• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, May 4, 2026
25 °c
Guwahati
26 ° Tue
25 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

সম্পৰ্কত ফাট! স্পিনাৰ চাহালে ইনষ্টাগ্ৰামৰ পৰা ডিলিট কৰিলে পত্নীৰ সকলো ফটো

Nation NE by Nation NE
January 5, 2025
in Top News, ক্ৰীড়া
0 0
সম্পৰ্কত ফাট! স্পিনাৰ চাহালে ইনষ্টাগ্ৰামৰ পৰা ডিলিট কৰিলে পত্নীৰ সকলো ফটো
Share on FacebookShare on TwitterWhatsApp

ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা অফ স্পিনাৰ যুজৱেন্দ্ৰ চাহাল তেওঁৰ পত্নী ধনশ্ৰী বাৰ্মাক লৈ প্ৰকাশ পাইছে এক আশ্বৰ্যকৰ খবৰ। বিভিন্ন সূত্ৰৰ উদ্ধৃতিৰে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা প্ৰতিবেদন অনুসৰি দুয়োৰে বিবাহ বিচ্ছেদ হ’ব পাৰে। কিছু দিনৰ পৰা ধনশ্ৰী আৰু চাহালৰ সম্পৰ্ক অৱনতি ঘটা বুলি দাবী কৰা হৈছে।

ক্ৰিকেটাৰ চাহালে নিজ পত্নী ধনশ্ৰীৰ সৈতে থকা সকলো ছবি ইনষ্টাগ্ৰামৰ পৰা আঁতৰাই দিয়াৰ পিছৰে পৰা এই চৰ্চা অধিক তীব্ৰতৰ হৈ পৰিছে।

ছ’চিয়েল মিডিয়াত বন জুইৰ দৰে বিয়পি পৰা এই খবৰৰ মাজতে এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে যদি দুয়োৰে বিবাহ বিচ্ছেদ হয় তেন্তে সম্পত্তি কেনেকৈ ভাগ হ’ব।

আচলতে শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ধনশ্ৰী আৰু চাহাল সম্পৰ্কে বহু পোষ্ট দেখা পোৱা গৈছে। দুয়োৰে বিবাহ বিচ্ছেদ হোৱাৰ উপক্ৰম হৈছে বুলি দাবী কৰা হৈছে।

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ লগতে প্ৰফেচনেল ক্ৰিকেটাৰ হিচাপে চাহালে যথেষ্ট টকা উপাৰ্জন কৰে। ইয়াৰ লগতে তেওঁ বিজ্ঞাপনৰ পৰাও ভাল পাৰিশ্ৰমিক লাভ কৰে। ইফালে ধনশ্ৰীও এগৰাকী পেছাদাৰী নৃত্যশিল্পী। তেওঁক বহু টিভি শ্ব’ত অংশগ্ৰহণ কৰা দেখা গৈছে। এই ক্ষেত্ৰত ধনশ্ৰীয়েও ভাল উপাৰ্জন কৰে।

ধনশ্ৰী-চাহালৰ বিবাহ বিচ্ছেদ হ’লে সম্পত্তিও ভাগ হ’বনে?

আচলতে বিবাহ বিচ্ছেদৰ গোচৰত সকলো নিৰ্ভৰ কৰে আদালতৰ সিদ্ধান্তৰ ওপৰত। চাহাল আৰু ধনশ্ৰী দুয়োৰে আৰ্থিক অৱস্থা উন্নত। বিবাহ বিচ্ছেদ হ’লে ধনশ্ৰীৰ ওপৰত নিৰ্ভৰ কৰিব সম্পত্তিৰ অংশীদাৰিত্ব বিচাৰে নে নিবিচাৰে। ইচ্ছা কৰিলে এই সন্দৰ্ভত আদালতৰ কাষ চাপিব পাৰে ধনশ্ৰী।

কিয় চৰ্চালৈ আহিছে ধনশ্ৰী-চাহালৰ সম্পৰ্ক-

শেহতীয়াকৈ যুজৱেন্দ্ৰ চাহালে ধনশ্ৰীৰ সৈতে থকা সকলো ছবি তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰামৰ পৰা ডিলিট কৰিছে। দুয়োজনে ইজনে সিজনক আনফল’ও কৰিছে। কিন্তু ধনশ্ৰীয়ে প্ৰফাইলৰ পৰা ফটো ডিলিট কৰা নাই। এই কাৰণেই বিবাহ বিচ্ছেদ সম্পৰ্কীয় খবৰটো অধিক জোৰদাৰ হৈ পৰিছে। অৱশ্যে এই সন্দৰ্ভত দুয়োফালৰ পৰা কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ পোৱা নাই।

Tags: Dhanashree VermaYuzvendra Chahal

Related Posts

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?
Top News

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

May 4, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 4, 2026
দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

May 3, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 3, 2026

শীৰ্ষ সংবাদ

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025