• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 13, 2025
18 °c
Guwahati
18 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

    জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

    চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

BCCIৰ সচিব পদত দেৱজিৎ শইকীয়া; শীৰ্ষ পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী অসমীয়া

Nation NE by Nation NE
January 12, 2025
in Top News, অসম, ক্ৰীড়া
0 0
অসমৰ ক্ৰীড়ানুৰাগীৰ বাবে সুখবৰ; BCCI সৰ্বোচ্চ পদত দেৱজিৎ লন শইকীয়া
Share on FacebookShare on TwitterWhatsApp

আজি মুম্বাইত অনুষ্ঠিত হ’ব বিচিচিআইৰ বিশেষ সাধাৰণ সভা। আজিৰ এই সভাতেই বিচিচিআইৰ সচিব আৰু কোষাধ্যক্ষ হিচাপে আনুষ্ঠানিকভাৱে নিৰ্বাচিত হ’ব দেৱজিৎ শইকীয়া আৰু প্ৰভতেজ সিং ভাটিয়া।

মঙলবাৰে বিচিচিআইৰ নিৰ্বাচনী বিষয়া তথা ভাৰতৰ প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্ত আচল কুমাৰ জোটিয়ে যেতিয়া তালিকাখন চূড়ান্ত কৰিছিল বিচিচিআইৰ খালী হৈ থকা পদৰ বাবে শইকীয়া আৰু প্ৰভতেজ একমাত্ৰ প্ৰাৰ্থী আছিল।

১ ডিচেম্বৰত জয় শ্বাহ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ (আই চি চি)ৰ অধ্যক্ষ হোৱাৰ পিছৰে পৰা বিচিচিআইৰ অন্তৱৰ্তীকালীন সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে শইকীয়াই। বিচিচিআইৰ সংবিধান অনুসৰি যিকোনো খালী পদ ৪৫ দিনৰ ভিতৰত বিশেষ সাধাৰণ সভাৰ জৰিয়তে পূৰণ কৰিব লাগে। দেওবাৰ এই সময়ছোৱাৰ ৪৩তম দিন।

ইয়াৰ পূৰ্বে আশীষ শ্বেলাৰ বিচিচিআইৰ কোষাধ্যক্ষ আছিল যদিও মহাৰাষ্ট্ৰ চৰকাৰত কেবিনেট মন্ত্ৰী হিচাপে শপত লোৱাৰ পিছত তেওঁ এই কোষাধ্যক্ষ পদ ত্যাগ কৰে। ইয়াৰ পিছতেই ভটিয়াই কোষাধ্যক্ষ পদৰ বাবে মনোনয়ন দাখিল কৰে। এই দুগৰাকী বিষয়ববীয়াৰ নিৰ্বাচনৰ বাবেই বিশেষ সাধাৰণ সভাৰ আহ্বান জনাইছে।

আই চি চিৰ অধ্যক্ষ জয় শ্বাহে বিশেষ আমন্ত্ৰিত সদস্য হিচাপে সভাত অংশগ্ৰহণ কৰিব। এই সময়ছোৱাত বিচিচিআইৰ ৰাজ্যিক সমিতিসমূহে তেওঁক সম্বৰ্ধনা জনাব। যোৱা মাহত গ্ৰেগ বাৰ্কলেৰ ঠাইত শ্বাহে আইচিচিৰ মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল।

Tags: #BCCIBCCI SecretaryDebajit Saikia

Related Posts

সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ
Top News

December 13, 2025
ফিলিপাইনছৰ ৰাজধানীত ভয়ংকৰ অগ্নিকাণ্ড, ৫০০ লোক গৃহহীন

আৰক্ষীলৈ সাৱধানবাণী! ইউনিফৰ্মত ৰীল বনালেই পৰিব বিপদত, SOP জাৰী

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!
Top News

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!

December 13, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

December 13, 2025
দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ
Top News

বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা, প্ৰতিদ্বন্দ্বিতাত নামিব নোৱাৰিব নেকি শ্বেখ হাছিনাৰ আৱামী লীগে?

December 13, 2025

শীৰ্ষ সংবাদ

সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

ফিলিপাইনছৰ ৰাজধানীত ভয়ংকৰ অগ্নিকাণ্ড, ৫০০ লোক গৃহহীন

আৰক্ষীলৈ সাৱধানবাণী! ইউনিফৰ্মত ৰীল বনালেই পৰিব বিপদত, SOP জাৰী

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা, প্ৰতিদ্বন্দ্বিতাত নামিব নোৱাৰিব নেকি শ্বেখ হাছিনাৰ আৱামী লীগে?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025