• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home উত্তৰ পূৱ

বৰডুমছাৰ জৱাহৰ নৱোদয় বিদ্যালয়ত ৰেগিং; জ্যেষ্ঠ শিক্ষাৰ্থীৰ প্ৰহাৰত আহত কেইবাজনো!

Nation NE by Nation NE
June 26, 2024
in উত্তৰ পূৱ
0 0
বৰডুমছাৰ জৱাহৰ নৱোদয় বিদ্যালয়ত ৰেগিং; জ্যেষ্ঠ শিক্ষাৰ্থীৰ প্ৰহাৰত আহত কেইবাজনো!
Share on FacebookShare on TwitterWhatsApp

অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ বৰডুমছাৰ জৱাহৰ নৱোদয় বিদ্যালয়ত এক ভয়াৱহ ৰেগিং কাণ্ড সংঘটিত হৈছে। মঙলবাৰে পুৱা বিদ্যালয়খনৰ ল’ৰা হোষ্টেলত জ্যেষ্ঠ ছাত্ৰ-ছাত্ৰীয়ে ১৫ জনতকৈ অধিক ছাত্ৰ-ছাত্ৰীক নৃশংসভাৱে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে।

একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ এটা দলে বিদ্যালয়খনৰে অষ্টম শ্ৰেণীত অধ্যয়ণৰত কনিষ্ঠ শিক্ষাৰ্থীসকলক লক্ষ্য কৰি শাৰীৰিক আৰু মানসিকভাৱে আক্ৰমণ সংঘটিত কৰা বুলি জানিব পৰা গৈছে।

বৰ্ডিং স্কুলখনত ৫৩০ গৰাকী ছাত্ৰ-ছাত্ৰী আৰু ১৮ গৰাকী শিক্ষক আছে। ঘটনা সন্দৰ্ভত বিদ্যালয়ৰ অধ্যক্ষ ৰাজীৱ ৰঞ্জনে কয় যে বিদ্যালয় চৌহদত সংঘটিত হোৱা ভয়ানক ঘটনাৰ পিছত বৈঠকত মিলিত হোৱা অনুশাসন সমিতিৰ সিদ্ধান্ত অনুসৰি এতিয়ালৈকে ৫ গৰাকী ছাত্ৰ-ছাত্ৰীক নিলম্বন কৰা হৈছে।

শাৰীৰিক আৰু মানসিক উভয় অত্যাচাৰৰ সন্মুখীন হোৱা আহত ছাত্ৰ-ছাত্ৰীক প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰি অধ্যক্ষগৰাকীয়ে লগতে এই বিষয়ত অধিক ব্যৱস্থা গ্ৰহণৰ বাবে বিদ্যালয়খনৰ অভিভাৱক শিক্ষক পৰিষদৰ এখন সভা আহ্বান কৰা হৈছে বুলিও অৱগত কৰে।

তেওঁ লগতে জনাইছে যে আজি পুৱা নিলম্বিত ছাত্ৰ-ছাত্ৰী কেইজনক অভিভাৱকৰ হাতত গতাই দিব কৰ্তৃপক্ষই।

ইফালে আঘাত প্ৰাপ্ত শিক্ষাৰ্থীসকলৰ অভিভাৱক সকলেও উচিত ন্যায়ৰ দাবী জনাইছে।

Tags: #Arunachal Pradesh#Bordumsa#JNV#Ragging

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 25, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

April 24, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

April 23, 2026
‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে
Top News

‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

April 22, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025