• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
24 °c
Guwahati
22 ° Wed
23 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অসমৰ মুছলমান ছাত্ৰীৰ সৈতে বহি: ৰাজ্যৰ হিন্দু যুৱকৰ ভয়ংকৰ কাণ্ড

Nation NE by Nation NE
December 26, 2024
in Top News, অসম
0 0
অসমৰ মুছলমান ছাত্ৰীৰ সৈতে বহি: ৰাজ্যৰ হিন্দু যুৱকৰ ভয়ংকৰ কাণ্ড
Share on FacebookShare on TwitterWhatsApp

বিলাসীপাৰাত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। পুনৰ বহি: ৰাজ্যৰ হিন্দু যুৱকে অপহৰণ কৰে অসমৰ মুছলমান ছাত্ৰীক।

১৩ বছৰীয়া এই কিশোৰী ছাত্ৰী গৰাকী অপহৰণ হোৱাৰ পিছতে পৰিয়ালৰ মাজত সৃষ্টি হৈছে হুৱা-দুৱাৰ।  এই ঘটনা সংঘটিত হৈছে বিলাসীপাৰাৰ চিৰাকুটাত। ইতিমধ্যে  ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰে শালকোচা আৰক্ষী চকীত। কিন্তু এজাহাৰ দাখিলৰ পিছতো শালকোচা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কৃতিমান পাঠকে সম্পূৰ্ণ নিৰৱ দৰ্শকৰ ভূমিকা লোৱাৰ অভিযোগ অভিযুক্ত পৰিয়ালৰ আৰু দল সংগঠনৰ।

বিলাসীপাৰাৰ চিৰাকুটা ১ম খণ্ড গাঁৱৰ এগৰাকী অষ্টম শ্ৰেণীৰ স্কুলীয়া ছাত্ৰীক অপহৰণ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যকৰ সৃষ্টি কৰিছে। যোৱা ১৮ ডিচেম্বৰত বিলাসীপাৰা বাঘমাৰীস্হিত ইটা ভাটাত কৰ্মৰত বহি:ৰাজ্যৰ যুৱক প্ৰেম চান্দ ওৰফে লাখিয়ে ছাত্ৰীজনীক ফুচলাই অপহৰণ কৰাৰ সন্দেহ পৰিয়ালৰ লোকৰ।

প্ৰেম চান্দ ওৰফে লাখিৰ ঘৰ উত্তৰ প্ৰদেশত বুলি জানিব পৰা গৈছে। ছাত্ৰীজনীৰ পৰিয়ালৰ লোক এই একে ইটা ভাটাত কৰ্মৰত আছিল বুলি জানিব পৰা গৈছে। ছোৱালীজনী হ’ল চিৰাকুটা ১ম খণ্ড গাঁৱৰ শাহিনুৰ ইছলাম ১৩ বছৰীয়া কন্যা আলিফা বেগম। এই ক্ষেত্ৰত আলিফাৰ পৰিয়ালে শালকোচা আৰক্ষী চকীত এজাহাৰ দাখিল কৰে, যদিও ৭ দিন উলকি যোৱাৰ পিছতো আৰক্ষীয়ে কোনো সং সূত্ৰ উলিয়াৱ পৰা নাই।

অতি শীঘ্ৰে বাঘমাৰীস্হিত মহল ভাটাত কৰ্মৰত বহি:ৰাজ্যৰ শ্ৰমিক আৰু ভাটাৰ স্বাত্বাধিকাৰী ললিত আগৰৱালাৰ বিৰুদ্ধে উচিত তদন্তৰ দাবী কৰিছে স্হানীয় ৰাইজ আৰু দ’ল সংগঠনে। সংগঠনে আৰক্ষী প্ৰশাসনক ২৪ ঘন্টা সময় সীমা বান্ধি দিয়ে যে ছোৱালীজনীক উদ্ধাৰ নকৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ।

Tags: #AssamHindumuslim

Related Posts

‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন
Top News

April 27, 2026
২৫ কোটি টকীয়া এক বিৰল যন্ত্ৰ, লণ্ডনত নিলাম হ’ব জয়পুৰৰ ৰাজবংশীয় ‘ছুপাৰ কম্পিউটাৰ’!

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 27, 2026
কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন
Top News

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

April 27, 2026

শীৰ্ষ সংবাদ

‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন

২৫ কোটি টকীয়া এক বিৰল যন্ত্ৰ, লণ্ডনত নিলাম হ’ব জয়পুৰৰ ৰাজবংশীয় ‘ছুপাৰ কম্পিউটাৰ’!

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025