• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, July 15, 2025
28 °c
Guwahati
28 ° Wed
29 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

    শিক্ষাৰ্থীসকলৰ বাবে কেনে যাব আজিৰ দিনটো? জানিবলৈ পঢ়ক ৰাশিফল

    এখন আচৰিত বিয়া, পলাতক দৰা-কইনাক বান্ধি আনি সম্পূৰ্ণ হিন্দু ধৰ্মৰে পাতি দিলে বিয়া…

    প্ৰথমে প্ৰেম তাৰপাছত বিবাহ, এতিয়া ন্যায় বিচাৰি আৰক্ষীৰ ওচৰত কিন্নৰৰ দল

    অনুষ্ঠিত নহয় চলিত ছীজনৰ ISL? দেশৰ বৃহত্তম ফুটবল লীগৰ ভৱিষ্যতক লৈ প্ৰশ্ন

    ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

    অতি মৰ্মান্তিক! তামাৰহাটত মাতৃ আৰু দুই কন্যাই একেলগে ল’লে চৰম সিদ্ধান্ত

    কুৱালালামপুৰৰ পৰাই সমগ্ৰ বিশ্বলৈ এক শক্তিশালী বাৰ্তা মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

    গোৱালপাৰাত উচ্ছেদৰ পূৰ্বেই ঘৰ-বাৰী এৰি গ’ল প্ৰায় ৯৫ শতাংশ দখলকাৰী

    পাইকান সংৰক্ষিত বনাঞ্চলৰ পৰা ১০৮০টা পৰিয়ালক উচ্ছেদ প্ৰশাসনৰ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ভয়ংকৰ পথ দুৰ্ঘটনা; বাছ আৰু ট্ৰাকৰ সংঘৰ্ষত ২২ জন লোকৰ মৃত্যু

      Nation NE by Nation NE
      December 21, 2024
      in Top News, আন্তঃ ৰাষ্ট্ৰীয়
      0 0
      ভয়ংকৰ পথ দুৰ্ঘটনা; বাছ আৰু ট্ৰাকৰ সংঘৰ্ষত ২২ জন লোকৰ মৃত্যু
      Share on FacebookShare on TwitterWhatsApp

      দক্ষিণ-পূব ব্ৰাজিলৰ ৰাজ্য মিনাছ গেৰাইছৰ এটা ঘাইপথত শনিবাৰে পুৱা এখন যাত্ৰীবাহী বাছ আৰু এখন ট্ৰাকৰ মাজত সংঘটিত দুৰ্ঘটনাত ২২ জন লোকৰ মৃত্যু হয়। এই ঘটনাত আন ১৩ জন লোক গুৰুতৰভাৱে আহত হয়।

      মিনাছ গেৰাইছৰ অগ্নিনিৰ্বাপক বাহিনীয়ে জানিব দিয়া অনুসৰি আহত হোৱা ১৩ জন লোকক টিওফিলো অটোনি চহৰৰ ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। জানিব পৰা মতে, বাছখন চাও পাওলোৰ পৰা ৰাওনা হৈছিল আৰু ৪৫ জন যাত্ৰী কঢ়িয়াই আনিছিল।

      কৰ্তৃপক্ষই জনোৱা মতে, বাছখনৰ টায়াৰ ফাটি যোৱাৰ ফলত চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই এখন ট্ৰাকত খুন্দা মাৰে। তিনিজন যাত্ৰী কঢ়িয়াই নিয়া এখন গাড়ীও বাছখনৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। অৱশ্যে এই তিনিওজনৰে প্ৰাণ ৰক্ষা পৰে বুলি অগ্নিনিৰ্বাপক বাহিনীয়ে জনায়।

      দুৰ্ঘটনাস্থলীত উদ্ধাৰকাৰী দল উপস্থিত হৈ উদ্ধাৰ অভিযান চলোৱা বুলি অগ্নিনিৰ্বাপক বাহিনীৰ লেফটেনেণ্ট এল’নছ’ই জনায়।

      গভৰ্ণৰ ৰোমিউ জেমাই এক্সত লিখিছে যে তেওঁ ভুক্তভোগীসকলক সহায় কৰিবলৈ মিনাছ গেৰাইছ চৰকাৰক “সম্পূৰ্ণ সহায়ৰ”ৰ নিৰ্দেশ প্ৰদান কৰিছে।

      জেমাই কয়, ‘আমি এই দুৰ্ঘটনাত পতিত হোৱা ভুক্তভোগীৰ পৰিয়ালসমূহক সম্ভৱপৰ সহায় কৰাটো নিশ্চিত কৰিবলৈ কাম কৰি আছো।’

      Tags: brazilRoad Accident

      Related Posts

      পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল
      Top News

      ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

      July 15, 2025
      শংকিত পাকিস্তান! বিশ্বৰ প্ৰায় ১৪-১৫খন দেশে ভাৰতৰ পৰা ব্ৰক্ষচ ক্ষেপণাস্ত্ৰ দাবী…

      July 14, 2025
      গংগাত স্নান কৰি থকা অৱস্থাত হঠাৎ পানীত পিছলি পৰে এগৰাকী তীৰ্থযাত্ৰী, তাৰ পিছত কি হল জানক সবিশেষ…

      গাজাত বন্ধ হ’ব নেকি যুদ্ধ? যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ ইজৰাইলৰ!
      Top News

      ইজৰাইলৰ ডাঙৰ কৃতিত্ব, শত্ৰুদেশ ইৰাণৰ পৰা ৰক্ষা কৰিছিল যুদ্ধ বিমান এফ-১৫ক

      July 14, 2025
      পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল
      Top News

      শিক্ষাৰ্থীসকলৰ বাবে কেনে যাব আজিৰ দিনটো? জানিবলৈ পঢ়ক ৰাশিফল

      July 14, 2025
      এখন আচৰিত বিয়া, পলাতক দৰা-কইনাক বান্ধি আনি সম্পূৰ্ণ হিন্দু ধৰ্মৰে পাতি দিলে বিয়া…
      Top News

      এখন আচৰিত বিয়া, পলাতক দৰা-কইনাক বান্ধি আনি সম্পূৰ্ণ হিন্দু ধৰ্মৰে পাতি দিলে বিয়া…

      July 13, 2025

      শীৰ্ষ সংবাদ

      ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

      শংকিত পাকিস্তান! বিশ্বৰ প্ৰায় ১৪-১৫খন দেশে ভাৰতৰ পৰা ব্ৰক্ষচ ক্ষেপণাস্ত্ৰ দাবী…

      গংগাত স্নান কৰি থকা অৱস্থাত হঠাৎ পানীত পিছলি পৰে এগৰাকী তীৰ্থযাত্ৰী, তাৰ পিছত কি হল জানক সবিশেষ…

      ইজৰাইলৰ ডাঙৰ কৃতিত্ব, শত্ৰুদেশ ইৰাণৰ পৰা ৰক্ষা কৰিছিল যুদ্ধ বিমান এফ-১৫ক

      শিক্ষাৰ্থীসকলৰ বাবে কেনে যাব আজিৰ দিনটো? জানিবলৈ পঢ়ক ৰাশিফল

      এখন আচৰিত বিয়া, পলাতক দৰা-কইনাক বান্ধি আনি সম্পূৰ্ণ হিন্দু ধৰ্মৰে পাতি দিলে বিয়া…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist

      - Select Visibility -