ভাৰতৰ হৈ প্ৰথম শ্ৰেণী ক্ৰিকেটত দ্ৰুততম শতক অৰ্জন কৰা বেটছমেনত পৰিণত হ’ল অনমোলপ্ৰীত সিং।

আনহাতে সামগ্ৰিকভাৱে প্ৰথম শ্ৰেণী ক্ৰিকেটত সৰ্বাধিক দ্ৰুততম শতক অৰ্জন কৰা বিশ্বৰ তৃতীয়জন ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছে অনমোলপ্ৰীত। প্ৰথম শ্ৰেণী ক্ৰিকেটত সৰ্বাধিক দ্ৰুত শতক অৰ্জন কৰাৰ অভিলেখ জেক ফ্ৰেজাৰ-মেকগাৰ্কৰ নামত আছে। তেওঁ ২৯টা বলত শতক অৰ্জন কৰিছিল। আনহাতে দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ক্ৰিকেটাৰ এ বি ডি ভিলিয়াৰ্ছে ৩১টা বলত শতক অৰ্জনেৰে এই তালিকাৰ দ্বিতীয় স্থানত আছে।

প্ৰথম শ্ৰেণী ক্ৰিকেটত দ্ৰুততম শতক অৰ্জন কৰা ক্ৰিকেটাৰ

২৯ বল – জেক ফ্ৰেজাৰ-মেকগাৰ্ক

৩১ বল – এ বি ডি ভিলিয়াৰ্ছ

৩৫ বল – অনমোলপ্ৰীত

Tags: Anmolpreet SinghPunjabVijay Hazare

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025