• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, May 5, 2026
26 °c
Guwahati
25 ° Thu
26 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভয়ংকৰ পথ দুৰ্ঘটনা; বাছ আৰু ট্ৰাকৰ সংঘৰ্ষত ২২ জন লোকৰ মৃত্যু

Nation NE by Nation NE
December 21, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ভয়ংকৰ পথ দুৰ্ঘটনা; বাছ আৰু ট্ৰাকৰ সংঘৰ্ষত ২২ জন লোকৰ মৃত্যু
Share on FacebookShare on TwitterWhatsApp

দক্ষিণ-পূব ব্ৰাজিলৰ ৰাজ্য মিনাছ গেৰাইছৰ এটা ঘাইপথত শনিবাৰে পুৱা এখন যাত্ৰীবাহী বাছ আৰু এখন ট্ৰাকৰ মাজত সংঘটিত দুৰ্ঘটনাত ২২ জন লোকৰ মৃত্যু হয়। এই ঘটনাত আন ১৩ জন লোক গুৰুতৰভাৱে আহত হয়।

মিনাছ গেৰাইছৰ অগ্নিনিৰ্বাপক বাহিনীয়ে জানিব দিয়া অনুসৰি আহত হোৱা ১৩ জন লোকক টিওফিলো অটোনি চহৰৰ ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। জানিব পৰা মতে, বাছখন চাও পাওলোৰ পৰা ৰাওনা হৈছিল আৰু ৪৫ জন যাত্ৰী কঢ়িয়াই আনিছিল।

কৰ্তৃপক্ষই জনোৱা মতে, বাছখনৰ টায়াৰ ফাটি যোৱাৰ ফলত চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই এখন ট্ৰাকত খুন্দা মাৰে। তিনিজন যাত্ৰী কঢ়িয়াই নিয়া এখন গাড়ীও বাছখনৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। অৱশ্যে এই তিনিওজনৰে প্ৰাণ ৰক্ষা পৰে বুলি অগ্নিনিৰ্বাপক বাহিনীয়ে জনায়।

দুৰ্ঘটনাস্থলীত উদ্ধাৰকাৰী দল উপস্থিত হৈ উদ্ধাৰ অভিযান চলোৱা বুলি অগ্নিনিৰ্বাপক বাহিনীৰ লেফটেনেণ্ট এল’নছ’ই জনায়।

গভৰ্ণৰ ৰোমিউ জেমাই এক্সত লিখিছে যে তেওঁ ভুক্তভোগীসকলক সহায় কৰিবলৈ মিনাছ গেৰাইছ চৰকাৰক “সম্পূৰ্ণ সহায়ৰ”ৰ নিৰ্দেশ প্ৰদান কৰিছে।

জেমাই কয়, ‘আমি এই দুৰ্ঘটনাত পতিত হোৱা ভুক্তভোগীৰ পৰিয়ালসমূহক সম্ভৱপৰ সহায় কৰাটো নিশ্চিত কৰিবলৈ কাম কৰি আছো।’

Tags: brazilRoad Accident

Related Posts

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

May 5, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 5, 2026

শীৰ্ষ সংবাদ

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025