• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
21 °c
Guwahati
23 ° Tue
24 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মহান মহান বেগী বলাৰক চেৰ পেলাই মেলব’ৰ্নত বুমৰাহে ৰচিলে ইতিহাস

Nation NE by Nation NE
December 29, 2024
in Top News, ক্ৰীড়া
0 0
মহান মহান বেগী বলাৰক চেৰ পেলাই মেলব’ৰ্নত বুমৰাহে ৰচিলে ইতিহাস
Share on FacebookShare on TwitterWhatsApp

চলিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ চতুৰ্থখন টেষ্টৰ দ্বিতীয় ইনিংছত এক বিৰল অভিলেখৰ গৰাকী হ’ল যশপ্ৰীত বুমৰাহ। বুমৰাহৰ বিধ্বংসী বলিঙত দিশহাৰা হৈ পৰে অষ্ট্ৰেলিয়াৰ বেটাৰ। এই ইনিংছটোতে এক বিশেষ কৃতিত্ব গঢ়িবলৈ সক্ষম হয় বুমৰাহ।

অষ্ট্ৰেলিয়াই দ্বিতীয় ইনিংছৰ প্ৰথম ৯১ ৰানতে হেৰুৱাইছিল ৬টা উইকেট। এই ৬টা উইকেটৰ চাৰিটা উইকেটে দখল কৰিছিল বুমৰাহে। ট্ৰেভিছ হেডক আউট কৰাৰ লগে লগে ইতিহাসৰ সোণালী পৃষ্ঠাত নাম লিপিবদ্ধ হ’ল বুমৰাহৰ নাম। হেডৰ উইকেটটো লাভ কৰাৰ লগে লগে টেষ্ট ক্ৰিকেটত তেওঁ সম্পূৰ্ণ কৰে ২০০ উইকেট।

বল হিচাপত সবাটোকৈ দ্ৰুতগতিত ২০০ উইকেট সম্পূৰ্ণ কৰা ভাৰতীয় বলাৰত পৰিণত হ’ল বুমৰাহ। এই ক্ষেত্ৰত বুমৰাহে অতিক্ৰম কৰে মহম্মদ ছামীক। ছামীয়ে ৯৮৯৬টা বলত আৰু বুমৰাহে ৮৪৮৪টা বলত ২০০ উইকেট সম্পূৰ্ণ কৰে।

বল হিচাপত সৰ্বাধিক দ্ৰুত গতিত ২০০ উইকেট সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত বুমৰাহৰ আগত আছে ৱাকাৰ ইউনুছ (পাকিস্তান, ৭৭২৫টা বল), ডেল ষ্টেইন (দক্ষিণ আফ্ৰিকা, ৭৮৪৮টা বল) আৰু কাগিছো ৰাবাডা (দক্ষিণ আফ্ৰিকা ৮১৫৩টা বল)।

ইফালে টেষ্ট মেচৰ সংখ্যা হিচাপত দ্ৰুতগতিত ২০০ উইকেট সম্পূৰ্ণ কৰা ভাৰতীয় বলাৰৰ তালিকাত ৰবীন্দ্ৰ জাদেজাৰ সৈতে যুটীয়াভাৱে দ্বিতীয় স্থানত আছে বুমৰাহ। এই ক্ষেত্ৰত তালিকাৰ শীৰ্ষত আছে অশ্বিন। অশ্বিনে ৩৮খন মেচত ২০০ উইকেট সম্পূৰ্ণ কৰিছিল।

আনহাতে বুমৰাহে গঢ়ে আন এক অভিলেখ। ২০০ বা তাতোকৈ অধিক টেষ্ট উইকেট দখল কৰাৰ ক্ষেত্ৰত সৰ্বশ্ৰেষ্ঠ গড়ৰ বলাৰত পৰিণত হৈছে বুমৰাহ। বুমৰাহে ৱেষ্ট ইণ্ডিজৰ মহান মালকম মাৰ্ছেল, জুৱেল গাৰ্নাৰ আৰু কাৰ্টলী এম্ব্ৰোজক অতিক্ৰম কৰে। বুমৰাহে এতিয়ালৈকে ৪৪খন মেচত ১৯.৩৮ গঢ়ে ২০২ টা উইকেট দখল কৰিছে।

টেষ্টত সৰ্বশ্ৰেষ্ঠ গড় (নূন্যতম ২০০ উইকেট)

যশপ্ৰীত বুমৰাহ (ভাৰত)- ২০২টা উইকেট (গড়-১৯.৩৮)

মালকম মাৰ্ছেল (ৱেষ্ট ইণ্ডিজ)- ৩৭৬টা উইকেট (গড়-২০.৯৪)

জুৱেল গাৰ্নাৰ (ৱেষ্ট ইণ্ডিজ)- ২৫৯টা উইকেট (গড়-২০.৯৭)

কাৰ্টলী এম্ব্ৰোজ (ৱেষ্ট ইণ্ডিজ)- ৪০৫টা উইকেট (গড়-২০.৯৯)

ফ্ৰেড ট্ৰুমেন (ইংলেণ্ড)- ৩০৭টা উইকেট (গড় ২১.৫৭)

Tags: India vs AustraliaJasprit BumrahRecordWorld Record

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025