• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, July 26, 2025
30 °c
Guwahati
28 ° Sun
27 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?

    কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল

    উচ্ছেদৰ মাজতেই অসমত অবৈধভাৱে প্ৰৱেশ কৰা ৮ বাংলাদেশীক গ্ৰেপ্তাৰ

    বহিঃৰাজ্যৰ ট্ৰাকৰ খুন্দাত মৃত্যু অংগনবাড়ী কৰ্মী সুনীতা মাৰ্ডীৰ

    ধেমাজিৰ ৰে’লৱে ট্ৰেকত দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ; তদন্ত অব্যাহত

    কলিয়াবৰত বীৰ লাচিত সেনাৰ অভিযান, খেদি পঠিয়াই সন্দেহজনক লোকক

    নাবালিকাৰ সৈতে কুকাণ্ড আৰক্ষী জোৱানৰ! কোনো নথকাৰ সুযোগ লৈ এই অপকৰ্ম কৰাৰ অভিযোগ…

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

    পৰ্বতঝোৰাত বিধ্বংসী অগ্নিকাণ্ড, নিমিষতে শেষ…

    নৱবিবাহিতাৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য, স্বামীৰ লগতে পলায়ন পৰিয়ালৰ লোকৰ…

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      নৱবৰ্ষৰ তৃতীয় দিনটোতে আমেৰিকাত ভয়ংকৰ বিমান দুৰ্ঘটনা

      Nation NE by Nation NE
      January 3, 2025
      in Top News, আন্তঃ ৰাষ্ট্ৰীয়
      0 0
      নৱবৰ্ষৰ তৃতীয় দিনটোতে আমেৰিকাত ভয়ংকৰ বিমান দুৰ্ঘটনা
      Share on FacebookShare on TwitterWhatsApp

      ২০২৫ চনৰ তৃতীয় দিনটোতে সংঘটিত হয় এক বিমান দুৰ্ঘটনা। প্ৰতিদিনে যেনেকৈ ভূমিকম্প হবলৈ ধৰিছে, সেইদৰে প্ৰতিদিনে ক’ৰবাত নহয় ক’ৰবাত বিমান দুৰ্ঘটনাও সংঘটিত হৈয়ে আছে।

      আজাৰবাইজান আৰু দক্ষিণ কোৰিয়াৰ পিছত এতিয়া দক্ষিণ কেলিফৰ্ণিয়াত বিমান দুৰ্ঘটনা সংঘটিত হৈছে। কেলিফৰ্ণিয়াৰ ৰেইমাৰ এভিনিউৰ ২৩০০ ব্লকত সংঘটিত হয় এই দুৰ্ঘটনা।

      এখন সৰু বিমানে এটা ব্যৱসায়িক ভৱনৰ চালত খুন্দা মাৰি দুৰ্ঘটনাগ্ৰস্ত হয়। এই দুৰ্ঘটনাত ২ জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে ১৮ জন লোক আহত হয়।

      দুৰ্ঘটনাটোৰ তথ্য পোৱাৰ লগে লগে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে সেই স্থানত উপস্থিত হৈ বিমানখনৰ অগ্নি নিয়ন্ত্ৰণলৈ আনে। ইয়াৰ পূৰ্বে অট্টালিকাটো ভাঙি পৰাৰ আশংকা থকাৰ বাবে ওচৰৰ কাৰ্যালয় আৰু শ্ব’ৰুমসমূহো খালী কৰা হৈছিল।

      লছ এঞ্জেলছৰ পৰা প্ৰায় ২৫ মাইল (৪০ কিলোমিটাৰ) দক্ষিণ-পূৱত অৱস্থিত কেলিফৰ্ণিয়াৰ অৰেঞ্জ কাউন্টিৰ ফুলাৰ্টনত সংঘটিত হয় এই দুৰ্ঘটনা। ভাৰতীয় সময় অনুসৰি নিশা প্ৰায় ২ বজাত সংঘটিত হয় এই দুৰ্ঘটনা।

      সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ফুলাৰ্টন আৰক্ষীৰ মুখপাত্ৰ ক্ৰীষ্টি ওৱেলছে এই দুৰ্ঘটনা নিশ্চিত কৰি কয় যে, এই বিমানখনক একক ইঞ্জিনৰ ভ্যান আৰভি-১০ বুলি চিনাক্ত কৰা হৈছ যদিও, বিমানখন ক’ৰ পৰা আহিছিল আৰু ক’লৈ গৈ আছিল,  এই কথা বৰ্তমানেও জানিব পৰা হোৱা নাই।

      লগে লগে গুৰুতৰভাৱে আহত ৯ জনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ডিজনীলেণ্ডৰ পৰা প্ৰায় ৬ মাইল দূৰত্বত অৱস্থিত ফুলাৰ্টন পৌৰ বিমানবন্দৰৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা। সাধাৰণ বিমান সেৱা প্ৰদান কৰা এই বিমানবন্দৰত একক ৰাণৱে আৰু হেলিপৰ্ট আছে। আৱাসিক অঞ্চল, বাণিজ্যিক গুদাম আৰু মেট্ৰ’লিংক ৰে’ল লাইনেৰে আগুৰি থকা ব্যস্ত অঞ্চলত বিমানবন্দৰটো।

      সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ফুলাৰ্টন আৰক্ষীৰ মুখপাত্ৰ ক্ৰীষ্টি ওৱেলছে এছ’চিয়েটেড প্ৰেছক জনোৱা মতে, নিশা ২.০৯ বজাত (স্থানীয় সময় অনুসৰি) আৰক্ষীয়ে অৰেঞ্জ কাউন্টিৰ ফুলাৰ্টনত সংঘটিত হোৱা এক দুৰ্ঘটনাৰ তথ্য লাভ কৰে। সৰু বিমানখনে অট্টালিকাৰ চাদত খুন্দা মাৰি দুৰ্ঘটনাগ্ৰস্ত হয়। বিমানখনত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত এটা গুদামৰ ক্ষতিসাধন হয়। এই গুদামত চিলাই মেচিন আৰু কাপোৰৰ ষ্টক ৰখা হৈছিল।

      Tags: Americacaliforniaflight accident

      Related Posts

      আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?
      Top News

      কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল

      July 26, 2025
      উচ্ছেদৰ মাজতেই অসমত অবৈধভাৱে প্ৰৱেশ কৰা ৮ বাংলাদেশীক গ্ৰেপ্তাৰ
      Top News

      উচ্ছেদৰ মাজতেই অসমত অবৈধভাৱে প্ৰৱেশ কৰা ৮ বাংলাদেশীক গ্ৰেপ্তাৰ

      July 25, 2025
      আন এক মাইলষ্টন! পন্টিং-কালিছৰ অভিলেখ ভংগ জো ৰুটৰ

      জম্মু-কাশ্মীৰৰ পুঞ্চত লেণ্ডমাইন বিস্ফোৰণ; এজন অগ্নিবীৰৰ মৃত্যু, দুজন আহত
      Top News

      জম্মু-কাশ্মীৰৰ পুঞ্চত লেণ্ডমাইন বিস্ফোৰণ; এজন অগ্নিবীৰৰ মৃত্যু, দুজন আহত

      July 25, 2025
      বহিঃৰাজ্যৰ ট্ৰাকৰ খুন্দাত মৃত্যু অংগনবাড়ী কৰ্মী সুনীতা মাৰ্ডীৰ
      Top News

      বহিঃৰাজ্যৰ ট্ৰাকৰ খুন্দাত মৃত্যু অংগনবাড়ী কৰ্মী সুনীতা মাৰ্ডীৰ

      July 25, 2025
      ধেমাজিৰ ৰে’লৱে ট্ৰেকত দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ; তদন্ত অব্যাহত
      Top News

      ধেমাজিৰ ৰে’লৱে ট্ৰেকত দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ; তদন্ত অব্যাহত

      July 25, 2025

      শীৰ্ষ সংবাদ

      কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল

      উচ্ছেদৰ মাজতেই অসমত অবৈধভাৱে প্ৰৱেশ কৰা ৮ বাংলাদেশীক গ্ৰেপ্তাৰ

      আন এক মাইলষ্টন! পন্টিং-কালিছৰ অভিলেখ ভংগ জো ৰুটৰ

      জম্মু-কাশ্মীৰৰ পুঞ্চত লেণ্ডমাইন বিস্ফোৰণ; এজন অগ্নিবীৰৰ মৃত্যু, দুজন আহত

      বহিঃৰাজ্যৰ ট্ৰাকৰ খুন্দাত মৃত্যু অংগনবাড়ী কৰ্মী সুনীতা মাৰ্ডীৰ

      ধেমাজিৰ ৰে’লৱে ট্ৰেকত দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ; তদন্ত অব্যাহত

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist