• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আজমেৰ শ্বৰীফ দৰগাহলৈ প্ৰধানমন্ত্ৰীৰ বিশেষ চাদৰ

Nation NE by Nation NE
January 3, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
আজমেৰ শ্বৰীফ দৰগাহলৈ প্ৰধানমন্ত্ৰীৰ বিশেষ চাদৰ
Share on FacebookShare on TwitterWhatsApp

আজমেৰৰ নৱাজ হজৰত খোৱাজা মইনুদ্দিন চিষ্টীৰ দৰগাহত আৰম্ভ হৈছে ৮১৩ নং উৰ্ছ। প্ৰতি বছৰে ইয়াত প্ৰধানমন্ত্ৰী মোদীৰ হৈ চাদৰ আগবঢ়োৱা হয়। এইবাৰো অহা ৪ জানুৱাৰীত আজমেৰ শ্বৰীফ দৰগাহৰ সমাধিস্থলত প্ৰধানমন্ত্ৰী মোদীৰ নামত চাদৰ আগবঢ়োৱা হ’ব।

কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী তথা সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে অহা ৪ জানুৱাৰীত আজমেৰ ভ্ৰমণ কৰিব, য’ত তেওঁ খাৱাজা গৰিব নৱাজৰ উৰ্ছ উপলক্ষে প্ৰধানমন্ত্ৰী মোদীৰ হৈ চাদৰ আগবঢ়াব। প্ৰধানমন্ত্ৰী মোদীৰ ফালৰ পৰা আগবঢ়োৱা চাদৰখনক লৈ ঠাট্টা-মস্কৰা কৰা দেখা গৈছে বহুতো বিৰোধী দলক।

দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সৌৰভ ভৰদ্বাজে প্ৰধানমন্ত্ৰী মোদীয়ে চাদৰ আগবঢ়োৱাক লৈ উৰহাস কৰি এতিয়া বিজেপি সলনি হৈছে নেকি বুলি প্ৰশ্ন কৰিছে?  লগতে তেওঁ উল্লেখ কৰে যে, মোদীয়ে পূৰ্বতে দিল্লীত ইমামসকলৰ দৰমহা দাবী কৰিছিল, এতিয়া দৰগাহত চাদৰ আগবঢ়াইছে।

ইফালে আজমেৰ দৰগাহৰ মুৰব্বী নাছিৰুদ্দিন চিষ্টীয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ কয় যে, তেওঁলোকে প্ৰধানমন্ত্ৰীৰ এই বিশেষ চাদৰক আদৰণি জনাইছে। দেশৰ পৰম্পৰা যে, ১৯৪৭ চনৰ পৰা যিয়েই প্ৰধানমন্ত্ৰী নহওক, তেওঁ আকিদাত বুলি খোৱাজা গৰিব নৱাজৰ আদালতলৈ প্ৰেৰণ কৰিছে চাদৰ। প্ৰধানমন্ত্ৰী মোদীয়েও ২০১৪ চনৰ পৰা এই পৰম্পৰা মানি চলিছে। ইয়াৰ সমান্তৰালকৈ নৰেন্দ্ৰ মোদীয়েও আমাৰ দেশৰ সংস্কৃতি আৰু সভ্যতা বজাই ৰাখিছে।

আজমেৰ শ্বৰীফ দৰগাহ ভাৰতৰ অন্যতম বিখ্যাত চুফী দৰগাহ। খোৱাজা মইনুদ্দিন চিষ্টিৰ উৰ্ছ অৰ্থাৎ তেওঁৰ নিৰ্বাণ দিৱস পালন কৰা হয়। এইবাৰ ২৮ ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে ৮১৩ সংখ্যক উৰ্ছ, যিখন দেশৰ লগতে বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লাখ লাখ লোকৰ সৈতে উদযাপন কৰা হৈছে।

উৰ্ছৰ সময়ত আজমেৰ শ্বৰীফ দৰগাহত উপস্থিত হয় অগণন ভক্ত। এই অনুষ্ঠানটো কেৱল ধৰ্মীয় দৃষ্টিকোণৰ পৰাই নহয়, পৰম্পৰাগত দৃষ্টিকোণৰ পৰাও গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। মানুহে নিজৰ ইচ্ছা পূৰণৰ বাবে ইয়াৰ দৰগাহত চাদৰ আগবঢ়ায়। খোৱাজা গৰিব নৱাজৰ দৰগাহত চাদৰ আগবঢ়োৱাটো বিশ্বাস আৰু শ্ৰদ্ধাৰ এক গুৰুত্বপূৰ্ণ প্ৰতীক।

Tags: AJMER SHARIFModiPM

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025