• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বৰদিনৰ দিনাই গোৱাত পৰ্যটকেৰে ভৰা নাও ডুবিল সাগৰত; এজনৰ মৃত্যু

Nation NE by Nation NE
December 25, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
বৰদিনৰ দিনাই গোৱাত পৰ্যটকেৰে ভৰা নাও ডুবিল সাগৰত; এজনৰ মৃত্যু
Share on FacebookShare on TwitterWhatsApp

উত্তৰ গোৱাৰ কলংগুট বীচ্চত বুধবাৰে (২৫ ডিচেম্বৰ, ২০২৪) ইঞ্জিন বিকল হোৱাৰ বাবে এখন পৰ্যটকৰে ভৰা নাও দুৰ্ঘটনাত পতিত হয়। এই ঘটনাত এজন লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ২০ জন লোক আহত হয়। আৰক্ষীয়ে প্ৰদান কৰে এই তথ্য।

সংবাদ সংস্থা পিটিআইৰ মতে, লাইফগাৰ্ড ইনচাৰ্জ সঞ্জয় যাদৱে কয়, ‘কলংগুট বীচ্চত এখন নাও দুৰ্ঘটনাত পতিত হয়। এই ঘটনাত আমি ১৩ জন লোকক উদ্ধাৰ কৰিছো। আমি সঠিক সংখ্যা নাজানো, কিন্তু নাওখনৰ তলত আবদ্ধ হৈ থকা একেটা পৰিয়ালৰ প্ৰায় ৬ জন লোকৰ অৱস্থা সংকটজনক।’

বৰ্তমান আৰক্ষীয়ে নাওখন ডুব যোৱাৰ ফলত অস্বাভাৱিক মৃত্যুৰ গোচৰ ৰুজু কৰি দুৰ্ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।

বুধবাৰে বিয়লিৰ আশে-পাশে কলংগুট বীচ্চত লাইফগাৰ্ড এজেন্সী দৃষ্টি মেৰিন লাইফছেভাৰ্ছে ২০ জনতকৈ অধিক পৰ্যটকক উদ্ধাৰ কৰে। নাওখনত থকা পৰ্যটকৰ বয়স আছিল ৬ৰ পৰা ৬৫ বছৰৰ ভিতৰত। মহাৰাষ্ট্ৰৰ খেড়ৰ ১৩ জনীয়া এটা পৰিয়ালো আছিল নাওখনত। নাওখনত ২০জনৰো অধিক যাত্ৰী আছিল। জানিব পৰা অনুসৰি বীচ্চৰ পৰা প্ৰায় ৬০ মিটাৰ দূৰত্বত নাওখন ডুব যায়।

Tags: Boat CapsizesGOATourists Boat

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025