• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, August 14, 2025
27 °c
Guwahati
28 ° Fri
29 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ভাৰত-বাংলদেশ সীমান্তৰ পৰা ৯ জন সন্দেহজনক ৰহিংগিয়াক আটক অসম আৰক্ষীৰ

    কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ খোল খাব সৌভাগ্যৰ দুৱাৰ

    ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

    দেওবাৰৰ দিনটো কেনে যাব আপোনাৰ; পঢ়ক আমাৰ ৰাশিফল

    মেঘালয়ৰ এখন গাঁৱত অবৈধ বাংলাদেশী লোকৰ তাণ্ডৱ; এজন গুৰুতৰভাৱে আহত

    চিলাপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনাত দুজনৰ থিতাতে মৃত্যু, এজন গুৰুতৰভাৱে আহত

    মোৰ কলিজা সৰু নহয়, মই ভয় নাখাও, উচ্ছেদ হ’বই : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      দুৰ্ঘটনা নে অন্য কিবা? নিশা কি হৈছিল বিজেপি নেতাৰ সৈতে?

      Nation NE by Nation NE
      January 6, 2025
      in Top News, অসম
      0 0
      দুৰ্ঘটনা নে অন্য কিবা? নিশা কি হৈছিল বিজেপি নেতাৰ সৈতে?
      Share on FacebookShare on TwitterWhatsApp

      জালুকবাৰী জিলা মণ্ডলৰ সভাপতি কমল দে’ৰ কাণ্ডক লৈ ৰহস্য৷ নিশা পাণ্ডুৰ শংকৰ নগৰত দুৰ্ঘটনাত পতিত হৈছিল কমল দে’৷ স্কুটাৰত আহি থাকোতে পতিত হৈছিল দুৰ্ঘটনাত৷

      পিছলৈ গুৰুতৰভাৱে আহত কমল দে’ক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে৷

      বিজেপি দলৰ জালুকবাৰী জিলা মণ্ডলৰ সভাপতি কমল দে’ৰ প্ৰাণ লৈ দুৰ্বৃত্তই পেলাই থৈ যোৱাৰ সন্দেহ ৰাইজৰ। পুৱতি নিশা উদ্ধাৰ কৰা হৈছিল কমল দে’ক। তাৰ পিছত তেওঁক স্বাগত হাস্পতাললৈ লৈ যোৱা হৈছিল, যদিও চিকিৎসকে ইতিমধ্যে মৃত বুলি ঘোষণা কৰে।

      স্থানীয় লোকৰ মতে, কোনো দুৰ্ঘটনাতে প্ৰাণ হেৰুওৱা নাই কমল দে’ই। কোনো অজ্ঞাত দুৰ্বৃত্তই প্ৰাণ লোৱা বুলি সন্দেহ স্থানীয় লোকৰ। নিশা প্ৰায় ২ বজালৈ ৰাজপথতে পৰি আছিল কমল দে’। দুটা সন্তানৰ পিতৃ আছিল বিজেপি নেতা কমল দে’।

      গতিকে প্ৰকৃততে বিজেপি নেতা কমল দে’ৰ সৈতে নিশা কি হৈছিল, সেয়া লৈ সমগ্ৰ বিষয়টো ৰহস্যৰ আবৰ্তত সোমাই আছিল যদিও বৰ্তমান পোহৰলৈ আহিছে বিজেপি নেতা কমল দে’ৰ দুৰ্ঘটনাৰ CCTV ভিজুৱেল। নিশা পাণ্ডুত নিয়ন্ত্ৰণ হেৰুৱাই স্কুটাৰসহ পথত বাগৰি পৰিছিল কমল দে’। লগতে ব্ৰেইন ষ্ট্ৰোকত আক্ৰান্ত হৈছিল কমল দে’।

      ঘটনা সন্দৰ্ভত আৰক্ষীৰ অব্যাহত ৰাখিছে অনুসন্ধান।

      Tags: #AssamBJPmystrey

      Related Posts

      জম্মু-কাশ্মীৰত ভয়ংকৰ ডাৱৰ বিস্ফোৰণ; ১২ জনৰ সৈতে ঘটিল শোকাৱহ ঘটনা
      Top News

      August 14, 2025
      পাকিস্তানত স্বাধীনতা দিৱস উদযাপনৰ সময়তে গুলীচালনা, নিহত ৩ জন

      ১৩ বছৰীয়া নাবালিকাৰ সৈতে সতীয়া পিতৃয়ে কৰিলে জঘন্য কাণ্ড, কেইবামাহো ধৰি কৰি আহিছিল এই দুষ্কৰ্ম…
      ৰাষ্ট্ৰীয়

      মাণ্ডছৌৰত গুইলেইন-বাৰে চিণ্ড্ৰমৰ সংক্ৰমণ!সংক্ৰমিত ৰোগীৰ সংখ্যা ৬ জন

      কুল্লুৰ শ্ৰীখণ্ড মহাদেৱ পাহাৰত ভয়ংকৰ ডাৱৰ বিস্ফোৰণ, বানপানীৰ বাবে হাই এলাৰ্ট জাৰি

      বাৰাণসীত মীন পালনৰ বাবে ১৯ জনক পুখুৰীৰ আবণ্টন, প্ৰথম পৰ্যায়ত জমা ৩.২৩ লাখ টকা

      শীৰ্ষ সংবাদ

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist