• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, December 11, 2025
19 °c
Guwahati
19 ° Fri
19 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বিপদত কোহলীৰ কেৰিয়াৰ! কি কৈছিল RCBৰ প্ৰাক্তন অধিনায়কৰ পৰা সকলোৱে?

Nation NE by Nation NE
January 9, 2025
in Top News, ক্ৰীড়া
0 0
বিপদত কোহলীৰ কেৰিয়াৰ! কি কৈছিল RCBৰ প্ৰাক্তন অধিনায়কৰ পৰা সকলোৱে?
Share on FacebookShare on TwitterWhatsApp

টেষ্ট ক্ৰিকেটত বিৰাট কোহলীৰ দুৰ্বল ফৰ্ম ক্ৰিকেট জগতত চৰ্চাৰ বিষয় হৈ পৰিছে। বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত তেওঁৰ প্ৰদৰ্শন আছিল হতাশাজনক। পাঁচখন মেচত গড়ে ২৩.৭৫ ৰানত মাত্ৰ ১৯০ ৰানহে সংগ্ৰহ কৰিছিল।

এই দুৰ্বল ফৰ্মৰ পিছত প্ৰতিজন ডাঙৰ খেলুৱৈয়ে তেওঁক ঘৰুৱা ক্ৰিকেট খেলিবলৈ পৰামৰ্শ দিছে। বহুতে তেওঁক অৱসৰ ল’বলৈ কৈছে। কিন্তু এতিয়া কোহলীৰ সমৰ্থনত আহিছে ফাফ ডু প্লেছিছ।

বিৰাট কোহলীৰ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (RCB)ৰ প্ৰাক্তন সতীৰ্থ তথা দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন অধিনায়ক ফাফ ডু প্লেছিছে কৈছে যে, তেওঁৰ আত্মবিশ্বাস আছে যে কোহলিয়ে অতি সোনকালে ফৰ্মলৈ ঘূৰি আহিব। ডু প্লেছিছে কয় যে, প্ৰতিজন খেলুৱৈৰ বাবে ই বেলেগ। এই পৰ্যায়ৰ মাজেৰে পাৰ হৈ তেওঁ নিজেই উপলব্ধি কৰিছিল যে, টেষ্ট ক্ৰিকেটৰ প্ৰতি তেওঁৰ আকৰ্ষণ কমি আহিছে।কিন্তু বিৰাটৰ দৰে খেলুৱৈসকল অতিশয় অনুপ্ৰাণিত। ইয়াৰ প্ৰতি তেওঁ ভয় নকৰে।

২০২০ চনৰ পৰা বিৰাটৰ প্ৰদৰ্শনৰ পৰিসংখ্যা ধাৰাবাহিকভাৱে হ্ৰাস পাইছে। ৩৯খন মেচত তেওঁ ৩০.৭২ গড়ে ২০২৮ ৰান সংগ্ৰহ কৰি মাত্ৰ তিনিটা শতক অৰ্জন কৰে। বিৰাট কোহলীয়ে টেষ্ট কেৰিয়াৰত এই পৰ্যন্ত ২১০টা ইনিংছ খেলিছে। য’ত তেওঁ গড়ে ৪৬.৮৫ ৰানত ৯২৩০ ৰান সংগ্ৰহ কৰিছে। ইয়াৰ ভিতৰত ৩০ শতক আৰু ৩১টা অৰ্ধশতক অন্তৰ্ভুক্ত।

২০২৫ চনৰ আই পি এলত ফাফ ডু প্লেছিছে দিল্লী কেপিটেলছ (DC)ৰ সৈতে নতুন যাত্ৰা আৰম্ভ কৰিব। বিগত ছিজনত তেওঁ RCBক প্লে অফলৈ লৈ গৈছিল আৰু এতিয়া তেওঁ IPLৰ ১৪ সংখ্যক ছিজনক লৈ উৎফুল্লিত হৈ পৰিছে। তেওঁ কয় যে, নতুন ফ্ৰেঞ্চাইজিৰ সৈতে জড়িত হোৱাটো ভাল। IPLৰ অংশ হোৱাটো সদায় বিশেষ।

Tags: #cricketSportsVirat Kohli

Related Posts

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা  হ’ব কাৰ্যকৰী…
Top News

December 11, 2025
ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ,  বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ
Top News

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

December 11, 2025
জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ
Top News

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

December 11, 2025
ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…
Top News

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

December 11, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

December 11, 2025
ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি
Top News

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

December 10, 2025

শীৰ্ষ সংবাদ

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025