• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

নৱবৰ্ষৰ তৃতীয় দিনটোতে আমেৰিকাত ভয়ংকৰ বিমান দুৰ্ঘটনা

Nation NE by Nation NE
January 3, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
নৱবৰ্ষৰ তৃতীয় দিনটোতে আমেৰিকাত ভয়ংকৰ বিমান দুৰ্ঘটনা
Share on FacebookShare on TwitterWhatsApp

২০২৫ চনৰ তৃতীয় দিনটোতে সংঘটিত হয় এক বিমান দুৰ্ঘটনা। প্ৰতিদিনে যেনেকৈ ভূমিকম্প হবলৈ ধৰিছে, সেইদৰে প্ৰতিদিনে ক’ৰবাত নহয় ক’ৰবাত বিমান দুৰ্ঘটনাও সংঘটিত হৈয়ে আছে।

আজাৰবাইজান আৰু দক্ষিণ কোৰিয়াৰ পিছত এতিয়া দক্ষিণ কেলিফৰ্ণিয়াত বিমান দুৰ্ঘটনা সংঘটিত হৈছে। কেলিফৰ্ণিয়াৰ ৰেইমাৰ এভিনিউৰ ২৩০০ ব্লকত সংঘটিত হয় এই দুৰ্ঘটনা।

এখন সৰু বিমানে এটা ব্যৱসায়িক ভৱনৰ চালত খুন্দা মাৰি দুৰ্ঘটনাগ্ৰস্ত হয়। এই দুৰ্ঘটনাত ২ জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে ১৮ জন লোক আহত হয়।

দুৰ্ঘটনাটোৰ তথ্য পোৱাৰ লগে লগে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে সেই স্থানত উপস্থিত হৈ বিমানখনৰ অগ্নি নিয়ন্ত্ৰণলৈ আনে। ইয়াৰ পূৰ্বে অট্টালিকাটো ভাঙি পৰাৰ আশংকা থকাৰ বাবে ওচৰৰ কাৰ্যালয় আৰু শ্ব’ৰুমসমূহো খালী কৰা হৈছিল।

লছ এঞ্জেলছৰ পৰা প্ৰায় ২৫ মাইল (৪০ কিলোমিটাৰ) দক্ষিণ-পূৱত অৱস্থিত কেলিফৰ্ণিয়াৰ অৰেঞ্জ কাউন্টিৰ ফুলাৰ্টনত সংঘটিত হয় এই দুৰ্ঘটনা। ভাৰতীয় সময় অনুসৰি নিশা প্ৰায় ২ বজাত সংঘটিত হয় এই দুৰ্ঘটনা।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ফুলাৰ্টন আৰক্ষীৰ মুখপাত্ৰ ক্ৰীষ্টি ওৱেলছে এই দুৰ্ঘটনা নিশ্চিত কৰি কয় যে, এই বিমানখনক একক ইঞ্জিনৰ ভ্যান আৰভি-১০ বুলি চিনাক্ত কৰা হৈছ যদিও, বিমানখন ক’ৰ পৰা আহিছিল আৰু ক’লৈ গৈ আছিল,  এই কথা বৰ্তমানেও জানিব পৰা হোৱা নাই।

লগে লগে গুৰুতৰভাৱে আহত ৯ জনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ডিজনীলেণ্ডৰ পৰা প্ৰায় ৬ মাইল দূৰত্বত অৱস্থিত ফুলাৰ্টন পৌৰ বিমানবন্দৰৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা। সাধাৰণ বিমান সেৱা প্ৰদান কৰা এই বিমানবন্দৰত একক ৰাণৱে আৰু হেলিপৰ্ট আছে। আৱাসিক অঞ্চল, বাণিজ্যিক গুদাম আৰু মেট্ৰ’লিংক ৰে’ল লাইনেৰে আগুৰি থকা ব্যস্ত অঞ্চলত বিমানবন্দৰটো।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ফুলাৰ্টন আৰক্ষীৰ মুখপাত্ৰ ক্ৰীষ্টি ওৱেলছে এছ’চিয়েটেড প্ৰেছক জনোৱা মতে, নিশা ২.০৯ বজাত (স্থানীয় সময় অনুসৰি) আৰক্ষীয়ে অৰেঞ্জ কাউন্টিৰ ফুলাৰ্টনত সংঘটিত হোৱা এক দুৰ্ঘটনাৰ তথ্য লাভ কৰে। সৰু বিমানখনে অট্টালিকাৰ চাদত খুন্দা মাৰি দুৰ্ঘটনাগ্ৰস্ত হয়। বিমানখনত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত এটা গুদামৰ ক্ষতিসাধন হয়। এই গুদামত চিলাই মেচিন আৰু কাপোৰৰ ষ্টক ৰখা হৈছিল।

Tags: Americacaliforniaflight accident

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025