• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মহান মহান বেগী বলাৰক চেৰ পেলাই মেলব’ৰ্নত বুমৰাহে ৰচিলে ইতিহাস

Nation NE by Nation NE
December 29, 2024
in Top News, ক্ৰীড়া
0 0
মহান মহান বেগী বলাৰক চেৰ পেলাই মেলব’ৰ্নত বুমৰাহে ৰচিলে ইতিহাস
Share on FacebookShare on TwitterWhatsApp

চলিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ চতুৰ্থখন টেষ্টৰ দ্বিতীয় ইনিংছত এক বিৰল অভিলেখৰ গৰাকী হ’ল যশপ্ৰীত বুমৰাহ। বুমৰাহৰ বিধ্বংসী বলিঙত দিশহাৰা হৈ পৰে অষ্ট্ৰেলিয়াৰ বেটাৰ। এই ইনিংছটোতে এক বিশেষ কৃতিত্ব গঢ়িবলৈ সক্ষম হয় বুমৰাহ।

অষ্ট্ৰেলিয়াই দ্বিতীয় ইনিংছৰ প্ৰথম ৯১ ৰানতে হেৰুৱাইছিল ৬টা উইকেট। এই ৬টা উইকেটৰ চাৰিটা উইকেটে দখল কৰিছিল বুমৰাহে। ট্ৰেভিছ হেডক আউট কৰাৰ লগে লগে ইতিহাসৰ সোণালী পৃষ্ঠাত নাম লিপিবদ্ধ হ’ল বুমৰাহৰ নাম। হেডৰ উইকেটটো লাভ কৰাৰ লগে লগে টেষ্ট ক্ৰিকেটত তেওঁ সম্পূৰ্ণ কৰে ২০০ উইকেট।

বল হিচাপত সবাটোকৈ দ্ৰুতগতিত ২০০ উইকেট সম্পূৰ্ণ কৰা ভাৰতীয় বলাৰত পৰিণত হ’ল বুমৰাহ। এই ক্ষেত্ৰত বুমৰাহে অতিক্ৰম কৰে মহম্মদ ছামীক। ছামীয়ে ৯৮৯৬টা বলত আৰু বুমৰাহে ৮৪৮৪টা বলত ২০০ উইকেট সম্পূৰ্ণ কৰে।

বল হিচাপত সৰ্বাধিক দ্ৰুত গতিত ২০০ উইকেট সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত বুমৰাহৰ আগত আছে ৱাকাৰ ইউনুছ (পাকিস্তান, ৭৭২৫টা বল), ডেল ষ্টেইন (দক্ষিণ আফ্ৰিকা, ৭৮৪৮টা বল) আৰু কাগিছো ৰাবাডা (দক্ষিণ আফ্ৰিকা ৮১৫৩টা বল)।

ইফালে টেষ্ট মেচৰ সংখ্যা হিচাপত দ্ৰুতগতিত ২০০ উইকেট সম্পূৰ্ণ কৰা ভাৰতীয় বলাৰৰ তালিকাত ৰবীন্দ্ৰ জাদেজাৰ সৈতে যুটীয়াভাৱে দ্বিতীয় স্থানত আছে বুমৰাহ। এই ক্ষেত্ৰত তালিকাৰ শীৰ্ষত আছে অশ্বিন। অশ্বিনে ৩৮খন মেচত ২০০ উইকেট সম্পূৰ্ণ কৰিছিল।

আনহাতে বুমৰাহে গঢ়ে আন এক অভিলেখ। ২০০ বা তাতোকৈ অধিক টেষ্ট উইকেট দখল কৰাৰ ক্ষেত্ৰত সৰ্বশ্ৰেষ্ঠ গড়ৰ বলাৰত পৰিণত হৈছে বুমৰাহ। বুমৰাহে ৱেষ্ট ইণ্ডিজৰ মহান মালকম মাৰ্ছেল, জুৱেল গাৰ্নাৰ আৰু কাৰ্টলী এম্ব্ৰোজক অতিক্ৰম কৰে। বুমৰাহে এতিয়ালৈকে ৪৪খন মেচত ১৯.৩৮ গঢ়ে ২০২ টা উইকেট দখল কৰিছে।

টেষ্টত সৰ্বশ্ৰেষ্ঠ গড় (নূন্যতম ২০০ উইকেট)

যশপ্ৰীত বুমৰাহ (ভাৰত)- ২০২টা উইকেট (গড়-১৯.৩৮)

মালকম মাৰ্ছেল (ৱেষ্ট ইণ্ডিজ)- ৩৭৬টা উইকেট (গড়-২০.৯৪)

জুৱেল গাৰ্নাৰ (ৱেষ্ট ইণ্ডিজ)- ২৫৯টা উইকেট (গড়-২০.৯৭)

কাৰ্টলী এম্ব্ৰোজ (ৱেষ্ট ইণ্ডিজ)- ৪০৫টা উইকেট (গড়-২০.৯৯)

ফ্ৰেড ট্ৰুমেন (ইংলেণ্ড)- ৩০৭টা উইকেট (গড় ২১.৫৭)

Tags: India vs AustraliaJasprit BumrahRecordWorld Record

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025