• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, June 8, 2025
30 °c
Guwahati
31 ° Mon
31 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    নিষিদ্ধ মাংসক কেন্দ্ৰ কৰি উত্তাল হোজাই; পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ লাঠি চালনা

    অশান্তজৰ্জৰ মণিপুৰত নিয়োগ কৰা হ’ব অতিৰিক্ত ৫০০০ জোৱান

    পুনৰ অশান্ত মণিপুৰ! পাঁচখন জিলাত ইণ্টাৰনেট সেৱা কৰ্তন

    ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

    ব্যৱসায়ী-শিক্ষাৰ্থীৰ বাবে আজিৰ দিনটো কেনে যাব? জানিবলৈ পঢ়ক ৰাশিফল

    কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আপোনাৰ আজিৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    সাৱধান! আপোনাৰ ম’বাইলতো এই দুটা অচিনাকী নম্বৰেৰে ক’ল আহিছে নেকি?

    পত্নীক বিচাৰি ওলাল স্বামী, কিন্তু পত্নী আছিলগৈ শ্বিলঙত! খঙতে কি কৰিলে স্বামীয়ে?

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      সম্পৰ্কত ফাট! স্পিনাৰ চাহালে ইনষ্টাগ্ৰামৰ পৰা ডিলিট কৰিলে পত্নীৰ সকলো ফটো

      Nation NE by Nation NE
      January 5, 2025
      in Top News, ক্ৰীড়া
      0 0
      সম্পৰ্কত ফাট! স্পিনাৰ চাহালে ইনষ্টাগ্ৰামৰ পৰা ডিলিট কৰিলে পত্নীৰ সকলো ফটো
      Share on FacebookShare on TwitterWhatsApp

      ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা অফ স্পিনাৰ যুজৱেন্দ্ৰ চাহাল তেওঁৰ পত্নী ধনশ্ৰী বাৰ্মাক লৈ প্ৰকাশ পাইছে এক আশ্বৰ্যকৰ খবৰ। বিভিন্ন সূত্ৰৰ উদ্ধৃতিৰে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা প্ৰতিবেদন অনুসৰি দুয়োৰে বিবাহ বিচ্ছেদ হ’ব পাৰে। কিছু দিনৰ পৰা ধনশ্ৰী আৰু চাহালৰ সম্পৰ্ক অৱনতি ঘটা বুলি দাবী কৰা হৈছে।

      ক্ৰিকেটাৰ চাহালে নিজ পত্নী ধনশ্ৰীৰ সৈতে থকা সকলো ছবি ইনষ্টাগ্ৰামৰ পৰা আঁতৰাই দিয়াৰ পিছৰে পৰা এই চৰ্চা অধিক তীব্ৰতৰ হৈ পৰিছে।

      ছ’চিয়েল মিডিয়াত বন জুইৰ দৰে বিয়পি পৰা এই খবৰৰ মাজতে এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে যদি দুয়োৰে বিবাহ বিচ্ছেদ হয় তেন্তে সম্পত্তি কেনেকৈ ভাগ হ’ব।

      আচলতে শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ধনশ্ৰী আৰু চাহাল সম্পৰ্কে বহু পোষ্ট দেখা পোৱা গৈছে। দুয়োৰে বিবাহ বিচ্ছেদ হোৱাৰ উপক্ৰম হৈছে বুলি দাবী কৰা হৈছে।

      আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ লগতে প্ৰফেচনেল ক্ৰিকেটাৰ হিচাপে চাহালে যথেষ্ট টকা উপাৰ্জন কৰে। ইয়াৰ লগতে তেওঁ বিজ্ঞাপনৰ পৰাও ভাল পাৰিশ্ৰমিক লাভ কৰে। ইফালে ধনশ্ৰীও এগৰাকী পেছাদাৰী নৃত্যশিল্পী। তেওঁক বহু টিভি শ্ব’ত অংশগ্ৰহণ কৰা দেখা গৈছে। এই ক্ষেত্ৰত ধনশ্ৰীয়েও ভাল উপাৰ্জন কৰে।

      ধনশ্ৰী-চাহালৰ বিবাহ বিচ্ছেদ হ’লে সম্পত্তিও ভাগ হ’বনে?

