• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 8, 2025
19 °c
Guwahati
18 ° Tue
18 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home আন্তঃ ৰাষ্ট্ৰীয়

বৰষুণ-ভূমিস্খলনে লৈছে ভয়াৱহ ৰূপ; ১৪ জনৰ মৃত্যু, বহু সন্ধানহীন

Nation NE by Nation NE
June 27, 2024
in আন্তঃ ৰাষ্ট্ৰীয়, Top News
0 0
বৰষুণ-ভূমিস্খলনে লৈছে ভয়াৱহ ৰূপ; ১৪ জনৰ মৃত্যু, বহু সন্ধানহীন

সংগৃহীত ফটো।

Share on FacebookShare on TwitterWhatsApp

ভূমিকম্পই হওক বা ধাৰাসাৰ বৰষুণেই হওক, সদায় ইয়াৰ সৰ্বাধিক প্ৰভাৱ পৰা দেখা যায় নেপালত। ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰখনত এইবাৰো প্ৰচণ্ড বৰষুণে লৈছে ভয়াৱহ ৰূপ।

ধাৰাসাৰ বৰষুণ, ভূমিস্খলন আৰু বিজুলী-ঢেৰেকণিৰ ফলত দেশখনত এইপৰ্যন্ত ১৪ গৰাকী লোকৰ মৃত্যু ঘটিছে। আনহাতে শ-শ লোক ঘৰ-বাৰী হেৰুৱাই আশ্ৰয় শিৱিৰত থাকিবলগীয়া হৈছে।

নেপালৰ দুৰ্যোগ প্ৰশমণ বিভাগে জানিব দিয়া অনুসৰি বিগত কিছুদিনৰ পৰা দেশখনৰ বিভিন্ন অঞ্চলত হৈছে প্ৰচুৰ বৰষুণ। ভূমিস্খলন আৰু বজ্ৰপাতৰ ফলত ১৪ জন লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰে ৮ জন ভূমিস্খলন আৰু ৫ জন ব্ৰজপাতৰ ফলত মৃত্যুক আকোৱালি লৈছে। আনহাতে বানে প্ৰাণ লৈছে এজনৰ।

ভূমিস্খলনৰ ফলত এতিয়াও দুজন লোক সন্ধানহীন হৈ থকাৰ বিপৰীতে ১০জন লোক গুৰুতৰভাৱে আহত হৈছে। নেপালৰ গৃহ মন্ত্ৰালয়ৰ তথ্য অনুসৰি বিগত ১৭ দিনত ২৮ জন লোকৰ মৃত্যু হৈছে। ইয়াৰ বাবেই ৩৩খন জিলা ক্ষতিগ্ৰস্ত হৈছে, য’ত ১৪৭টা ঘটনা সংঘটিত হৈছে। বজ্ৰপাতৰ ফলত ১৩ জন লোকৰ মৃত্যু। আনহাতে ১৪ জন লোকে ভূমিস্খলনৰ ফলত প্ৰাণ হেৰুৱাইছে।

দেশখনৰ দুৰ্যোগ প্ৰশমণৰ মুখপাত্ৰ দীজনে জনোৱা মতে, ২৬ জুনত মুঠ ৪৪টা ঘটনা সংঘটিত হৈছে। সেই ঘটনাবোৰত ১৪ জন লোকে প্ৰাণ হেৰুৱাইছিল, ইয়াৰে ৮ জন লোকৰ মৃত্যু হৈছিল ভূমিস্খলনৰ ফলত আৰু ৫ জন লোকৰ বজ্ৰপাতৰ ফলত মৃত্যু হৈছিল। একে সময়তে বানপানীৰ ফলত এজন ব্যক্তিয়ে প্ৰাণ হেৰুৱালে।

Tags: #Landslide#NepalHeavy Rainfall

Related Posts

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…
Top News

December 8, 2025
আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

ভাৰততকৈ অৰ্ধ ৰাছিয়াৰ GDP! বিশ্বৰ বৃহত্তম অৰ্থনীতিৰ ভিতৰত ৰাছিয়াৰ স্থান ক’ত?
Top News

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

December 8, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

December 8, 2025
‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

December 7, 2025

শীৰ্ষ সংবাদ

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025