• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, February 17, 2026
23 °c
Guwahati
24 ° Wed
24 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীলৈ আজি অসমলৈ প্ৰধানমন্ত্ৰী মোদী

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

তীৰ্থনগৰীত ঐক্য-শান্তি-সম্প্ৰীতিৰ সুন্দৰ নিদৰ্শন, পৰিচয় দিলে ভাতৃত্ববোধৰ

Nation NE by Nation NE
January 15, 2025
in Top News, অসম
0 0
তীৰ্থনগৰীত ঐক্য-শান্তি-সম্প্ৰীতিৰ সুন্দৰ নিদৰ্শন, পৰিচয় দিলে ভাতৃত্ববোধৰ
Share on FacebookShare on TwitterWhatsApp

ঐতিহ্য ৰক্ষা কৰি পুণৰ হাজোত অনুষ্ঠিত হৈছে সমন্বয় শোভাযাত্ৰা। তীৰ্থনগৰীত দাঙি ধৰা হৈছে ঐক্য-শান্তি-সম্প্ৰীতিৰ এক সুন্দৰ নিদৰ্শন।

১৯৯২ চনত যেতিয়া বাবৰি মছজিদ ধ্বংস হৈছিল, সেই সময়তে দেশৰ অধিকাংশ ৰাজ্যতে বৃদ্ধি পাইছিল হিন্দু-মুছলমানৰ মাজত সংঘাত।

সেইসময়ত শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ পৰিচয় দিছিল অসমে বাবৰি মছজিদ ধ্বংসৰ সময়তে হাজোবাসীয়ে লৈছিল এটা পণ আৰু তেতিয়াৰ পৰাই আৰম্ভ হৈছিল পোৱামক্কাৰ প্ৰবেশদ্বাৰৰ পৰা হয়গ্ৰীৱ মাধৱ মন্দিৰৰ প্ৰাংগণলৈ সমন্বয় শোভাযাত্ৰাৰ পৰম্পৰা।

এই ঘটনাৰ প্ৰায় ৩টা দশক পাৰ হৈ গ’ল যদিও এই সংকল্প পাহৰা নাই হাজোবাসীয়ে। পুনৰ ধৰ্মীয় বিভেদ পাহৰি একেখন আকাশৰ তলতেই একত্ৰিত হ’ল হিন্দু-মুছলমানসকলো।

পঞ্চতীৰ্থ পৰিচালনা সমিতিৰ দলৈ আৰু পোৱামক্কা দৰগাহ শ্বৰীফৰ খাদীমে এই শোভাযাত্ৰাৰ উদ্বোধন কৰে৷ দুটা পৃথক ধৰ্মৰ গুৰিয়াল দুগৰাকীয়ে আলিংগন কৰি সমগ্ৰ দেশবাসীৰ ওচৰত দাঙি ধৰে ভাতৃত্ববোধৰ নিদৰ্শন৷

মণিকূট উৎসৱ আৰু সমন্বয় শোভাত্ৰাৰ এই মহৎ উদ্দেশ্যক বাস্তৱ ৰূপ দিলে হাজো আঞ্চলিক ছাত্ৰ সন্থা আৰু সদৌ অসম ছাত্ৰ সন্থাই৷ জাতি-বৰ্ণ নিৰ্বিশেষে এই শোভাযাত্ৰা অংশ ল’লে শ শ লোকে।

শোভাযাত্ৰাত প্ৰদৰ্শিত হল বিহুকে ধৰি বিভিন্ন জনগোষ্ঠীয় নৃত্য। এই শোভাযাত্ৰাত অংশ ললে লোকসংগীত সম্ৰাট খগেন গগৈ, কণ্ঠশিল্পী দিক্ষু শৰ্মা, দীপলিনা ডেকা, কামৰূপ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰকে ধৰি ভালেসংখ্যক লোক।

Tags: #AssamBihuHajo

Related Posts

বছৰটোৰ প্ৰথমটো সূৰ্যগ্ৰহণ, আকাশত দেখিবলৈ পোৱা যাব ‘ৰিং অৱ ফায়াৰ’
Top News

February 17, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

February 17, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

February 17, 2026
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

February 17, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

February 16, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

February 15, 2026

শীৰ্ষ সংবাদ

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত বন্ধ হৈ থকা ১৪টা পৰ্যটনস্থলী পুনৰ মুকলি, উপ-ৰাজ্যপালৰ নিৰ্দেশ

বছৰটোৰ প্ৰথমটো সূৰ্যগ্ৰহণ, আকাশত দেখিবলৈ পোৱা যাব ‘ৰিং অৱ ফায়াৰ’

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025