      আচলতে বিবাহ বিচ্ছেদৰ গোচৰত সকলো নিৰ্ভৰ কৰে আদালতৰ সিদ্ধান্তৰ ওপৰত। চাহাল আৰু ধনশ্ৰী দুয়োৰে আৰ্থিক অৱস্থা উন্নত। বিবাহ বিচ্ছেদ হ’লে ধনশ্ৰীৰ ওপৰত নিৰ্ভৰ কৰিব সম্পত্তিৰ অংশীদাৰিত্ব বিচাৰে নে নিবিচাৰে। ইচ্ছা কৰিলে এই সন্দৰ্ভত আদালতৰ কাষ চাপিব পাৰে ধনশ্ৰী।

      কিয় চৰ্চালৈ আহিছে ধনশ্ৰী-চাহালৰ সম্পৰ্ক-

      শেহতীয়াকৈ যুজৱেন্দ্ৰ চাহালে ধনশ্ৰীৰ সৈতে থকা সকলো ছবি তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰামৰ পৰা ডিলিট কৰিছে। দুয়োজনে ইজনে সিজনক আনফল’ও কৰিছে। কিন্তু ধনশ্ৰীয়ে প্ৰফাইলৰ পৰা ফটো ডিলিট কৰা নাই। এই কাৰণেই বিবাহ বিচ্ছেদ সম্পৰ্কীয় খবৰটো অধিক জোৰদাৰ হৈ পৰিছে। অৱশ্যে এই সন্দৰ্ভত দুয়োফালৰ পৰা কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ পোৱা নাই।

      Tags: Dhanashree VermaYuzvendra Chahal

      Related Posts

      কুকুৰাতকৈও অধিক হৈ পৰিছে কুকুৰাৰ কণীৰ মূল্য! জানক সবিশেষ…
      Top News

      এপ্ৰিলৰ পৰিবৰ্তে ডিচেম্বৰ মাহত হওক বাংলাদেশৰ নিৰ্বাচন! তিনিটা কাৰণ দি ইউনুছৰ ওপৰত হেঁচা…

      June 8, 2025
      LPG টেংকাৰ আৰু মিনি বাছৰ মাজত ভয়ংকৰ সংঘৰ্ষ; ঘৰ, গোশালা, বাহন জ্বলি চাৰখাৰ
      Top News

      LPG টেংকাৰ আৰু মিনি বাছৰ মাজত ভয়ংকৰ সংঘৰ্ষ; ঘৰ, গোশালা, বাহন জ্বলি চাৰখাৰ

      June 8, 2025
      নিষিদ্ধ মাংসক কেন্দ্ৰ কৰি উত্তাল হোজাই; পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ লাঠি চালনা
      Top News

      নিষিদ্ধ মাংসক কেন্দ্ৰ কৰি উত্তাল হোজাই; পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ লাঠি চালনা

      June 8, 2025
      কলম্বিয়াত ভয়ংকৰ ঘটনা; নিৰ্বাচনী প্ৰচাৰৰ সময়তে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীলৈ গুলীবৰ্ষণ দুৰ্বৃত্তৰ
      Top News

      কলম্বিয়াত ভয়ংকৰ ঘটনা; নিৰ্বাচনী প্ৰচাৰৰ সময়তে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীলৈ গুলীবৰ্ষণ দুৰ্বৃত্তৰ

      June 8, 2025
      অশান্তজৰ্জৰ মণিপুৰত নিয়োগ কৰা হ’ব অতিৰিক্ত ৫০০০ জোৱান
      Top News

      পুনৰ অশান্ত মণিপুৰ! পাঁচখন জিলাত ইণ্টাৰনেট সেৱা কৰ্তন

      June 8, 2025
      ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি
      Top News

      ব্যৱসায়ী-শিক্ষাৰ্থীৰ বাবে আজিৰ দিনটো কেনে যাব? জানিবলৈ পঢ়ক ৰাশিফল

      June 8, 2025

      শীৰ্ষ সংবাদ

      এপ্ৰিলৰ পৰিবৰ্তে ডিচেম্বৰ মাহত হওক বাংলাদেশৰ নিৰ্বাচন! তিনিটা কাৰণ দি ইউনুছৰ ওপৰত হেঁচা…

      LPG টেংকাৰ আৰু মিনি বাছৰ মাজত ভয়ংকৰ সংঘৰ্ষ; ঘৰ, গোশালা, বাহন জ্বলি চাৰখাৰ

      নিষিদ্ধ মাংসক কেন্দ্ৰ কৰি উত্তাল হোজাই; পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ লাঠি চালনা

      কলম্বিয়াত ভয়ংকৰ ঘটনা; নিৰ্বাচনী প্ৰচাৰৰ সময়তে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীলৈ গুলীবৰ্ষণ দুৰ্বৃত্তৰ

      পুনৰ অশান্ত মণিপুৰ! পাঁচখন জিলাত ইণ্টাৰনেট সেৱা কৰ্তন

      ব্যৱসায়ী-শিক্ষাৰ্থীৰ বাবে আজিৰ দিনটো কেনে যাব? জানিবলৈ পঢ়ক ৰাশিফল

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist