• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

শপতগ্ৰহণৰ পূৰ্বে আন এগৰাকী ভাৰতীয়ৰ ওপৰত আস্থা প্ৰকাশ ট্ৰাম্প চৰকাৰৰ

Nation NE by Nation NE
December 23, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
শপতগ্ৰহণৰ পূৰ্বে আন এগৰাকী ভাৰতীয়ৰ ওপৰত আস্থা প্ৰকাশ ট্ৰাম্প চৰকাৰৰ
Share on FacebookShare on TwitterWhatsApp

২০ জানুৱাৰীত আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে শপত গ্ৰহণ কৰিব। শপত লোৱাৰ পূৰ্বে ট্ৰাম্পে নিজৰ দল প্ৰস্তুত কৰি আছে। দেওবাৰে ট্ৰাম্পে ভাৰতীয় আমেৰিকান উদ্যোগী তথা লেখক শ্ৰীৰাম কৃষ্ণনক কৃত্ৰিম বুদ্ধিমত্তা (AI)ৰ ক্ষেত্ৰত হোৱাইট হাউছৰ জ্যেষ্ঠ নীতি উপদেষ্টা হিচাপে নিযুক্তি দিয়ে।

কৃত্ৰিম বুদ্ধিমত্তা (AI)ৰ ওপৰত কেইবাটাও নিযুক্তি ঘোষণা কৰি দেওবাৰে ট্ৰাম্পে কয় যে, শ্ৰীৰাম কৃষ্ণনে হোয়াইট হাউছৰ বিজ্ঞান আৰু প্ৰযুক্তি নীতিৰ কাৰ্যালয়ত কৃত্ৰিম বুদ্ধিমত্তা (AI)ৰ জ্যেষ্ঠ নীতি উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰিব।

শ্ৰীৰামৰ নিযুক্তিৰ কথা ঘোষণা কৰি ট্ৰাম্পে কয় যে, ডেভিদ চেক্সৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি শ্ৰীৰামে AI আৰু সমগ্ৰ চৰকাৰখনতে আমেৰিকাৰ নেতৃত্ব অব্যাহত ৰখাত গুৰুত্ব দিব, য’ত ৰাষ্ট্ৰপতিৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ উপদেষ্টা পৰিষদৰ সৈতে কাম কৰি নীতি গঠন আৰু সমন্বয়ত সহায় কৰিব।

উল্লেখ্য যে, মাইক্ৰ’ছফটত উইণ্ড’জ এজুৰৰ প্ৰতিষ্ঠাপক সদস্য হিচাপে শ্ৰীৰামে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।

কৃষ্ণনৰ এই নিযুক্তিক ভাৰতীয় আমেৰিকান সমাজে আদৰণি জনায়। ইণ্ডিয়াস্পোৰাৰ কাৰ্যবাহী সঞ্চালক সঞ্জীৱ যোশিপুৰাই কয় যে, তেওঁ শ্ৰীৰাম কৃষ্ণনক আন্তৰিকতাৰে অভিনন্দন জনাই আৰু নিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে তেওঁক হোৱাইট হাউছৰ বিজ্ঞান আৰু প্ৰযুক্তি নীতিৰ কাৰ্যালয়ৰ জ্যেষ্ঠ নীতি উপদেষ্টা হিচাপে নিযুক্তি দিয়াত আনন্দিত হয়।

ট্ৰাম্পৰ দ্বিতীয় কাৰ্যকালত স্থান লাভ কৰিছে ভাৰতীয় মূলৰ বহু বিষয়াই। ভাৰতীয় মূলৰ কাছ পেটেলক এফ বি আইৰ সঞ্চালক হিচাপে নিযুক্তি দিছে ট্ৰাম্পে।

ইলন মাস্কৰ লগতে এই চৰকাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বিবেক ৰামাস্বামীয়ে। ন্যায় বিভাগ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰতিষ্ঠানত সম্ভাৱ্য গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণৰ বাবে প্ৰস্তুতি চলাইছে হৰমীত ধিলন আৰু জয় ভট্টাচাৰ্যই। ইয়াৰ উপৰিও নিৰ্বাচিত উপ-ৰাষ্ট্ৰপতি জে ডি ভ্যান্সৰ পত্নী উছা ভ্যান্স হ’ব প্ৰথমগৰাকী দক্ষিণ এছিয়ান আমেৰিকান দ্বিতীয় মহিলা।

Tags: AmericaPresidentTrump

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025