• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, July 12, 2025
31 °c
Guwahati
30 ° Sun
27 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

    মন্দিৰত নিষিদ্ধ মাংস পেলোৱা কাণ্ডৰ মূল মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ ধুবুৰী আক্ষীৰ

    গোৱালপাৰাত উচ্ছেদৰ পূৰ্বেই ঘৰ-বাৰী এৰি গ’ল প্ৰায় ৯৫ শতাংশ দখলকাৰী

    চামগুৰিত বনৰীয়া হাতীয়ে প্ৰাণ ল’লে এজন ৩০ বছৰীয়া যুৱকৰ

    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    মেট্ৰিক পৰীক্ষাৰ্থীৰ পৰা অংগনৱাড়ী কৰ্মী, গাঁওপ্ৰধানলৈকে…. কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনেটৰ

    অসমকে ধৰি ৬খন ৰাজ্যলৈ কেন্দ্ৰৰ ১০০০ কোটি টকাৰ অনুমোদন

    ‘চীন নহয়, তিব্বতৰ সৈতেহে সীমা ভাগ বতৰা কৰো’, চীনক উভতি ধৰিলে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      গোৱালপাৰা ট্ৰেনজিট কেম্পৰ পৰা পলায়ন তিনিজন ৰোহিংগিয়াৰ

      Nation NE by Nation NE
      January 5, 2025
      in Top News, অসম
      0 0
      গোৱালপাৰা ট্ৰেনজিট কেম্পৰ পৰা পলায়ন তিনিজন ৰোহিংগিয়াৰ

      গোৱালপাৰা ডিটেনচন কেম্পৰ ফাইল ফটো।

      Share on FacebookShare on TwitterWhatsApp

      গোৱালপাৰাৰ ডিটেনচন ট্ৰেনজিট কেম্পৰ পৰা পলায়ন কৰা তিনিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ অসম আৰক্ষীয়ে আৰম্ভ কৰিছে এক তালাচী অভিযান। শনিবাৰে বিষয়াসকলে সংবাদ মাধ্যমক জনোৱা মতে, পলায়ন কৰা তিনিজন লোক ৰোহিংগীয়া অনুপ্ৰৱেশকাৰী বুলি সন্দেহ কৰা হৈছে।

      আৰক্ষীৰ মতে, আন্ধাৰৰ সুযোগ লৈ বৃহস্পতিবাৰে নিশা মাটিয়াত থকা ডিটেনচন চেণ্টাৰৰ দেৱাল বগাই পলায়ন কৰে তিনিওজন কয়দীয়ে। শুকুৰবাৰে কেন্দ্ৰটোৰ বিষয়াসকলে কয়দীসকলৰ উপস্থিতিৰ তথ্য সংগ্ৰহ কৰাৰ পিছতে তিনিজনে পলায়ন কৰাৰ তথ্য পোহৰলৈ আহে বুলি আৰক্ষীয়ে জনায়।

      বন্দী তিনিজন বডী আলম, মুস্তাফা কামাল আৰু আব্দুল কাদেৰ বুলি জানিব পৰা গৈছে।

      শনিবাৰে আই জি পি (আইন শৃংখলা) অখিলেশ সিঙে ট্ৰেনজিট কেম্পত উপস্থিত হৈ ঘটনাৰ তদন্ত কৰে বুলি জানিব পৰা গৈছে।

      ২০২৩ চনৰ জানুৱাৰী মাহৰ পৰা কাৰ্যক্ষম হোৱা ডিটেনচন চেণ্টাৰটোত ৰাজ্যত অবৈধ বিদেশী বুলি অভিযুক্ত লোকসকলক বন্দী কৰি ৰখা হয়।

      Tags: Detention CampGoalparaRohingya

      Related Posts

      একতা কাপুৰে প্ৰকাশ কৰিলে ২৫ বছৰীয়া শ্ব’টোৰ গোপন তথ্য, কিয় নিৰ্মাণ কৰিব ছিজন-২
      Top News

      July 12, 2025
      গাজাত অনাহাৰৰ পথত হামাছ, সাজু যুদ্ধবিৰতিৰ বাবে, সন্মত হৈছে ইজৰাইলী পণবন্দীক মুকলি কৰি দিবলৈ
      Top News

      গাজাত খাদ্য আৰু পানীৰ সন্ধানত নিহত পেলেষ্টাইনী, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত প্ৰকাশ

      July 12, 2025
      পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল
      Top News

      কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

      July 12, 2025
      কপিল দেৱৰ অভিলেখ ভংগ কৰি ইতিহাস ৰচিলে যশপ্ৰীত বুমৰাহে
      Top News

      কপিল দেৱৰ অভিলেখ ভংগ কৰি ইতিহাস ৰচিলে যশপ্ৰীত বুমৰাহে

      July 11, 2025
      মন্দিৰত নিষিদ্ধ মাংস পেলোৱা কাণ্ডৰ মূল মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ ধুবুৰী আক্ষীৰ
      Top News

      মন্দিৰত নিষিদ্ধ মাংস পেলোৱা কাণ্ডৰ মূল মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ ধুবুৰী আক্ষীৰ

      July 11, 2025
      গোৱালপাৰাত উচ্ছেদৰ পূৰ্বেই ঘৰ-বাৰী এৰি গ’ল প্ৰায় ৯৫ শতাংশ দখলকাৰী
      Top News

      গোৱালপাৰাত উচ্ছেদৰ পূৰ্বেই ঘৰ-বাৰী এৰি গ’ল প্ৰায় ৯৫ শতাংশ দখলকাৰী

      July 11, 2025

      শীৰ্ষ সংবাদ

      একতা কাপুৰে প্ৰকাশ কৰিলে ২৫ বছৰীয়া শ্ব’টোৰ গোপন তথ্য, কিয় নিৰ্মাণ কৰিব ছিজন-২

      গাজাত খাদ্য আৰু পানীৰ সন্ধানত নিহত পেলেষ্টাইনী, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত প্ৰকাশ

      কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

      কপিল দেৱৰ অভিলেখ ভংগ কৰি ইতিহাস ৰচিলে যশপ্ৰীত বুমৰাহে

      মন্দিৰত নিষিদ্ধ মাংস পেলোৱা কাণ্ডৰ মূল মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ ধুবুৰী আক্ষীৰ

      গোৱালপাৰাত উচ্ছেদৰ পূৰ্বেই ঘৰ-বাৰী এৰি গ’ল প্ৰায় ৯৫ শতাংশ দখলকাৰী

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist