• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, May 4, 2026
25 °c
Guwahati
26 ° Tue
25 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

BCCIৰ সচিব পদত দেৱজিৎ শইকীয়া; শীৰ্ষ পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী অসমীয়া

Nation NE by Nation NE
January 12, 2025
in Top News, অসম, ক্ৰীড়া
0 0
অসমৰ ক্ৰীড়ানুৰাগীৰ বাবে সুখবৰ; BCCI সৰ্বোচ্চ পদত দেৱজিৎ লন শইকীয়া
Share on FacebookShare on TwitterWhatsApp

আজি মুম্বাইত অনুষ্ঠিত হ’ব বিচিচিআইৰ বিশেষ সাধাৰণ সভা। আজিৰ এই সভাতেই বিচিচিআইৰ সচিব আৰু কোষাধ্যক্ষ হিচাপে আনুষ্ঠানিকভাৱে নিৰ্বাচিত হ’ব দেৱজিৎ শইকীয়া আৰু প্ৰভতেজ সিং ভাটিয়া।

মঙলবাৰে বিচিচিআইৰ নিৰ্বাচনী বিষয়া তথা ভাৰতৰ প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্ত আচল কুমাৰ জোটিয়ে যেতিয়া তালিকাখন চূড়ান্ত কৰিছিল বিচিচিআইৰ খালী হৈ থকা পদৰ বাবে শইকীয়া আৰু প্ৰভতেজ একমাত্ৰ প্ৰাৰ্থী আছিল।

১ ডিচেম্বৰত জয় শ্বাহ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ (আই চি চি)ৰ অধ্যক্ষ হোৱাৰ পিছৰে পৰা বিচিচিআইৰ অন্তৱৰ্তীকালীন সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে শইকীয়াই। বিচিচিআইৰ সংবিধান অনুসৰি যিকোনো খালী পদ ৪৫ দিনৰ ভিতৰত বিশেষ সাধাৰণ সভাৰ জৰিয়তে পূৰণ কৰিব লাগে। দেওবাৰ এই সময়ছোৱাৰ ৪৩তম দিন।

ইয়াৰ পূৰ্বে আশীষ শ্বেলাৰ বিচিচিআইৰ কোষাধ্যক্ষ আছিল যদিও মহাৰাষ্ট্ৰ চৰকাৰত কেবিনেট মন্ত্ৰী হিচাপে শপত লোৱাৰ পিছত তেওঁ এই কোষাধ্যক্ষ পদ ত্যাগ কৰে। ইয়াৰ পিছতেই ভটিয়াই কোষাধ্যক্ষ পদৰ বাবে মনোনয়ন দাখিল কৰে। এই দুগৰাকী বিষয়ববীয়াৰ নিৰ্বাচনৰ বাবেই বিশেষ সাধাৰণ সভাৰ আহ্বান জনাইছে।

আই চি চিৰ অধ্যক্ষ জয় শ্বাহে বিশেষ আমন্ত্ৰিত সদস্য হিচাপে সভাত অংশগ্ৰহণ কৰিব। এই সময়ছোৱাত বিচিচিআইৰ ৰাজ্যিক সমিতিসমূহে তেওঁক সম্বৰ্ধনা জনাব। যোৱা মাহত গ্ৰেগ বাৰ্কলেৰ ঠাইত শ্বাহে আইচিচিৰ মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল।

Tags: #BCCIBCCI SecretaryDebajit Saikia

Related Posts

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?
Top News

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

May 4, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 4, 2026
দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

May 3, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 3, 2026

শীৰ্ষ সংবাদ

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025